হস্তীৰো পিছলে পাও সজ্জনৰো বুৰে নাও
হস্তীৰো পিছলে পাও সজ্জনৰো বুৰে নাও —ভাৱ সম্প্ৰসাৰণ
‘হস্তীৰো পিছলে পাও সজ্জনৰো বুৰে নাও’ –অসমীয়া ভাষাত বহুলভােব ব্যবহৃত হোৱা এইটো এটা গভীৰ অৰ্থব্যঞ্জক প্ৰৱচন। ই সংস্কৃত “মনিনাঞ্চ মতিভ্ৰম” পদ ফাকিৰ সমাৰ্থক। এই কথাফাকিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে অতি সাৱধানী ডাঙৰ প্ৰাণী বা ডাঙৰ মানুহৰো ভুল হয়।
হাতী বৰ ডাঙৰ জন্তু। ইয়াৰ খোজবোৰো গহীন। সাধাৰণতে হাতীৰ খোজ নিপিছলে। ইয়াৰ ভৰি পিছলা মানে এক ব্যতিক্ৰম। তথাপি কেতিয়াবা কিবা ব্যতিক্ৰম বা অসুবিধাজনক পৰিস্থিতিত হাতীৰ দৰে ডাঙৰ জন্তুৰো ভৰি পিছলে।
এইদৰে সজ্জনে সদায় ভাবি-চিন্তিহে কাম কৰে। সিহঁত সদায় সতৰ্কশীল। সিহঁতৰ কামত ভুল-ত্ৰুটি প্ৰায় নহয়েই। কিন্তু ভাবি-চিন্তি কাম কৰাৰ পিছতো সিহঁতৰো আকস্মিক কিবা ভুল হৈ যায়।
গতিকে এই ৰূপাত্মক কথা ফাকিৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে হাতীৰ দৰে বিশালাকায় জন্তুৰো যেতিয়া ভৰি পিছলিব পাৰে বা সজ্জনৰো নাও বুৰিব পাৰে, গতিকে আমি সাধাৰণ মানুহৰো ভুল হোৱাটো অতি স্বাভাবিক। সেয়ে মানুহ যিমানেই জ্ঞানী নহওক কিয়, নিজৰ মত সদায় অভ্ৰান্ত বুলি অহংকাৰ কৰিব নালাগে। অৰ্থাৎ মানুহ মাত্ৰেই ভুল হয়।
হস্তীৰো পিছলে পাও সজ্জনৰো বুৰে নাও —ভাৱ সম্প্ৰসাৰণ
(ইংৰাজী)
The Wise Man Sometimes Nods- Amplification
Introduction
The phrase “The wise man sometimes nods” is a concise and profound adage suggesting that even the most knowledgeable and prudent individuals are not immune to errors or lapses in judgment. This saying underscores the universality of human fallibility and reminds us that wisdom does not equate to perfection.
Superficial Meaning
On a level, the phrase implies that even wise individuals can make mistakes. It portrays wisdom not as an absolute state of infallibility but as a quality possessed by individuals who, despite their knowledge and experience, are still prone to occasional errors. This acknowledgment of human imperfection can foster humility and understanding in interpersonal relationships.
Deeper Meaning
Delving deeper, the phrase carries several layers of significance. Firstly, it suggests that wisdom involves recognizing one’s limitations and the inevitability of mistakes. This self-awareness is a crucial aspect of true wisdom, as it encourages continuous learning and growth.
Secondly, the adage implies that mistakes do not necessarily reflect one’s overall character or abilities. Instead, they can be seen as opportunities for growth and self-improvement. A wise person understands that making errors is an integral part of the human experience and uses these experiences to gain deeper insights and develop greater resilience.
Lastly, the saying serves as a reminder that no one, regardless of their wisdom or expertise, is exempt from the occasional misstep. This can foster a more compassionate and forgiving attitude towards oneself and others, emphasizing the importance of empathy and understanding in human interactions.
Conclusion
In conclusion, “The wise man sometimes nods” encapsulates the idea that wisdom and fallibility are not mutually exclusive. It highlights the importance of humility, self-awareness, and continuous learning in the journey towards wisdom. By acknowledging and embracing our imperfections, we can develop a more nuanced understanding of ourselves and others, ultimately leading to personal growth and more meaningful relationships. This timeless adage encourages us to strive for wisdom while accepting that occasional lapses are a natural part of the human experience. 0 0 0
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: