Home Quiz বক্সিং কুইজ | Boxing Quiz

বক্সিং কুইজ | Boxing Quiz

0

আপুনি যদি বক্সিং কুইজ | Boxing Quiz বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘বাস্কেটবল কুইজ | Basketball Quiz বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

বক্সিং কুইজ Boxing Quiz

বক্সিং কুইজ | Boxing Quiz

প্ৰঃ কোন চনত ইন্টাৰনেচলেন বক্সিং ফেডাৰেচছন গঠিত হৈছিল?

উঃ 1983 চনত।

প্ৰঃ ইংৰাজ বক্সিঙৰ পিতৃস্বৰূপ কোন?

উঃ জেক ব্রউটন।

প্ৰঃ বিশ্বৰ পেছাদৰী বক্সিং নিয়ন্ত্ৰণকাৰী আন্তৰ্জাতিক সংস্থাটোৰ নাম কি?

উঃ ৱৰ্ল্ড বক্সিং কাউন্সিল।

প্ৰঃ মহম্‌দ আলি কিমানবাৰ বিশ্ব হেভিৱেট বক্সিং চেম্পিয়ন হৈছিল?

উঃ তিনিবাৰ।

প্ৰঃ বাডি ডিচুজা হ’ল ‘অৰ্জুন বঁটা’ পোৱা প্ৰথমগৰাকী বক্সাৰ। তেওঁ কোন চনত এই বঁটা পাইছিল?

উঃ 1961 চনত।

প্ৰঃ  2005 চনত অৰ্জুন বঁটা Îপাৱা ভাৰতীয় বক্সাৰজন কোন?

উঃ অখিল কুমাৰ।

প্ৰঃ অপেছাদাৰী বক্সিং প্ৰতিযোগিতা এখনৰ কালৰ্দ্ঘ্যৈ কিমান?

উঃ দুই মিনিটকৈ চাৰি ৰাউণ্ড থাকে। প্ৰতিটো ৰাউণ্ডৰ মাজত এক মিনিট সময় বিৰতি থাকে।

প্ৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পৰা কোনগৰাকী আমেৰিকীয় বক্সাৰক মহান বক্সাৰৰূপে জনা যায়?

উঃ মহম্মদ আলি।

বক্সিং কুইজ

প্ৰঃ 1743 চনত জেক ব্রাফটনে বক্সিং জগতলৈ কি অৱদান আগবঢ়াইছিল?

উঃ জেক ব্রাফটনে পোন প্ৰথমতে বক্সিঙৰ নিয়মাৱলী সংজ্ঞাবদ্ধ কৰিছিল?

প্ৰঃ কেছিয়াচ মাৰ্চেলিয়াছ ক্লে হ’ল এগৰাকী বিখ্যাত হেভিৱেট বক্সিং চেম্পিয়নৰ জন্ম নাম। তেওঁ গ্ৰহণ কৰা নাম কি?

উঃ মহম্মদ আলি।

প্ৰঃ 2005 চনত বিশ্ব বক্সিং পৰিষদৰ বিশ্ব হেভিৱেট চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰা আমেৰিকাৰ বক্সাৰজনৰ নাম কি?

উঃ হাচিম ৰহমান।

প্ৰঃ  কোন চনত বক্সিং অলিম্পিকত অন্তৰ্ভূক্ত হয়?

উঃ 1904 চনত।

প্ৰঃ মহিলাৰ প্ৰথমখন বিশ্ব অপেচাদাৰী বক্সিং চেম্পিয়নশ্বিপ কেতিয়া অনুষ্ঠিত হৈছিল?

উঃ  2001 চনত।

প্ৰঃ কোন চনত ইংৰাজ কৰ্তৃপক্ষই বক্সিঙৰ ফ্লাইৱেট শ্ৰেণী প্ৰৱৰ্তন কৰিছিল?

উঃ 1910 চনত।

প্ৰঃ 2005  চনত মস্কোত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ 48 কিঃগ্ৰাঃ শাখাত সোণৰ পদক অৰ্জন কৰা ভাৰতীয় মহিলা গৰাকীৰ নাম কি?

