আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা
আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা
আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা | Aponar Nak Kati Stinir Yatra Banga Kora
ঈৰ্ষাপৰায়ণ লোকে আনৰ সামান্য ক্ষতি কৰিবলৈ নিজৰ ঘোৰ অনিষ্ট সাধন কৰাৰ প্ৰসংগত উক্ত প্ৰবচনটো কোৱা হয়।
আমাৰ সমাজত পৰম্পৰাগতভাৱে এই বিশ্বাস চলি আহিছে যে যাত্ৰা কালত অংগক্ষত লোক দেখা পালে যাত্ৰা অশুভ হয়। সেয়ে তেনে অৱস্থাত যাত্ৰা স্থগিত ৰখা হয়। সতিনীসকল স্বাভাৱিকতে ঈৰ্ষাপৰায়ণ। সিহঁতে সদায় পৰস্পৰৰ অমংগল কামনা কৰে। মাকৰ ঘৰলৈ যোৱাটো তিৰোতাসকলৰ বাবে বৰ আনন্দৰ কথা।সেইবাবে কোনো সতিনীয়ে মাকৰ ঘৰলৈ যাবলৈ ওলোৱা দেখিলে আনজনী ঈৰ্ষাত জ্বলি উঠে। সেয়ে সি সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ উপায় বিচাৰি ফুৰে। কিন্তু কোনো উপায় নাপালে কিছুমানে নিজৰ নাক কাটি অৰ্থাৎ নিজকে অংগক্ষত কৰি আনজনীৰ সন্মুখত দেখা দি যাত্ৰা ভংগ কৰায়। অৰ্থাৎ সতিনীয়ে নিজৰ মহা অনিষ্ট সাধন কৰি সতিনীৰ সামান্য অনিষ্ট কৰি মহা সন্তোষ পায়।
ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে ঈৰ্ষাপৰায়ণ লোকে আনৰ সামান্য অনিষ্ট সাধন কৰিবলৈ নিজৰ মহা অনিষ্ট বা ক্ষতি কৰিবলৈ কুণ্ঠােবাধ নকৰে। 0 0 0
আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা | Aponar Nak Kati Stinir Yatra Banga Kora
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: