আপুনি যদি ‘ফুটবল কুইজ। Football Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ফুটবল কুইজ। Football Quizবোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
ফুটবল কুইজ, Football Quiz
ফুটবল কুইজ। Football Quiz
প্ৰঃ বিশ্বত কোনবিধ খেল আটাইতকৈ বেছি খেলোৱা হয়?
উঃ ফুটবল।
প্ৰঃ ‘ফেডাৰেছন অৱ ইন্টাৰনেশ্বনেল ফুটবল এছ’চিয়েশ্বন’ (FIFA) কোন চনত গঠন কৰা হৈছিল?
উঃ 1904 চনত।
প্ৰঃ প্ৰথম বিশ্বকাপ ফুটবল টুৰ্ণামেন্টৰ আয়োজক দেশখনৰ নাম কি?
উঃ উৰুগুৱে।
প্ৰঃ অলিম্পিকত ফুটবল কেতিয়া অন্তৰ্ভূক্ত কৰা হৈছিল?
উঃ 1900 চনত (পেৰিচ অলিম্পিকত)।
প্ৰঃ বিশ্ব বিখ্যাত ফুটবল খেলুৱৈ পেলে কোন দেশৰ লোক ?
উঃ ব্রাজিল।
প্ৰঃ জাৰ্মানীত অনুষ্ঠিত ফিফা বিশ্বকাপৰ প্ৰতীক চিহ্নটোৰ নাম কি?
উঃ ষষ্ঠ গ’লিও।
প্ৰঃ বিশ্বৰ কোনজন ফুটবল খেলুৱৈক ‘কলা মুকুতা’ আখ্যা দিয়া হৈছে?
উঃ পেলে।
প্ৰঃ ফুটবল খেলুৱৈ ৰ’ণাল্ডো কোন দেশৰ লোক?
উঃ ব্রাজিল।
প্ৰঃ ফুটবল খেলত কিমানজন অতিৰিক্ত খেলুৱৈ থাকে?
উঃ 3 জন।
প্ৰঃ 2014 চনৰ বিশ্বকাপ ফুটবল কোন দেশত অনুষ্ঠিত হৈছিল?
উঃ ব্রাজিল।
প্ৰঃ ফুটবল খেলৰ দুটা গ’ল পোষ্টৰ মাজত দূৰত্ব কিমান?
উঃ 8 য়াৰ্ড।
প্ৰঃ কোন চনত মহিলাৰ ফুটবল টুৰ্ণামেন্ট অলিম্পিকত অন্তৰ্ভূক্ত হয়?
উঃ 1996 চনত।
প্ৰঃ ফুটবল খেলত প্ৰত্যেকটো দলত পেনাল্টি শট আউটৰ বাবে কেইটা বল দিয়া হয়?
উঃ 6 টা।
প্ৰঃ ভাৰতৰ প্ৰথম ফুটবল টুৰ্ণামেন্টখন কেতিয়া অনুষ্ঠিত হৈছিল?
উঃ 1888 চনত।
প্ৰঃ ভাৰতৰ কোনখন ঠাইক ‘ভাৰতীয় ফুটবলৰ মক্কা’ বুলি কোৱা হয়?
উঃ ক’লকাতা।
প্ৰঃ ‘অল ইণ্ডিয়া ফুটবল ফেডাৰেছন’ কোন চনত স্থাপিত হৈছিল?
উঃ 1937 চনত।
প্ৰঃ 1951চনত অনুষ্ঠিত প্ৰথম এছিয়াডৰ ফুটবল খেলত কোনখন দেশক ভাৰতে পৰাজিত কৰি সোণৰ পদক লাভ কৰিছিল?
উঃ ইৰাণ।
প্ৰঃ ফুটবলাৰ জাৰগুণ ক্লিনচমেন কোন দেশৰ লোক?
উঃ জাৰ্মানী।
প্ৰঃ ফুটবলাৰ ডেভৰ চুকাৰ কোন দেশৰ লোক?
উঃ ক্ৰোৱেচিয়া।
প্ৰঃ পুৰুষৰ ফুটবল এখনৰ সৰ্বাধিক সময় কিমান?
উঃ 90 মিনিট।
প্ৰঃ ফুটবলাৰ বেবেটা কোন দেশৰ লোক?
উঃ ব্রাজিল।
প্ৰঃ ‘অটো গ’ল’ মানে কি?
উঃ আত্মঘাতী গ’ল।
প্ৰঃ গোস্থা বিশ্বকাপ 2006 ত কোনখন দেশে ফ্রান্সক হৰুৱাই চেম্পিয়ন হৈছিল?
উঃ ইটালী।
প্ৰঃ ভাৰতৰ প্ৰথম ফুটবল লীগ কোনখন?
উঃ ফিলিপচ্ নেচনেল ফুটবল লীগ।
ফুটবল কুইজ, Football Quiz
প্ৰঃ অলিম্পিকত হেটট্ৰিক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় ফুটবল খেলুৱৈজনৰ নাম কি?
উঃ নেভিলি ডিচুউজা।
প্ৰঃ কোন চনত ভাৰতে অলিম্পিক ফুটবল খেলত আত্মপ্ৰকাশ কৰে?
উঃ 1948 (লণ্ডন)।
প্ৰঃ বাৰ্চিলোনা ফুটবল ক্লাৱ কোন দেশত?
উঃ স্পেইন।
প্ৰঃ লিভাৰপুল ফুটবল ক্লাৱ কোন দেশত?
উঃ ইংলণ্ডত।
প্ৰঃ মানচেষ্টাৰ ইউনাইটেড কোন দেশত?
উঃ ইংলণ্ডত।
প্ৰঃ কোনজন ফুটবলাৰক ‘ষ্টেটেডিয়ামৰ দেৱতা’ বুলি জনা যায়?
উঃপেলে (ব্রাজিল)।
প্ৰঃ অন্তিমখন ফুটবল খেলত পেলেই কোনখন দেশক প্ৰতিনিধিত্ব কৰিছিল?
উঃ প্ৰথমাৰ্ধত নিউয়ৰ্ক কছমছৰ হৈ আৰু দ্বিতীয়াৰ্ধত চেণ্টুছৰ হৈ খেলিছিল।
প্ৰঃ মোহনবাগান ফুটবল ক্লাৱ ক’ত অৱস্থিত?
উঃ ক’লকাতা (ভাৰত)।
প্ৰঃ মহমেদান স্পৰ্টিং ক্লাৱ ক’ত অৱস্থিত?
উঃ ক’লকাতা (ভাৰত)।
প্ৰঃ ইষ্ট বেংগল ফুটবল ক্লাৱ ক’ত অৱস্থিত ?
উঃ ক’লকাতা (ভাৰত)।
প্ৰঃ আন্তৰ্জাতিক প্ৰতিযোগিতাত ‘সোণালী গ’ল’ কৰা প্ৰথমজন ফুটবলাৰজনৰ নাম কি?
উঃ অলিভাৰ বিয়েৰহ’ফ।
প্ৰঃ বিশ্বৰ প্ৰাচীনতম ফুটবল টুৰ্ণামেণ্টখনৰ নাম কি?
উঃ এফ. এ. কাপ।
প্ৰঃ পেলেৰ জাৰ্চি নম্বৰ কিমান আছিল?
উঃ দহ।
প্ৰঃ ‘গাজা’ নামেৰে বিখ্যাত ফুটবল খেলুৱৈ গৰাকীৰ নাম কি?
উঃ পল গেছ্কইগনে।
ফুটবল কুইজ, Football Quiz
প্ৰঃ কোন তিনিজন ফুটবল খেলুৱৈয়ে খেলুৱৈ আৰু প্ৰশিক্ষক হিচাপে বিশ্বকাপত বিজয় সাব্যস্ত কৰিছিল?
উঃ মেৰিও জাগালো, মিগুৱেল মাইকেল আৰু ফেঞ্জ বেকেনেবয়াৰ।
প্ৰঃ বিশ্বকাপ ফুটবল খেলৰ ফাইনেলত প্ৰথম গ’লটো কোনে কৰিছিল?
উঃ লুচিয়েন লৰেণ্ট (ফ্রান্স)।
প্ৰঃ 1958 চনৰ ষষ্ঠ বিশ্বকাপ ফুটবলত এজন খেলুৱৈয়ে এখন খেলত সর্বোচ্চ 13 গ’ল কৰিছিল। এই খেলুৱৈ গৰাকীৰ নাম কি?
উঃ জাষ্ট ফণ্টেইন।
প্ৰঃ কেতিয়াৰ পৰা বিশ্বকাপ ফুটবলত প্ৰতীক চিন ব্যৱহাৰ কৰা হয়?
উঃ 1966 চনৰ পৰা।
প্ৰঃ 1930 চনত অনুষ্ঠিত প্ৰথম বিশ্বকাপ ফুটবল টুৰ্ণামেণ্টত কিমানখন দেশে ভাগ লৈছিল?
উঃ 13 খন।
প্ৰঃ আন্তৰ্জাতিক ফুটবল খেল অনুষ্ঠিত কৰিবলৈ সংশ্লিষ্ট খেলপথাৰখনৰ আকাৰ কিমান হ’ব লাগে?
উঃ দীঘে সৰ্বনিম্ন 90 মিটাৰ, সর্বোচ্চ 120 মিটাৰ আৰু প্ৰস্থ সৰ্বনিম্ন 45 মিটাৰ, সর্বোচ্চ 90 মিটাৰ।
প্ৰঃ কোন চনত ফুটবলৰ নিয়মাৱলী প্ৰস্তুত কৰা হয়?
উঃ 1862 চনত।
প্ৰঃ ফুটবল খেলত ‘Battle of Berne’ দুখন নিৰ্দিষ্ট দেশৰ মাজত হোৱা প্ৰতিযোগিতা এখনক বুজায়। দেশ দুখনৰ নাম কি?
উঃ ব্রাজিল আৰু হাংগেৰী।
প্ৰঃ আজিলৈকে অনুষ্ঠিত বিশ্বকাপ ফুটবল চেম্পিয়নশ্বিপত জ্যেষ্ঠতম গ’লৰক্ষকজনৰ নাম কি?
উঃ পিটাৰ শ্বিলটন (ইংলণ্ড)।
প্ৰঃ বিশ্বকাপ ফুটবল ইতিহাসত জ্যেষ্ঠতম গ’ল স্ক’ৰাৰজনৰ নাম কি?
উঃ ৰজাৰ মিল্লা (কেমেৰুণ)।
প্ৰঃ কোনখন লেটিন আমেৰিকীয় দেশৰ ৰাষ্ট্ৰীয় ফুটবল দলে পৰম্পৰাগতভাৱে হালধীয়া আৰু সেউজীয়া বৰণৰ জাৰ্চি পৰিধান কৰে?
উঃ ব্রাজিল।
প্ৰঃ জাৰ্মান খেলুৱৈ বেকেনব’ৰৰ উপনাম কি?
উঃ ডেৰ কাইচাৰ।
প্ৰঃ Blessed: The Autobiography’ কিতাপখন কোনজন খেুলৱৈৰ আত্মজীৱনী?
উঃ জৰ্জ বেষ্ট।
প্ৰঃ এজন ব্রাজিলিয়ান ফুটবলাৰৰ উপনাম হ’ল ‘লিটল বাৰ্ড’। তেওঁৰ আচল নাম কি?
