Home Quiz দবা কুইজ | Chess Quiz

দবা কুইজ | Chess Quiz

0

আপুনি যদি দবা কুইজ | Chess Quiz বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই দবা কুইজ | Chess Quiz বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

দবা কুইজ

দবা কুইজ | Chess Quiz

দবা কুইজ | Chess Quiz

প্ৰঃ কোন দেশত দবা খেলৰ জন্ম হয়?

উঃ ভাৰত।

প্ৰঃ প্ৰাচীন ভাৰতত দবা খেলক কি নামেৰে জনা গৈছিল?

উঃ চতুৰংগ।

প্ৰঃ এখন দবা ব’ৰ্ডত কিমানটা বৰ্গক্ষেত্ৰ থাকে?

উঃ 64 টা।

প্ৰঃ দবা খেল কিমানজন খেলুৱৈয়ে খেলিব পাৰে?

উঃ 2 জন।

প্ৰঃ ভাৰতৰ প্ৰথম মহিলা ‘গ্ৰেণ্ডমাষ্টাৰ’ গৰাকীৰ নাম কি?

উঃ এছ বিজয়লক্ষ্মী।

প্ৰঃ কোন চনত বিশ্বনাথন আনন্দে বিশ্ব জুনিয়ৰ দবা চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰিছিল?

উঃ 1987 চনত।

দবা  কুইজ,  Chess Quiz

প্ৰঃ কোনজন দবা খেলুৱৈক মৰ্যদাপূৰ্ণ দবা অস্কাৰ বঁটা 9 বাৰ পৰ্যন্ত প্ৰদান কৰা হৈছিল?

উঃ এনাটলী কাৰপ’ভ।

প্ৰঃ আটাইতকৈ বেছি গতিশীল দবাৰ গুটি কি?

উঃ মন্ত্ৰী।

প্ৰঃ 2005 চনৰ 16 অক্টোবৰত ভেছেলিন তপালেভ বিশ্ব দবা চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰে। তেওঁ কোন দেশৰ লোক?

উঃ বুলগেৰিয়া।

প্ৰঃ বিশ্বনাথন আনন্দৰ পিছত বিশ্ব দবা চেম্পিয়নশ্বিপ খিতাপ দখল কৰা দ্বিতীয় ভাৰতীয় দবা খেলুৱৈ গৰাকীৰ নাম কি?

উঃ পি হৰিকৃষ্ণ।

প্ৰঃ 2005 চনত আন্তৰ্জাতিক গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰা কনিষ্ঠতম ভাৰতীয় দবা খেলুৱৈ গৰাকীৰ নাম কি?

উঃ পৰিমাৰ্জন নেগী।

প্ৰঃ কোন চনত বিশ্বনাথন আনন্দই আন্তৰ্জাতিক গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন  কৰিছিল?

উঃ 1987  চনত।

প্ৰঃ এছিয়াৰ প্ৰথম গৰাকী বিশ্ব দবা চেম্পিয়নৰ নাম কি?

উঃ প্ৰবীণ থিপ্‌ছে।

প্ৰঃ জাৰ্মান সংস্কৰণত দবা খেলৰ কোনটো গুটিক ‘দি ৰাণাৰ’ বুলি কোৱা হয়?

উঃ হাতী বা সেনাপতি।

প্ৰঃ স্থানান্তৰকৰণত নাওৰ বাহিৰে কোনটো দবা গুটি লোৱা হয়?

উঃ ৰজা।

দবা  কুইজ,  Chess Quiz

প্ৰঃ দবাৰ সর্বোচ্চ সংস্থাটোৰ নাম কি?

উঃ ফেডাৰেচন ইন্টাৰনেচনেল ডেচ চেকছ।

প্ৰঃ আন্তৰ্জাতিক দবা প্ৰতিযোগিতাত কিমানটা আৰম্ভণি চাল সম্ভৱ?

উঃ বিশ টা।

প্ৰঃ 1989 চনত অনুষ্ঠিত এখন দবা খেলত গেৰী কাৰ্চপৰেভ পৰাজিত কৰা কম্পিউটাৰটোৰ নাম কি?

উঃ ডীপ থট।

প্ৰঃ এখন দবা ব’ৰ্ডত কোনো এক সময়ত একে ৰঙৰ কেইটা মন্ত্ৰী থাকে?

উঃ 9 টা।

প্ৰঃ 2000 চনত ভ্লাদিমিৰ ক্ৰেমনিকে কাক পৰাজিত কৰি নতুন বিশ্ব চেম্পিয়নশ্বিপ হৈছিল?

উঃ গেৰী কাছপাৰ’ভ।

প্ৰঃ কোনজন দবা খেলুৱৈয়ে এনাটলি কাৰ্পভক পৰাজিত কৰি পোন প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈছিল?

উঃ গেৰী কাছপাৰ’ভ।

প্ৰঃ দবা খেলৰ আৰম্ভণি কৰা খেলুৱৈজনে কি ৰঙৰ গুটিৰে খেল আৰম্ভ কৰে?

উঃ বগা।

প্ৰঃ পুৰুষৰ আই এম নৰ্মত বিজয় সাব্যস্ত কৰা প্ৰথম ভাৰতীয় মহিলা গৰাকী কোন?

উঃ এছ বিজয়লক্ষ্মী।

প্ৰঃ  কোন গৰাকী ভাৰতীয় বালিকাই 1993 চনত দাণ্ডীত অনুষ্ঠিত কমনৱেলথ দবা খিতাপ (আঠ বছৰৰ অনুৰ্দ্ধ) অৰ্জন কৰে?

উঃ তনয়া সচদেৱ।

প্ৰঃ মহিলা দবা খেলুৱৈ জুদিথ পলজাৰ কোন দেশৰ নাগৰিক?

