Home Biographies ফণী শৰ্মা | Phani Sharma

ফণী শৰ্মা | Phani Sharma

0

ফণী শৰ্মা | Phani Sharma

ফণী শৰ্মা  Phani Sharma

ফণী শৰ্মা

ফণী শৰ্মা | Phani Sharma

ফণী শৰ্মা (Phani Sharma) আছিল অসমৰ এজন প্ৰখ্যাত অভিনেতা আৰু নাট্যকাৰ। তেওঁ বোলছবিতো অভিনয় কৰিছিল। ১০১০ চনত ‘পিয়লি ফুকন’ নামৰ বোলছবিত অভিনয় কৰি তেওঁ ৰাষ্ট্ৰপতিৰ পৰা বঁটা লাভ কৰিছিল। তেওঁ ৰচনা কৰা নাটকবোৰৰ ভিতৰত  ভোগজৰা, মায়াংৰ বেজ,  চিৰাজ, ৰংবিৰং,  আগপাশ’ আদি উল্লেখযোগ্য। তেওঁৰ অভিনয় প্ৰতিভাৰ বাবে তেওঁক ‘নটসূৰ্য’ উপাধি প্ৰদান কৰা হয়। এই মহান শিল্পীজনৰ মৃত্যু হয়  ১৯৭০ চনত। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

.

বি. দ্র. উক্ত ‘ফণী শৰ্মা | Phani Sharma ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here