Home Knowledge ভাৰতত প্রথম বিবিধ বিষয়

ভাৰতত প্রথম বিবিধ বিষয়

0

ভাৰতত প্রথম বিবিধ বিষয়

ভাৰতত প্রথম বিবিধ বিষয়

 

ভাৰতত প্রথম বিবিধ বিষয়

ভাৰতত প্রথম বিবিধ বিষয়

ইংৰাজী ভাষাত প্ৰকাশিত ভাৰতৰ প্ৰথমখন মহিলা আলোচনী —ইণ্ডিয়ান লেডিচ মেগাজিন।

ভাৰতৰ প্ৰথমখন মহিলা আলোচনী—-ভাৰতী।

ভাৰতৰ প্ৰথমখন বিজ্ঞান আলোচনী—- চায়েন্স এণ্ড কালচাৰ (1935 চন)।

ভাৰতৰ প্ৰথমজন কুইজ মাষ্টাৰ—- নীল অ’ব্রায়ান।

ভাৰতত প্ৰথম কুইজ প্ৰতিযোগিতা হৈছিল—- কলকাতাত (27 নৱে, 1967) চন। 

ভাৰতলৈ ছাবমেৰিণৰ পোন প্ৰথম আগমন—-1967 চন।

ভাৰতত থলুৱাভাবে নিৰ্মিত প্ৰথমখন ছাবমেৰিণ—-আই এন এছ-ছালকি।

ভাৰতৰ প্ৰথমখন বাষ্পচালিত জাহাজ —-ডায়েনা। ভাৰতত প্রথম বিবিধ বিষয়

ভাৰতৰ প্ৰথমখন ডিজেল চালিত জাহাজ —-হিউ লিগুছে।

বিদেশলৈ যাত্ৰা কৰা প্ৰথমখন ভাৰতীয় জাহাজ—-এছ এছ লয়েলটি (1919চন)।

ভাৰতৰ প্ৰথমখন নৌপ্ৰশিক্ষণৰ জাহাজ—-ডুফেৰিণ।

ভাৰতৰ প্ৰথমখন আধুনিক জাহাজ—-জল ঊষা (1948 চন)।

ভাৰতত নিৰ্মিত প্ৰথমখন মালবাহী জাহাজ—-এম ভি আন্দামান।

সমুদ্ৰ খননৰ বাবে নিৰ্মিত প্ৰথমখন জাহাজ—-সাগৰ ভূষণ (1987) চন)।

বিদেশলৈ যোৱা প্ৰথমখন ভাৰতীয় মালবাহী জাহাজ—-এছ এছ জলবালা (1948 চন)। ভাৰতত প্রথম বিবিধ বিষয়  

ভাৰতৰ প্ৰথমটো চলচ্চিত্ৰ অনুৰাগী সংঘ—-দা এৰ’ল ফিল্ম ফেন ক্লাব।

ভাৰতৰ প্ৰথমটো দুখন পৰ্দাযুক্ত চিত্ৰ গৃহ—-টপিৱালা  (মুম্বাই)।

আৱহ সংগীত বিহীন প্ৰথম ভাৰতীয় চলচিত্ৰ—-দুনীয়া না মানে ।

একাধিক ভাষা ব্যৱহাৰ কৰা প্ৰথমখন ভাৰতীয় ছবি—-ছাজায়ে কালা পানী।

ভাৰতৰ প্ৰথমখন ত্ৰিমাত্ৰিক চলচিত্ৰ—-মাই ডিয়েৰ কুট্ৰিচহ’ন (1984)।

ষ্টুডিঅ’ দৃশ্যসজ্জাহীন প্ৰথমখন ভাৰতীয় ছবি—-আচমান মহল।

এজন অভিনেতা, এটা দৃশ্যসজ্জাৰ প্ৰথমখন ভাৰতীয় ছবি—-যাদে।

ভাৰতৰ প্ৰথমখন হত্যা ৰহস্য বিষয়ক ছবি—-কানুন।

ভাৰতৰ প্ৰথমখন হৰ’ৰ ছবি—-দো গজ জমিন কে নিচে।

ভাৰতৰ প্ৰথমখন চিনেমাস্ক’প পদ্ধতিৰ ৰঙ্গীন ছবি—-প্যাৰ কি পাচ।

ভাৰতৰ প্ৰথমটো শীত-তাপ নিয়ন্ত্ৰিত চিনেমা হল—-ৰিগেল থিয়েটাৰ, মুম্বাই।

ভাৰতৰ প্ৰথম তথ্যচিত্ৰ মহোৎসৱ—-1958চন, মুম্বাইত।

ভাৰতত অনুষ্ঠিত প্ৰথম আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱ—-1952 চন, মুম্বাইত।

ভাৰতৰ প্ৰথমখন বহুভাষিক ছবি—-কৰ্ট ডেন্সাৰ (1941 চন)।

চুম্বনৰ দৃশ্য দেখুওৱা প্ৰথমখন ভাৰতীয় ছবি—-জীৰিনা (1932)।

দ্বৈত ভূমিকাত অভিনয় কৰা প্ৰথমজন ভাৰতীয় শিশু শিল্পী—-নিতু সিং।

ভাৰতীয় ছবিত প্ৰথম ইংৰাজী গীতটো—-‘মাই হাৰ্ট ইজ বিটিং’ (বোলছবি- ‘জুলী’)।

হলিউডৰ চলচিত্ৰত অভিনয় কৰা প্ৰথম ভাৰতীয় অভিনেতা—-দস্তাগিৰ (চাবু)।

ভাৰতৰ প্ৰথমখন সংস্কৃত ভাষাৰ চলচ্চিত্ৰ—-আদি শংকৰাচাৰ্য (1982)।

পানীৰ তলত চিত্ৰ গ্ৰহণ কৰা প্ৰথমখন ভাৰতীয় ছবি—-চেন্সুলক্ষী।

ভাৰতৰ প্ৰথমখন সংকলিত চলচিত্ৰ—-বম্বে টকিজ।

জীৱ-জন্তুক লৈ প্ৰথম ভাৰতীয় ছবি—-তুফানী টাৰ্জন।

আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত যোগদান কৰা প্ৰথম ভাৰতীয় ছবি—-সীতা।

ভাৰতৰ প্ৰথমখন শীত-তাপ নিয়ন্ত্ৰিত প্ৰমোদ তৰী—-হৰ্ষবৰ্ধন (1972 চন)।

ভাৰতৰ প্ৰথমখন থলুৱা তৈলবাহী জাহাজ—-মতিলাল নেহৰু (1992 চন)।

ভাৰতৰ প্ৰথমখন দুমহলীয়া তৈলবাহী জাহাজ—-আবুল কালম আজাদ।

ভাৰতত জীৱন বীমাৰ বাবে স্থাপিত প্ৰথমটো সংস্থা—- মিউচুৱেল ইনচিওৰেন্স ছ’ছাইটি  (1871চন, মুম্বাই)। ০ ০ ০

ভাৰতত প্রথম বিবিধ বিষয়

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

ভাৰতত প্রথম বিবিধ বিষয় 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here