উঃ এম চি মেৰিকম।

প্ৰঃ 1998 চনৰ ত্ৰয়োদশ এচিয়াডত সোণৰ পদক অৰ্জন কৰা ভাৰতীয় বক্সাৰগৰাকীৰ নাম কি?

উঃ এন জি ডিংকো সিং।

প্ৰঃ কনিষ্ঠতম বিশ্ব প্ৰসিদ্ধ বক্সাৰ মহম্মদ আলিৰ জীয়েকৰ নাম কি?

উঃ লেইলা আলি।

প্ৰঃ এখন পেচাদাৰী বক্সিং মেচত মহম্মদ আলি 1971 চনত এজন বক্সাৰৰ দ্বাৰা পৰাভূত হৈছিল। সেইজন বক্সাৰৰ নাম কি?

উঃ জ’ ফ্রেজিয়াৰ।

বক্সিং কুইজ

প্ৰঃ 1986 চনত মাইক টাইছন কনিষ্ঠতম হেভিৱেট চেম্পিয়ন হৈছিল। তেওঁৰ আগতে কনিষ্ঠতম হেভিৱেট চেম্পিয়ন কোন আছিল?

উঃ ফ্রইড পেটাৰছন।

প্ৰঃ বক্সিঙৰ আটাইতকৈ কম ওজনৰ শাখাটোৰ নাম কি?

উঃ ফ্লাইৱেট।

প্ৰঃ WBC ৰ সম্পূৰ্ণ ৰূপটো কি?

উঃ World Boxing Council.

প্ৰঃ IABF সম্পূৰ্ণ ৰূপটো কি?

উঃ Indian Amateur Boxing Federation. 0 0 0

Boxing Quiz

Q. In which year was the International Boxing Federation formed?

A. In 1983.

Q. Who is the father of English boxing?

A. Jack Broughton.

Q. What is the name of the international body that governs professional boxing in the world?

A. World Boxing Council.

Q. How many times did Mohammad Ali become the world heavyweight boxing champion?

A. Three times.

Q. Buddy D’Souza is the first boxer to win the Arjuna Award. In which year did he receive this award?

A. In 1961.

Q. Who is the Indian boxer who won the Arjuna Award in 2005?

A. Akhil Kumar.

Q. What is the duration of an amateur boxing tournament?

A: There are four rounds of two minutes each. There is a one-minute break between each round.

Q. Which American boxer is known as the greatest boxer since World War II?

A. Muhammad Ali.

Boxing quiz

Q. What contribution did Jack Brafton make to the world of boxing in 1743?

A. Jack Brafton was the first to define the rules of boxing?

Q. Cassius Marcelius Clay is the birth name of a famous heavyweight boxing champion. What is the name he adopted?

A. Muhammad Ali.

Q. What is the name of the American boxer who won the World Boxing Council World Heavyweight Championship in 2005?

A. Hashim Rahman.

Q. In which year was boxing included in the Olympics?

A. In 1904.

Q. When was the first Women’s World Amateur Boxing Championship held?

A. In 2001.

Q. In which year did the British authorities introduce the flyweight class of boxing?

A. In 1910.

Q. What is the name of the Indian woman who won the gold medal in the 48kg category at the 2005 World Championships in Moscow?

A. M. C. Merricom.

Q. What is the name of the Indian boxer who won the gold medal in the 13th Asiad in 1998?

A. N. G. Dinko Singh.

Q. What is the name of the daughter of the youngest world famous boxer Mohammad Ali?

A. Leila Ali.

Q. In a professional boxing match, Mohammad Ali was defeated by a boxer in What is the name of that boxer?

A. Joe Frazier.

Boxing quiz

Q. In 1986, Mike Tyson became the youngest heavyweight champion. Who was the youngest heavyweight champion before him?

A. Freud Patterson.

Q. What is the name of the lightest weight class in boxing?

A. Flyweight.

Q. What is the full form of WBC?

A. World Boxing Council.

Q. What is the IABF full form?

A. Indian Amateur Boxing Federation.0 0 0

 

নোট: যদি আপুনি উক্ত বক্সিং কুইজ | Boxing Quiz পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

Boxing Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

বক্সিং কুইজ | Boxing Quiz

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here