হৰিণাৰ মাংসই বৈৰী
হৰিণাৰ মাংসই বৈৰী—ভাব সম্প্ৰসাৰণ | Harinar Mangahi Boiri
অসমীয়া ভাষাত সততে কোৱা ই এক প্ৰৱচন। নিজৰ মাজত আনে শত্ৰুতা কৰিব পৰা গুণ থকা প্ৰসংগত উক্ত প্ৰৱচনফাকি মতা হয়।
হৰিণ হৈছে এবিধ বনৰীয়া কিন্তু অতি নিৰ্জু আৰু সুন্দৰ প্ৰাণী। ই মানুহৰ একো ক্ষতি নকৰে। ই ঘাঁহ আৰু পাতল বিৰিণাজাতীয তৃণ থকা ঠাইত থাকিবলৈ ভাল পায়। ইয়াৰ মঙহ অতি সোৱাদযুক্ত। ইয়াক সহজে চিকাৰ কৰিবও নোৱাৰি। কাৰণ ই অতি বেগাই দৌৰিব পাৰে। কিন্তু ইয়াৰ মঙহ সোৱাদযুক্ত হোৱা বাবে মানুহে নানান কৌশল অৱলম্বন কৰি ইয়াক চিকাৰ কৰে। মানুহে ইয়াক চিকাৰ কৰাৰ সময়ত হৰিণাই কিন্তু নুবুজে যে কিহৰ বাবেনো মানুহে তাক আক্ৰমণ কৰে। কিন্তু আমি জানো যে ইয়াৰ মঙহৰ সোৱাদেই ইয়াক চিকাৰ কৰাৰ বাবে মানুহক প্ৰৰোচিত কৰে।
সেইদৰে সমাজত এনে কিছুমান ব্যক্তি থাকে যিসকল ভাল বুলি নাম যশ আছে। এনে ভাল মানুহৰ শত্ৰু থাকিব পাৰে বুলি ভাবিবলৈ আমি টান পাওঁ। তথাপি আমি দেখা পাওঁ এনেকুৱা ভাল মানুহৰ কিবা গুণৰ প্ৰতি ঈৰ্ষাপৰায়ণ হৈ বহুতে শত্ৰুতা কৰে । উদাহৰণস্বৰূেপ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী সকলোৰে বাবে আদৰ্শ ব্যক্তি অথচ তেখেতো আততায়ীৰ হাতত মৃত্যু বৰণ কৰিব লগা হৈছিল। 0 0 0
হৰিণাৰ মাংসই বৈৰী — ভাব সম্প্ৰসাৰণ | Harinar Mangahi Boiri
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: