ভাৰতত প্রথম বিবিধ বিষয়
ভাৰতত প্রথম বিবিধ বিষয়
ভাৰতত প্রথম বিবিধ বিষয়
ইংৰাজী ভাষাত প্ৰকাশিত ভাৰতৰ প্ৰথমখন মহিলা আলোচনী —ইণ্ডিয়ান লেডিচ মেগাজিন।
ভাৰতৰ প্ৰথমখন মহিলা আলোচনী—-ভাৰতী।
ভাৰতৰ প্ৰথমখন বিজ্ঞান আলোচনী—- চায়েন্স এণ্ড কালচাৰ (1935 চন)।
ভাৰতৰ প্ৰথমজন কুইজ মাষ্টাৰ—- নীল অ’ব্রায়ান।
ভাৰতত প্ৰথম কুইজ প্ৰতিযোগিতা হৈছিল—- কলকাতাত (27 নৱে, 1967) চন।
ভাৰতলৈ ছাবমেৰিণৰ পোন প্ৰথম আগমন—-1967 চন।
ভাৰতত থলুৱাভাবে নিৰ্মিত প্ৰথমখন ছাবমেৰিণ—-আই এন এছ-ছালকি।
ভাৰতৰ প্ৰথমখন বাষ্পচালিত জাহাজ —-ডায়েনা। ভাৰতত প্রথম বিবিধ বিষয়
ভাৰতৰ প্ৰথমখন ডিজেল চালিত জাহাজ —-হিউ লিগুছে।
বিদেশলৈ যাত্ৰা কৰা প্ৰথমখন ভাৰতীয় জাহাজ—-এছ এছ লয়েলটি (1919চন)।
ভাৰতৰ প্ৰথমখন নৌপ্ৰশিক্ষণৰ জাহাজ—-ডুফেৰিণ।
ভাৰতৰ প্ৰথমখন আধুনিক জাহাজ—-জল ঊষা (1948 চন)।
ভাৰতত নিৰ্মিত প্ৰথমখন মালবাহী জাহাজ—-এম ভি আন্দামান।
সমুদ্ৰ খননৰ বাবে নিৰ্মিত প্ৰথমখন জাহাজ—-সাগৰ ভূষণ (1987) চন)।
বিদেশলৈ যোৱা প্ৰথমখন ভাৰতীয় মালবাহী জাহাজ—-এছ এছ জলবালা (1948 চন)। ভাৰতত প্রথম বিবিধ বিষয়
ভাৰতৰ প্ৰথমটো চলচ্চিত্ৰ অনুৰাগী সংঘ—-দা এৰ’ল ফিল্ম ফেন ক্লাব।
ভাৰতৰ প্ৰথমটো দুখন পৰ্দাযুক্ত চিত্ৰ গৃহ—-টপিৱালা (মুম্বাই)।
আৱহ সংগীত বিহীন প্ৰথম ভাৰতীয় চলচিত্ৰ—-দুনীয়া না মানে ।
একাধিক ভাষা ব্যৱহাৰ কৰা প্ৰথমখন ভাৰতীয় ছবি—-ছাজায়ে কালা পানী।
ভাৰতৰ প্ৰথমখন ত্ৰিমাত্ৰিক চলচিত্ৰ—-মাই ডিয়েৰ কুট্ৰিচহ’ন (1984)।
ষ্টুডিঅ’ দৃশ্যসজ্জাহীন প্ৰথমখন ভাৰতীয় ছবি—-আচমান মহল।
এজন অভিনেতা, এটা দৃশ্যসজ্জাৰ প্ৰথমখন ভাৰতীয় ছবি—-যাদে।
ভাৰতৰ প্ৰথমখন হত্যা ৰহস্য বিষয়ক ছবি—-কানুন।
ভাৰতৰ প্ৰথমখন হৰ’ৰ ছবি—-দো গজ জমিন কে নিচে।
ভাৰতৰ প্ৰথমখন চিনেমাস্ক’প পদ্ধতিৰ ৰঙ্গীন ছবি—-প্যাৰ কি পাচ।
ভাৰতৰ প্ৰথমটো শীত-তাপ নিয়ন্ত্ৰিত চিনেমা হল—-ৰিগেল থিয়েটাৰ, মুম্বাই।
ভাৰতৰ প্ৰথম তথ্যচিত্ৰ মহোৎসৱ—-1958চন, মুম্বাইত।
ভাৰতত অনুষ্ঠিত প্ৰথম আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱ—-1952 চন, মুম্বাইত।
ভাৰতৰ প্ৰথমখন বহুভাষিক ছবি—-কৰ্ট ডেন্সাৰ (1941 চন)।
চুম্বনৰ দৃশ্য দেখুওৱা প্ৰথমখন ভাৰতীয় ছবি—-জীৰিনা (1932)।
দ্বৈত ভূমিকাত অভিনয় কৰা প্ৰথমজন ভাৰতীয় শিশু শিল্পী—-নিতু সিং।
ভাৰতীয় ছবিত প্ৰথম ইংৰাজী গীতটো—-‘মাই হাৰ্ট ইজ বিটিং’ (বোলছবি- ‘জুলী’)।
হলিউডৰ চলচিত্ৰত অভিনয় কৰা প্ৰথম ভাৰতীয় অভিনেতা—-দস্তাগিৰ (চাবু)।
ভাৰতৰ প্ৰথমখন সংস্কৃত ভাষাৰ চলচ্চিত্ৰ—-আদি শংকৰাচাৰ্য (1982)।
পানীৰ তলত চিত্ৰ গ্ৰহণ কৰা প্ৰথমখন ভাৰতীয় ছবি—-চেন্সুলক্ষী।
ভাৰতৰ প্ৰথমখন সংকলিত চলচিত্ৰ—-বম্বে টকিজ।
জীৱ-জন্তুক লৈ প্ৰথম ভাৰতীয় ছবি—-তুফানী টাৰ্জন।
আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত যোগদান কৰা প্ৰথম ভাৰতীয় ছবি—-সীতা।
ভাৰতৰ প্ৰথমখন শীত-তাপ নিয়ন্ত্ৰিত প্ৰমোদ তৰী—-হৰ্ষবৰ্ধন (1972 চন)।
ভাৰতৰ প্ৰথমখন থলুৱা তৈলবাহী জাহাজ—-মতিলাল নেহৰু (1992 চন)।
ভাৰতৰ প্ৰথমখন দুমহলীয়া তৈলবাহী জাহাজ—-আবুল কালম আজাদ।
ভাৰতত জীৱন বীমাৰ বাবে স্থাপিত প্ৰথমটো সংস্থা—- মিউচুৱেল ইনচিওৰেন্স ছ’ছাইটি (1871চন, মুম্বাই)। ০ ০ ০
ভাৰতত প্রথম বিবিধ বিষয়
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ভাৰতত প্রথম বিবিধ বিষয়
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: