আৱিষ্কাৰ আৰু আৱিষ্কাৰক। আৱিষ্কাৰ আৰু আৱিষ্কাৰক বিষয়ক এই অসমীয়া প্ৰবন্ধত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত হোৱা গুৰুত্বপূৰ্ণ আৱিষ্কাৰসমূহ, সংশ্লিষ্ট আৱিষ্কাৰকৰ নাম আৰু সেই আৱিষ্কাৰসমূহে মানৱ সভ্যতাত আনিৰা পৰিৱর্তন সহজ আৰু বোধগম্য ভাষাত উপস্থাপন কৰা হৈছে।
আৱিষ্কাৰ আৰু আৱিষ্কাৰক
আৱিষ্কাৰ ————— আৱিষ্কাৰক
থাৰ্মমিটাৰ ———— গেলিলিঅ’ গেলিলি (ইটালী)
এবেকাচ ——— বেবিলন (ইৰাক)
পেনিচিলিন ———আলেকজেণ্ডাৰ ফ্লেমিং
জীৱ বিৱৰ্তনবাদ ——— চাৰ্লচ ডাৰউইন (ইংলণ্ড)
নিউট্ৰন ——— জেমচ চেডউইক (বৃটেইন)
বিজুলী বাতি ——— টমাচ আলভা এডিচন (আমেৰিকা)
ফোনোগ্ৰাফ ——— টমাচ আলভা এডিচন (আমেৰিকা)
ৰেডিয়াম ——— মেৰী কুৰী, পিয়েৰ কুৰী (ফ্রান্স)
ইলেকট্ৰন ——— চাৰ জোছেফ টমছন (বৃটেইন)
ছপা যন্ত্ৰ ——— যোহান গুটেনবাৰ্গ (জাৰ্মানী)
ৰাইফল ——— যোছেফ কটাৰ (জাৰ্মানী)
বাইচাইকেল ——— জন ডেনিচ (ইংলণ্ড)
ডায়নামো ——— মাইকেল ফেৰাডে (ইংলণ্ড)
ক্লোৰোফৰ্ম ——— জেমচ ইয়ং ছিমছন (স্কটলেণ্ড)
টেলিগ্ৰাফ ——— এছ এফ ব্রিজ মৰ্চ (আমেৰিকা)
বীজগণিত ——— ডিঅ’ফেন্টাছ (গ্ৰীচ)
জ্যামিতি ——— ইউক্লিড (গ্ৰীচ)
নিৰাপদ চাকি ——— হামফ্রে ডেভি (ইংলণ্ড)
চিলাই মেচিন ——— ইলিয়াচ হাও (আমেৰিকা)
চেন্টিগ্ৰেড স্কেল (ছেলছিয়াচ) ——— এণ্ডাৰচন ছেলছিয়াচ (চুইডেন)
ফাউন্টেইন পেন ——— লুই এডচন ৱাটাৰমেন (আমেৰিকা)
ছেপটি পিন ——— ৱাল্টাৰ হান্ট (আমেৰিকা)
নিৰাপদ জুইশলা ——— জন লেণ্ডষ্টৰ্ম, জন কেপিং
আধুনিক জুইশলা ——— জন ৱাকাৰ (ইংলণ্ড)
টেলিফোন ——— আলেকজেণ্ডাৰ গ্ৰাহাম বেল
ডিনামাইট ——— আলফ্রেড নেবল (চুইডেন)
ৰিফ্রিজেৰেটৰ ——— ফাৰ্দিনান্দ কাৰে ফ্রান্স)
প্ৰ’টন ——— আৰ্নেষ্ট ৰাডাৰফ’ৰ্ড
আপেক্ষিকতাবাদ ——— এলবাৰ্ট আইনষ্টাইন (জাৰ্মানী)
আধুনিক বাইচাইকেল ——— মেকমিলান (স্কটলেণ্ড)
মধ্যাকৰ্ষণ সূত্ৰ ——— আইজাক নিউটন (ইংলণ্ড)
গ্ৰহৰ গতি সূত্ৰ ——— জোহান কেপলাৰ (জাৰ্মানী)
তললৈ গতি কৰা বস্তুৰ সূত্ৰ ——— গেলিলিঅ’ গেলিলি (ইটালী)
সূৰ্য সৌৰজগতৰ কেন্দ্ৰ ——— ক’পাৰনিকাচ (পোলেণ্ড)
ট্রেনজিষ্টৰ ——— জন বাৰ্ডিন, ৱাল্টাৰ ব্রাটেইন
নাইলন ——— ৱালেঞ্চ কেৰোদৰচ (আমেৰিকা)
টেলিভিচন ——— জন লোগি বেয়াৰ্ড (স্কটলেণ্ড)
ভাপ ইঞ্জিন ——— জেমচ ৱাট (স্কটলেণ্ড)
প্ৰেছাৰ কুকাৰ ——— ডেনিচ পেপিন (ফ্রান্স)
পেণ্ডুলাম ঘড়ী ——— খ্ৰীষ্টিয়ান হাইজেন (নেদাৰলেণ্ড)
বেৰোমিটাৰ ——— ইভানচেলিষ্টা টৰিচেলি (ইটালী)
শ্বৰ্টহেণ্ড ——— আইজাক পিটমেন (ইংলণ্ড)
অক্সিজেন ——— যোচেফ প্ৰিছলি (বৃটেইন)
হাইড্ৰজেন ——— হেনৰী কেভেনডিচ (বৃটেইন)
নাইট্ৰজেন ——— ডেনিয়েল ৰাদাৰফ’ৰ্ড (বৃটেইন)
ডিজেল ইঞ্জিন ——— ৰুডলফ দেবেল (জাৰ্মানী)
গ্ৰামোফোন ——— ইমিল বাৰ্লিনাৰ (আমেৰিকা)
উৰাজাহাজ ——— উইলবাৰ ৰাইট, অৰবিল ৰাইট
টেপ ৰেকৰ্ডাৰ ——— ভালডেমাৰ পলচন (ডেনমাৰ্ক)
জীৱ বিৱৰ্তনবাদ ——— চাৰ্লচ ডাৰউইন (ইংলণ্ড)
নিউট্ৰন ——— জেমচ চেডউইক (বৃটেইন)
প্ৰ’টন ——— আৰ্নেষ্ট ৰাডাৰফ’ৰ্ড
ৰেডিয়াম ——— মেৰী কুৰী, পিয়েৰ কুৰী (ফ্রান্স)
ইলেকট্ৰন ——— চাৰ জোছেফ টমছন (বৃটেইন)
তেজক্ৰিয়তা ——— এন্টোইন বেকাৰেল (ফ্রান্স)
ইউৰেনিয়াম ——— মাৰ্টিন ক্লপৰ্থ (জাৰ্মানী)
অ’জ’ন ——— খ্ৰীষ্টিয়ান স্কনবেইন (জাৰ্মানী)। ০ ০ ০
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- বিভিন্ন ক্ষেত্ৰত প্রথম অসমীয়া
- GK-Largest, Longest, Tallest in India
- ভাৰত
- ভাৰতৰ সেনা প্রশিক্ষণ কেন্দ্ৰসমূহ
