Home Quiz বিশ্ব খেল কুইজ | World Sports Quiz

বিশ্ব খেল কুইজ | World Sports Quiz

0

আপুনি যদি বিশ্ব খেল কুইজ | World Sports Quiz বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । ইয়াত বিশ্ব খেল কুইজ | World Sports Quiz বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰিছোঁ । আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে কুইজবোৰ ভাল পাব ।

বিশ্ব খেল কুইজ World Sports Quiz

বিশ্ব খেল কুইজ, World Sports Quiz

বিশ্ব খেল কুইজ

প্ৰঃ বিশ্বৰ আটাইতকৈ প্ৰাচীন ক্ৰীড়া সমাৰোহটোৰ নাম কি?

উঃ  অলিম্পিক।

প্ৰঃ বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধৰ নাম কি?

উঃ  ধনুর্বিদ্যা (আৰ্চাৰী)।

প্ৰঃ অলিম্পিক খেলৰ জন্মস্থান ক’ত?

উঃ  প্ৰাচীন গ্ৰীচ দেশৰ ‘অলিম্পিয়া’ নামে ঠাইত।

প্ৰঃ আধুনিক অলিম্পিক খেলৰ পিতৃ কোন?

উঃ  পিয়েৰ দ্য কুবাৰ্টিন (ফ্রান্স)।

প্ৰঃ আধুনিক অলিম্পিক খেল কেতিয়া আৰম্ভ হয়?

উঃ  1896 চনত, এথেন্সত।

প্ৰঃ প্ৰথম আধুনিক অলিম্পিক খেলত কিমানখন দেশে অংশ গ্ৰহণ কৰিছিল?

উঃ  13 খন দেশে।

প্ৰঃ 2008 চনত কোন দেশত অলিম্পিক খেল অনুষ্ঠিত হৈছিল?

উঃ  চীন দেশৰ বেইজিঙত।

প্ৰঃ বেইজিং অলিম্পিকৰ শ্লোগান কি আছিল?

উঃ  ৱান ৱৰ্ল্ড, ৱান ড্ৰিম (এটি পৃথিৱী, এটি সপোন)।

প্ৰঃ 2008 চনৰ অলিম্পিক খেলত প্ৰদান কৰা স্বৰ্ণ পদকৰ সংখ্যা কিমান আছিল?

উঃ  302 টা।

প্ৰঃ বিশ্বকাপ  ফুটবল কেইবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা হয়?

উঃ  চাৰি বছৰ।

প্ৰঃ অলিম্পিক খেলত কেতিয়াৰ পৰা মহিলাই অংশ গ্ৰহণ কৰাৰ অধিকাৰ পায়?

উঃ  1900 চনৰ পেৰিচ অলিম্পিকৰ পৰা।

বিশ্ব খেল কুইজ, World Sports Quiz

প্ৰঃ অলিম্পিক খেল কেই বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা হয়?

উঃ  চাৰি বছৰ।

প্ৰঃ এচিয়া মহাদেশৰ কোনখন দেশত প্ৰথম অলিম্পিক খেল অনুষ্ঠিত হৈছিল?

উঃ  জাপানৰ ৰাজধানী টকিঅ’ত (1964 চনত)।

প্ৰঃ আধুনিক অলিম্পিকত প্ৰথম পদক অৰ্জন কৰা খেলুৱৈজন কোন আছিল?

উঃ বেণ্ডন কানলী (আমেৰিকা)।

প্ৰঃ প্ৰথম আধুনিক অলিম্পিক খেলত কেইগৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল?

উঃ 311 জন।

প্ৰঃ অলিম্পিক প্ৰতীকটোত কেইটা ৰং আছে?

উঃ  পাঁচটা।

প্ৰঃ অলিম্পিকত অংশ গ্ৰহণ কৰা প্ৰথম গৰাকী ভাৰতীয মহিলা এথলিট কোন?

উঃ  মেৰী ডিচুজা।

প্ৰঃ অলিম্পিক খেলৰ মূলমন্ত্ৰ কি?

উঃ  চাইটিয়াচ, এলটিয়াচ, ফৰটিয়াচ (অধিক বেগী, অধিক উচ্চ, অধিক শক্তিমান)।

প্ৰঃ প্ৰথমখন বিশ্বকাপ ফুটবল কোন ঠাইত অনুষ্ঠিত হৈছিল?

উঃ  উৰুগুৱেত (1930 চনত)।

প্ৰঃ প্ৰথম মহিলা ফুটবল খেল কেতিয়া অনুষ্ঠিত হৈছিল?

উঃ  চীনৰ গুয়াং ঝৌত, 1991 চনত।

প্ৰঃ কোনজন খেলুৱৈক বিশ্বৰ সবৰ্বশ্রেষ্ঠ ফুটবল খেলুৱৈ বুলি কোৱা হয়?

উঃ  ব্রাজিলৰ পেলে।

প্ৰঃ বিশ্বকাপ ফুটবল আয়োজক ‘ফিফা’ৰ চৰকাৰী ভাষা কি?

উঃ  ফৰাচী।

প্ৰঃ ক্ৰিকেট খেলৰ জন্মস্থান ক’ত?

উঃ  ইংলণ্ড।

প্ৰঃ প্ৰথম বিশ্বকাপ ক্ৰিকেট খেল ক’ত অনুষ্ঠিত হৈছিল?

উঃ  ইংলণ্ডত, 1975 চনত।

প্ৰঃ বিশ্বকাপ ক্ৰিকেটত হেটট্ৰিক কৰা প্ৰথমজন বলাৰ কোন?

উঃ  ভাৰতৰ চেতন শৰ্মা।

প্ৰঃ বিশ্বৰ কোনজন খেলুৱৈক ‘কলা মুকুতা’ আখ্যা দিয়া হৈছে?

উঃ পেলে।

বিশ্ব খেল কুইজ, World Sports Quiz

প্ৰঃ বিশ্বৰ বৃহত্তম ফুটবল খেলপথাৰ কোনখন?

উঃ  মাৰাকানা মিউনিচিপাল ষ্টেডিয়াম, ব্রাজিল (2,05,000 দৰ্শকে একেলগে খেল চাব পৰা সুবিধা আছে।

প্ৰঃ বিশ্বকাপ ফুটবল খেল প্ৰতিযোগিতাৰ খেল পৰিচালনা কৰিবৰ বাবে আমন্ত্ৰিত সবৰ্ব প্ৰথম ভাৰতীয়জন কোন?

উঃ  কমলেশ্বৰ শংকৰ।

প্ৰঃ এচিয়ান গেমচ কেইবছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়?

উঃ  চাৰি বছৰৰ মূৰে মূৰে।

প্ৰঃ প্ৰথম এচিয়ান গেমচ ক’ত অনুষ্ঠিত হৈছিল?

উঃ  ভাৰতত, 1951 চনত।

প্ৰঃ ভাৰতৰ জাতীয় খেল কি?

উঃ  হকী আৰু কাবাডী।

প্ৰঃ হকী খেলৰ জন্মস্থান ক’ত?

উঃ  ভাৰত।

প্ৰঃ দবা খেলৰ জন্মস্থান ক’ত?

উঃ  ভাৰত।

প্ৰঃ প্ৰথম এচিয়ান গেমচ কোনে উদ্বোধন কৰিছিল?

উঃ  স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে।

প্ৰঃ টেনিচ খেলৰ জন্মস্থান ক’ত?

উঃ  ফ্রান্স।

প্ৰঃ ভাৰতৰ কোন তিনি গৰাকী ভাই-ককায়ে উইম্বলডন টেনিচত ভাগ লৈছিল?

উঃ  বিজয়ৰাজ, অমৃতৰাজ আৰু অশোকৰাজ।

প্ৰঃ উইম্বলডন টেনিচত ভাগ লোৱা প্ৰথমজন ভাৰতীয় কোন?

উঃ  চৰ্দাৰ নিহালী সিং। 

প্ৰঃ উইম্বলডন টেনিচ প্ৰতিযোগিতা কেতিয়াৰ পৰা আৰম্ভ হয়?

উঃ 1880 চনৰ পৰা।

প্ৰঃ সৰ্ব প্ৰথম অলিম্পিক খেলত পদক পোৱা ভাৰতীয়জন কোন?

উঃ  লিয়েণ্ডাৰ পেজ।

প্ৰঃ কোনজন ভাৰতীয়ক ‘হকীৰ যাদুকৰ’ বুলি কোৱা হয়?

উঃ  ধ্যানচাঁদ।

প্ৰঃ প’ল খেলৰ জন্মস্থান ক’ত?

উঃ  মণিপুৰ (ভাৰত)।

প্ৰঃ বাস্কেটবলৰ জন্মস্থান ক’ত?

