Home Knowledge অসমীয়া কবি সাহিত্যিকসলকৰ ছদ্ম নাম

অসমীয়া কবি সাহিত্যিকসলকৰ ছদ্ম নাম

0

অসমীয়া কবি সাহিত্যিকসলকৰ ছদ্ম নাম

অসমীয়া কবি সাহিত্যিকসলকৰ ছদ্ম নাম

 

অসমীয়া কবি সাহিত্যিকসলকৰ ছদ্ম নাম

অসমীয়া কবি সাহিত্যিকসলকৰ ছদ্ম নাম

প্ৰকৃত নাম——————-ছদ্ম নাম

বাণীকান্ত কাকতি—-ভৱানন্দ পাঠক

অতুল চন্দ্ৰ হাজৰিকা—-চিত্ৰ দাস

পাৰ্বতী প্ৰসাদ বৰুৱা—-হয়ভৰ অভয়পুৰী

লক্ষ্মীনাথ বেজবৰুৱা—-কৃপাবৰ বৰুৱা

বিনন্দ চন্দ্ৰ শৰ্মা—-কেৰপাই শৰ্মা

সূৰ্য কুমাৰ ভূঞা—-ভানুনন্দন 

ৰজনীকান্ত বৰদলৈ—-ভোলাই শৰ্মা

ভূৱন মোহন বৰুৱা—-কাঞ্চন বৰুৱা

মহেশ চন্দ্ৰ দেৱ গোস্বামী—-কুমাৰ শ্ৰীমধুসূদন

কিশোৰী মোহন শৰ্মা—-কুমাৰ কিশোৰ

গুণাভিৰাম বৰুৱা—-গুৰু দত্ত

কীৰ্তিনাথ হাজৰিকা—-দদাই

ৰত্নকান্ত বৰকাকতি—-নতুন কৃপাবৰ

নিৰ্মল কুমাৰ বৰদলৈ—-নীলা বাইদেউ

ইন্দিৰা গোস্বামী—-মামণি ৰয়চম গোস্বামী

বিৰিঞ্চি কুমাৰ বৰুৱা—-বীণা বৰুৱা, ৰাস্না বৰুৱা

দীনেশ চন্দ্ৰ গোস্বামী—-চাৰু দত্ত 

দেৱেশ্বৰ শৰ্মা—-দেশ

বেণুধৰ শৰ্মা—-বিহগুটি বৰা

উমাকান্ত শৰ্মা—-পশুপতি ভৰদ্বাজ

মহেন্দ্ৰ নাথ ডেকা ফুকন—-মনাই বৈৰাগী

কীৰ্তিনাথ শৰ্মা—-যশপতি শৰ্মা

পবিত্ৰ কুমাৰ ডেকা—-ৰসেশ্বৰ হাজৰিকা, ধনঞ্জয়

বিষ্ণু প্ৰসাদ ৰাভা—-বিষ্ণু প্ৰিয়া ৰাভা ঠাকুৰীয়া   

চৈয়দ আব্দুল মালিক—-স্বামী অভঙানন্দ, অজগৰ

মুনিন বৰকটকী—-অনিৰুদ্ধ কটকী

কমলা কান্ত ভট্টাচাৰ্য—-অষ্টাবক্ৰ

নগেন দত্ত—-এণ্ডি খুড়া

নৱকান্ত বৰুৱা—-এখুদ ককাইদেউ

ৰবীন দে’—-ৰংমন

ৰত্নেশ্বৰ মহন্ত—-ৰামদাস গোস্বামী

শৰৎ চন্দ্ৰ গোস্বামী—-ৰূপচন্দ্ৰ ভাগৱতী

ৰেৱতী মোহন দত্ত চেধুৰী—-শীলভদ্ৰ

ভবেন্দ্ৰ নাথ শইকীয়া—-সত্যপ্ৰিয় পাঠক, সঞ্জয়

সুৰেন্দ্ৰ নাথ মেধি—-সৌৰভ কুমাৰ চলিহা

হীৰেন গোহাঁই—-নিৰঞ্জন ফুকন

প্ৰমোদ কুমাৰ বৰদলৈ—-অঘৰী

হেমেন কুমাৰ শৰ্মা—-নীলিম কুমাৰ

বৈকুণ্ঠ কুমাৰ ভট্টাচাৰ্য—-ভট্টদেৱ

লম্বোদৰ বৰা—-সদানন্দ

ভূপেন হাজৰিকা—-গন্ধৰ্ব

সত্যনাথ বৰা—-এজন অসমীয়া

সীতানাথ ব্রহ্ম চৌধুৰী—-তিলোত্তমা বৰুৱা। ০ ০ ০

অসমীয়া কবি সাহিত্যিকসলকৰ ছদ্ম নাম

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

সাহিত্যিকসলকৰ ছদ্ম নাম

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here