উঃ হাংগেৰী।

প্ৰঃ দবাৰ কোনটো গুটিয়ে যি কোনো স্থান আৰু দিশতে গতি কৰিব পাৰে?

উঃ মন্ত্ৰী।

প্ৰঃ এজন দবা খেলুৱৈয়ে গেৰী ৱেইনষ্টেইন নামেৰে জন্ম লৈ দেউতাকৰ মৃত্যুৰ পিছত মাকৰ কুমাৰী অৱস্থাৰ নামটো গ্ৰহণ কৰে। তেওঁ কোন?

উঃ গেৰী কাছপাৰ’ভ।

প্ৰঃ দবাখেলত পদত্যাগ কৰাৰ পৰম্পৰাগত প্ৰথাটো কি?

উঃ নিজৰ পক্ষৰ ৰজাক অপসাৰণ কৰি।

প্ৰঃ ৱাক অভাৰৰ দ্বাৰা বিশ্ব দবা চেম্পিয়ন হোৱা একমাত্ৰ খেলুৱৈ গৰাকীৰ নাম কি?

উঃ এনাটলি কাৰপ’ভ।

প্ৰঃ 1967  চনৰ ফেব্রোৱাৰীত এম আই টিৰ প্ৰাক স্নাতক মহলৰ ছাত্ৰ মিষ্টাৰ ৰিচাৰ্ড গ্ৰেণব্লাটয়ে দবাৰ সৈতে জড়িত এক কম্পিউটাৰ প্ৰগ্ৰেম ৰচনা কৰে। সেই কম্পিউটাৰ প্ৰগ্ৰেমটোৰ নাম কি?

উঃ ষষ্ঠ মেকহেক।

প্ৰঃ দবাখেলত ‘J adouble’ বুলিলে কি বুজায়?

উঃ কোনো এক পক্ষৰ গুটি লৰচৰ নকৰাকৈ গুটিবোৰ মিলোৱা কাৰ্যক বুজায়।

প্ৰঃ দবাত ‘জিৰ’ দেশ্ব জিৰ’ (Zero dash zero) বুলিলে কি বুজায়?

উঃ কেষ্টলিং (ৰজাৰ পক্ষ)।

প্ৰঃ বিশ্ব দবা চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰা প্ৰথম আমেৰিকান গৰাকীৰ নাম কি?

উঃ ববি ফিচাৰ। 0 0 0

নোট: যদি আপুনি উক্ত দবা কুইজ | Chess Quiz পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

Chess Quiz

Q. In which country was chess born?

A. India.

Q. What was the chess player known by in ancient India?

A. Chaturanga.

Q. How many squares are on a chess board?

A. 64 pieces.

Q. How many players can play chess?

A. 2 people.

Q. What is the name of the first female Grandmaster of India?

A. S. Vijayalakshmi.

Q. In which year did Biswanathan Anand win the World Junior Chess Championship?

A. In 1987.

Chess Quiz

Q. Which chess player was awarded the prestigious Chess Oscar 9 times?

A. Anatoly Karpov.

Q. What is the most dynamic chess piece?

A. Minister.

Q. On October 16, 2005, Vaselin Tapalev won the World Chess Championship. What country is he from?

A. Bulgaria.

Q. Who is the second Indian chess player to win the World Chess Championship title after Biswanathan Anand?

A. P. Harikrishna.

Q. What is the name of the youngest Indian chess player to win the International Grandmaster title in 2005?

A. Parimarjan Negi.

Q. In which year did Biswanathan Anand win the International Grandmaster title?

A. In 1987.

Q. What is the name of the first Asian world chess champion?

A. Praveen Thips.

Q. Which chess piece is called ‘The Runner’ in the German version?

A. Elephants or commanders.

Q. Which chess bead is taken in the transfer other than the boat?

A. The king.

Chess Quiz

Q. What is the name of the highest body of chess?

A. Fédération Internationale des Czechs.

Q. How many starting moves are possible in an international chess tournament?

A. Twenty.

Q. What is the name of the computer that defeated Gary Karsoporev in a chess match in 1989?

A. Deep Thought.

Q. How many ministers of the same color are on a chess board at any one time?

A. 9 of them.

Q. Whom did Vladimir Kremnik defeat in 2000 to win the new World Championship?

A. Gary Kasparov.

Q. Which chess player defeated Anatoly Karpov to become the first world champion?

A. Gary Kasparov.

Q. What color beads does the initiator of chess play with?

A. White.

Q. Who is the first Indian woman to win the men’s IM norm?

A. S. Vijayalakshmi.

Q. Which Indian girl won the Commonwealth Chess Title (Under-eight) in Dandi in 1993?

A. Tanya Sachdev.

Q. Female chess player Judith Polzer is a citizen of which country?

A. Hungary.

Q. Which chess piece can move in any position and direction?

A. Minister.

Q. A chess player was born Gary Weinstein and adopted his mother’s maiden name after his father’s death. Who is he?

A. Gary Kasparov.

Q. What is the traditional practice of resigning in chess?

A. By removing the king of his own side.

Q. What is the name of the only player to become a world chess champion by walkover?

A. Anatoly Karpov.

Q. In February 1967, Mr. Richard Granblatt, an undergraduate student at MIT, developed a computer program related to chess. What is the name of that computer program?

A. Sixth McHack.

Q. What does ‘J adouble’ mean in chess?

A. It refers to the act of matching the beads without moving the beads of one side.

Q. What does zero dash zero mean in chess?

A. Castling (King’s side).

Q. What is the name of the first American to win the World Chess Championship?

A. Bobby Fisher.0 0 0

দবা  কুইজ,  Chess Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here