উঃ  আমেৰিকা।

প্ৰঃ  ভাৰতীয় ফুটবল ফেডাৰেচন কেতিয়া স্থাপন হৈছিল?

উঃ  1937 চনত।

বিশ্ব খেল কুইজ, World Sports Quiz

প্ৰঃ কোনজন ভাৰতীয় ক্ৰিকেটাৰে পোন প্ৰথমবাৰৰ বাবে 100 টা উইকেট দখল কৰিছিল?

উঃ কপিল দেৱ।

প্ৰঃ  কোনবিধ খেলত লিয়েণ্ডাৰ পেজৰ মাতৃ জেনিফাৰ পেজে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল?

উঃ বাস্কেট বল।

প্ৰঃ কোনগৰাকী ভাৰতীয় এথলিটক ‘সোণৰ ছোৱালী’ বুলি জনা যায়?

উঃ পি টি ঊষা।

প্ৰঃ বিশ্ব অপেচাদাৰী বিলিয়াৰ্ড খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় কোন?

উঃ উইলচন জনচ।

প্ৰঃ কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল?

উঃ 1983 চনত।

প্ৰঃ 1989 চনত সুনীত লাহা কোনবিধ খেলত সৰ্বপ্ৰথম ভাৰতীয় বিশ্ব চেম্পিয়ন হৈছিল?

উঃ ভাৰ উত্তোলন।

প্ৰঃ ভাৰতৰ কোনজন বিখ্যাত হকী খেলুৱৈৰ উপনাম ‘হকীৰ যাদুকৰ’?

উঃ ধ্যানচান্দ। ০ ০ ০

World Sports Quiz

Q. What is the name of the oldest sporting event in the world?

A. The Olympics.

Q. What is the name of the oldest sport in the world?

A. Archery.

Q. Where is the birthplace of the Olympic Games?

A. In Olympia in ancient Greece.

Q. Who is the father of the modern Olympic Games?

A. Pierre de Coubertin (France).

Q. When did the modern Olympic Games begin?

A. In 1896, in Athens.

Q. How many countries participated in the first modern Olympic Games?

A. In 13 countries.

Q. Which country hosted the Olympic Games in 2008?

A. In Beijing, China.

Q. What was the slogan of the Beijing Olympics?

A: One World, One Dream (one world, one dream).

Q. What was the number of gold medals awarded in the 2008 Olympic Games?

A. 302 pieces.

Q: How many years is the World Cup football held?

A. Four years.

Q. When did women get the right to participate in the Olympic Games?

A. From the 1900 Paris Olympics.

Q. How many years are the Olympic Games held?

A. Four years.

Q. Which Asian country hosted the first Olympic Games?

A. In Tokyo, Japan (in 1964).

Q. Who was the first athlete to win a medal in the modern Olympics?

A. Bandon Kanley (USA).

Q. How many competitors participated in the first modern Olympic Games?

A. 311 people.

Q. How many colors are there in the Olympic emblem?

A. Five.

Q. Who is the first Indian female athlete to compete in the Olympics?

A. Mary D’Souza.

Q. What is the motto of the Olympic Games?

A. Scythius, Altius, Fortius (faster, higher, stronger).

Q. Where was the first World Cup football held?

A. In Uruguay (in 1930).

Q. When was the first women’s football game played?

A. Guangzhou, China, in

Q. Who is considered the greatest football player in the world?

A. Pele, Brazil.

Q: What is the official language of World Cup organizers FIFA?

A. French.

Q. Where is the birthplace of the game of cricket?

A. England.

Q. Where was the first World Cup cricket match played?

A. In England, in

Q. Who is the first bowler to score a hat-trick in World Cup cricket?

A. Chetan Sharma of India.

Q. Which player in the world has been called the ‘black pearl’?

A. Pele.

Q. Which is the largest football stadium in the world?

A. Maracana Municipal Stadium, Brazil (205,000 spectators simultaneously.

Q. Who was the first Indian to be invited to officiate a World Cup football tournament?

A. Kamaleshwar Shankar.

Q. How many years are the Asian Games held?

A. Every four years.

Q. Where was the first Asian Games held?

A. In India, in

Q. What is the national sport of India?

A. Hockey and kabaddi.

Q. Where is the birthplace of hockey?

A. India.

Q. Where is the birthplace of chess?

A. India.

Q. Who inaugurated the first Asian Games?

A. Jawaharlal Nehru, the first Prime Minister of independent India.

Q. Where is the birthplace of tennis?

A. France.

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here