Home Biographies বাচেন্দ্ৰিপাল | Bachendri Pal

বাচেন্দ্ৰিপাল | Bachendri Pal

0

বাচেন্দ্ৰিপাল | Bachendri Pal

বাচেন্দ্ৰিপাল  Bachendri Pal

 

বাচেন্দ্ৰি পাল

বাচেন্দ্ৰিপাল | Bachendri Pal

বাচেন্দ্ৰিপাল (Bachendri Pal) হৈছে এভাৰেষ্ট শৃংগ বিজয় কৰা প্ৰথমজনী ভাৰতীয় মহিলা।  তাইৰ জন্ম হয় ১৯৫২ চন ভাৰতৰ উত্তৰাঞ্চলত। তাই ১৯৮৪ চনত এভাৰেষ্ট শৃংগ অভিযান সম্পন্ন কৰে।  ভাৰত চৰকাৰে তাইৰ কৃতিত্বৰ স্বীকৃতি হিচাপে ২০১৯ চনত ‘পদ্ম ভূষণ’ উপাধিৰে সন্মানিত  কৰে। তাই বহু বছৰ টাটা ষ্টিল এডেভনচাৰ ফাউণ্ডেনত প্ৰশিক্ষক হিচাপে সেৱা আগবঢ়ায়। তাইৰ অধীনত প্ৰশিক্ষণ লৈ উত্তৰ প্ৰদেশৰ অৰুণিমা সিংহাই বিকলাঙ্গ হৈয়ো ২০১৩ চনত এভাৰেষ্ট শৃংগ বিজয় কৰিবলৈ সক্ষম হয়।  ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

বি. দ্র. উক্ত ‘বাচেন্দ্ৰিপাল | Bachendri Pal ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here