উঃ গেৰিঞ্চা।
প্ৰঃ ফুটবলৰ মৌলিক নিয়মবোৰ কোনে প্ৰস্তুত কৰিছিল?
উঃ জে. চি. থ্ৰিং।
প্ৰঃ ল’ৰালিকালত পেলেই ফুটবলৰ কোনটো সংস্কৰণ খেলিছিল?
উঃ পেলাডা।
প্ৰঃ 2006 চনৰ ফিফা বিশ্বকাপ টুৰ্ণামেন্টত সোণালী জোতা বঁটা পোৱা খেলুৱৈ গৰাকীৰ নাম কি?
উঃ মিৰ’শ্লেভ ক্ল’জ (জাৰ্মানী)।
প্ৰঃ বিশ্বকাপ ফুটবল খেলত প্ৰথম হেটট্ৰিক অৰ্জন কৰা খেলুৱৈ গৰাকী কোন?
উঃ বােট্ৰণ্ড পেটনউড।
প্ৰঃ এখন আফ্রিকীয় দেশত সৰ্বাধিক সংখ্যক ফুটবল খেলৰ ষ্টেডিয়াম আছে। দেশখনৰ নাম কি?
উঃ নাইজেৰিয়া।
ফুটবল কুইজ, Football Quiz
প্ৰঃ কোন দেশৰ ফুটবল দলৰ উপনাম ‘এজুৰি’?
উঃ ইটালী।
প্ৰঃ 1958 চনত বিমান দুৰ্ঘটনা ঘটি কোনটো দললৈ বিপৰ্যয় নামি আহিছিল?
উঃ মানচেষ্টাৰ ইউনাইটেড।
প্ৰঃ ভাৰতীয় ফুটবল খেলক নিয়ন্ত্ৰণ কৰা ভাৰতৰ সর্বোচ্চ ফুটবল সংস্থাটোৰ নাম কি?
উঃ অল ইণ্ডিয়া ফুটবল ফেডাৰেছন (AIFF)।
প্ৰঃ প্ৰথম আন্তৰ্জাতিক ফুটবল খেলখন কেতিয়া আৰু কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?
উঃ 1872 চনত ইংলণ্ড আৰু স্কটলেণ্ডৰ মাজত।
প্ৰঃ বিশ্ববিখ্যাত ফুটবলাৰ পেলেই এবাৰ ক’লকতাত খেলিছিল? তেওঁ কোনটো ক্লাৱৰ হৈ খেলিছিল?
উঃ চি কছমছ।
প্ৰঃ কোনজন ব্রাজিলিয়ান ফুটবলাৰৰ উপনাম ‘Butcher of Lyon’?
উঃ ৰিবাৰ্ট ৰিভেলিন’।
প্ৰঃ কোন চনত বিশ্বকাপ ফুটবলৰ ট্ৰফীটো চুৰি হৈছিল?
উঃ 1969 চনত।
প্ৰঃ বিশ্বকাপ টুৰ্ণামেন্টত ৰঙা কাৰ্ড দেখুওৱা প্ৰথম খেলুৱৈ কোনজন?
উঃ কাৰলছ কাৰজেলী (চিলি)। ০ ০ ০
Football Quiz
Q. What is the most played sport in the world?
A. Football.
Q. In which year was the Federation of International Football Associations (FIFA) formed?
A. In 1904.
Q. What is the name of the country that hosted the first World Cup football tournament?
A. Uruguay.
Q. When was football included in the Olympics?
A. In 1900 (at the Paris Olympics).
Q. Which country is Pele, a world-famous footballer, from?
A. Brazil.
Q. What is the name of the emblem of the FIFA World Cup in Germany?
A. The sixth goal.
Q. Which footballer has been called the ‘black pearl’?
A. Pele.
Q. From which country is footballer Ronaldo?
A. Brazil.
Q. How many extra players are there in a football game?
A. 3 people.
Q. Which country hosted the 2014 World Cup?
A. Brazil.
Q. What is the distance between two goal posts in a football game?
A. 8 yards.
Q. In which year was the women’s football tournament included in the Olympics?
A. In 1996.
Q. How many balls are given to each team for penalty shots in a football game?
A. 6 of them.
Q. When was the first football tournament in India held?
A. In 1888.
Q. Which place in India is called the ‘Mecca of Indian Football’?
A. Kolkata.
Q. In which year was the All India Football Federation established?
A. In 1937.
Q. Which country did India defeat to win the gold medal in the first Asiad football game held in 1951?
A. Iran.
Q. Footballer Jargun Clinchman is from which country?
A. Germany.
Q. Which country is footballer Dave Chucker from?
A. Croatia.
Q. What is the maximum duration of a men’s soccer game?
A. 90 minutes.
Q. Which country is the footballer Bebeta from?
A. Brazil.
Q. What does ‘auto goal’ mean?
A. Suicidal goals.
Q. Which country defeated France to win the 2006 World Cup?
A. Italy.
Q. Which was the first football league in India?
A. Philips National Football League.
Football Quiz
Q. What is the name of the only Indian footballer to score a hat-trick in the Olympics?
A. Neville DeSouza.
Q. In which year did India make its debut in Olympic football?
A. 1948 (London).
Q. Barcelona Football Club is in which country?
A. Spain.
Q. Liverpool Football Club is in which country?
A. In England.
Q: In which country is Manchester United?
A. In England.
Q. Which footballer is known as the ‘god of the stadium’?
A. Pelé (Brazil).
Q. Which country did Pelé represent in the last football game?
A. He played for the New York Cosmos in the first half and for the Saints in the second half.
Q. Where is Mohun Bagan Football Club located?
A. Kolkata (India).
Q. Where is Mohammedan Sporting Club located?
A. Kolkata (India).
Q. Where is East Bengal Football Club located?
A. Kolkata (India).
Q. What is the name of the first footballer to score a ‘golden goal’ in an international tournament?
A. Oliver Bierhoff.
Q. What is the name of the oldest football tournament in the world?
A. F. A. cup.
Q. What was Pele’s jersey number?
A. Ten.
Q: What is the name of the famous football player known as ‘Gaza’?
A. Paul Gas Coigne.
Football Quiz, Football Quiz
Q. Which three footballers won the World Cup as players and coaches?
A. Mario Zagalo, Miguel Michael and Fenz Beckenebauer.
Q. Who scored the first goal in the World Cup final?
A. Lucien Laurent (France).
Q. In the 6th World Cup of 1958, a player scored the highest number of goals in a match with 13 goals. What is the name of this player?
A. Just Fontaine.
Q: Since when have symbols been used in World Cup football?
A. Since 1966.
Q. How many countries participated in the first World Cup football tournament held in 1930?
A. 13 countries.
Q. What is the size of the stadium concerned to host an international football match?
A. Minimum length 90 m, maximum 120 m and minimum width 45 m, maximum 90 m.
Q. In which year were the football rules prepared?
A. In 1862.
Q. In football, the Battle of Berne refers to a competition between two specific countries. What are the names of the two countries?
A. Brazil and Hungary.
Q. What is the name of the senior goalkeeper in the World Cup Football Championship to date?
A. Peter Shilton (England).
Q: What is the name of the oldest goalscorer in World Cup football history?
A. Roger Milla (Cameroon).
Q. Which Latin American country’s national football team traditionally wears yellow and green jerseys?
A. Brazil.
Q. What is the nickname of the German player Beckenbauer?
A. Der Kaiser.
Q. ‘Blessed: The Autobiography’ is the autobiography of which athlete?
A. George Best.
Q. A Brazilian footballer is nicknamed ‘Little Bird’ What is his real name?
A. Gerincha.
নোট: যদি আপুনি উক্ত ‘ফুটবল কুইজ। Football Quiz‘ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






