Home Amplification বিনয় পৰম ভূষণ–ভাব সম্প্ৰসাৰণ | Binoy Param Vukhan

বিনয় পৰম ভূষণ–ভাব সম্প্ৰসাৰণ | Binoy Param Vukhan

বিনয় পৰম ভূষণ

0

বিনয় পৰম ভূষণ–ভাব সম্প্ৰসাৰণ

বিনয় পৰম ভূষণ

 

বিনয় পৰম ভূষণ–ভাব সম্প্ৰসাৰণ

বিনয় পৰম ভূষণ–ভাব সম্প্ৰসাৰণ | Binoy Param Vukhan

‘বিনয়’ অৰ্থাৎ বিনীত ভাব  বা ভদ্ৰতা যে এক ডাঙৰ  গুণ তাকে বুজাবলৈ উক্ত কথাফাকি ব্যক্ত কৰা হয়। 

সঁচা অৰ্থত মানুহ হ’বলৈ হ’লে এজন ব্যক্তিৰ কেইবাটাও মানৱীয় গুণ থাকিব লাগে, যেনে: দয়া, ক্ষমা, পৰোপকাৰিতা, সহিষ্ণুতা, প্ৰেম, মৰম, অহিংসা, বিনয়  ইত্যাদি। এই গুণবোৰৰ ভিতৰত ‘বিনয়’ গুণটোক ‘পৰম’ অৰ্থাৎ শ্রেষ্ঠ বুলি কোৱা হয়। আকৌ বিনয় গুণে ভদ্ৰতা, নম্ৰতা, সৰলতা আদি গুণক সামৰি লয়। সাধাৰণতে অন্যান্য মানৱীয় গুণ আয়ত্ব কৰোতে  প্ৰথমতে ব্যক্তি এজন বিনয়ী হ’ব লাগিব। অৰ্থাৎ মানুহৰ প্ৰতি ভদ্ৰ আচৰণ কৰিবলৈ শিকিব লাগিব। যাৰ মাজত এই ভদ্ৰতা বা বিনয়ী গুণ থাকে, সি অন্যান্য গুণ সহজে আয়ত্ব কৰিব পাৰে। বিনয়ী ব্যক্তি এজনে ডাঙৰক শ্ৰদ্ধা কৰে, সৰুক মৰম কৰে আৰু পিতৃ-মাতৃ, শিক্ষাগুৰু আদিক মানি চলে। অৰ্থাৎ আমি যদি বিনয়ী হ’বলৈ শিকো তেন্তে আমাৰ মাজত অন্যান্য সকলো গুণৰ বিকাশ আপুনা-আপুনি হৈ থাকে। সেয়ে বিনয়ক পৰম ভূষণ অৰ্থাৎ অলংকাৰ বুলি কোৱা হয়। 0 0 0

বিনয় পৰম ভূষণ–ভাব সম্প্ৰসাৰণ | Binoy Param Vukhan

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here