Home Quiz ভাৰতৰ ধৰ্ম আৰু উৎসৱ কুইজ

ভাৰতৰ ধৰ্ম আৰু উৎসৱ কুইজ

0

ভাৰতৰ ধৰ্ম আৰু উৎসৱ কুইজ প্ৰঃ ভাৰতৰ প্ৰাচীনতম ধৰ্ম কি? উঃ হিন্দু ধৰ্ম। প্ৰঃ কোনটো উংসৱক ভাৰতৰ জাতীয় উৎসৱ বুলি বিবেচনা কৰা হয়?

ভাৰতৰ ধৰ্ম আৰু উৎসৱ কুইজ

ভাৰতৰ ধৰ্ম আৰু উৎসৱ কুইজ

ভাৰতৰ ধৰ্ম আৰু উৎসৱ কুইজ

প্ৰঃ ভাৰতৰ প্ৰাচীনতম ধৰ্ম কি?

উঃ হিন্দু ধৰ্ম।

প্ৰঃ কোনটো উংসৱক ভাৰতৰ জাতীয় উৎসৱ বুলি বিবেচনা কৰা হয়?

উঃ দূৰ্গোৎসৱ।

প্ৰঃ দৌল উৎসৱক নামনি অসমত কি উৎসৱ বুলি কোৱা হয়?

উঃ হোলি উৎসৱ।

প্ৰঃ ভাৰতত উদ্ভৱ হোৱা দুটি ধৰ্মৰ নাম কোৱা?

উঃ জৈন ধৰ্ম আৰু শিখ ধৰ্ম।

প্ৰঃ শংকৰদেৱৰ জন্মোৎসৱ কেতিয়া পালন কৰা হয়?

উঃ আহিন মাহৰ পূৰ্ণিমা তিথিত।

প্ৰঃ ভাৰতৰ কোনখন ঠাইত ‘দিলৱাৰা’ মন্দিৰ অৱস্থিত?

উঃ মাউন্ট আবুত।

প্ৰঃ ভাৰতৰ সূৰ্য মন্দিৰ ক’ত অৱস্থিত?

উঃ কোণাৰ্কত।

প্ৰঃ ভাৰতৰ প্ৰাচীনতম গীৰ্জা ঘৰটো ক’ত অৱস্থিত?

উঃ কেৰালাৰ পালায়ুৰত।

ভাৰতৰ ধৰ্ম আৰু উৎসৱ কুইজ

প্ৰঃ ভাৰতত অৱস্থিত ইহুদীসকলৰ প্ৰাচীনতম  উপাসনা গৃহটো ক’ত ?

উঃ কেৰালাৰ কোঁচিত।

প্ৰঃ এচিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ক’ত অৱস্থিত?

উঃ অৰুণাচল প্ৰদেশৰ টাৱাঙত।

প্ৰঃ ভাৰতৰ কোন ঠাইত আটাইতকৈ বেছি  মঠ- মন্দিৰ আছে?

উঃ হিমাচল প্ৰদেশত।

প্ৰঃ ভাৰতৰ কোনখন ঠাই স্নানঘাট, বিশ্ববিদ্যালয়, আৰু ৰেচম কাপোৰৰ বাবে বিখ্যাত?

উঃ বাৰাণসী।

প্ৰঃ বিখ্যাত লিঙ্গৰাজ মন্দিৰ ক’ত অৱস্থিত?

উঃ ভূৱেনশ্বৰত।

প্ৰঃ ‘মিনাক্ষী মন্দিৰ’ ক’ত অৱস্থিত?

উঃ মাদুৰাইত।

প্ৰঃ ভাৰতৰ বৃহৎ মছজিদ কোনটো?

উঃ  দিল্লীৰ জামা মচজিদ।

প্ৰঃ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ গুৰুদ্বাৰটো ক’ত অৱস্থিত?

উঃ পঞ্জাৱৰ অমৃতস্বৰত।

প্ৰঃ বিশ্বৰ প্ৰথমটো গ্ৰেনাইট মন্দিৰ ক’ত অৱস্থিত?

উঃ তামিলনাডুৰ তাঞ্জাবুৰত থকা বৃহদেশ্বৰ মন্দিৰ।

প্ৰঃ এহেজাৰটা স্তম্ভযুক্ত ভাৰতৰ দীৰ্ঘতম মন্দিৰ কোনখন?

উঃ তামিলনাডুৰ ৰামেশ্বৰমৰ ৰামানাথন স্বামী মন্দিৰ।

ভাৰতৰ ধৰ্ম আৰু উৎসৱ কুইজ

প্ৰঃ পদ্মপুৰাণত শ্লোকৰ সংখ্যা কিমান?

উঃ পঁচপন্ন হাজাৰ।

প্ৰঃ মাৰ্কণ্ডেয় পুৰাণত শ্লোকৰ সংখ্যা কিমান?

উঃ ন হাজাৰ।

প্ৰঃ ‘জগন্নাথ মন্দিৰ’ ক’ত অৱস্থিত?

উঃ পুৰীত।

প্ৰঃ শ্ৰীকৃষ্ণই জন্ম লাভ কৰা ঠাইখনৰ নাম কি?

উঃ মথুৰা।

প্ৰঃ ভাৰতৰ বৃহত্তম গুহা  মন্দিৰ ক’ত অৱস্থিত?

উঃ মহাৰাষ্ট্ৰৰ কাৰ্লি গাঁৱত।

প্ৰঃ ‘আলি-আই-লৃগাং’ উৎসৱৰ মুখ্য আকৰ্ষণ কি?

উঃ গুমৰাগ নৃত্য।

প্ৰঃ বাৰাণসী ক’ত অৱস্থিত?

উঃ উত্তৰ প্ৰদেশত।

প্ৰঃ উজ্জয়িনী ক’ত অৱস্থিত?

উঃ মধ্য প্ৰদেশত।

প্ৰঃ শ্ৰীৰংগম মন্দিৰ ক’ত অৱস্থিত?

উঃ তামিলনাডুৰ তিৰোচিৰাপল্লীত।

প্ৰঃ জৈনসকলৰ শিখৰজী মন্দিৰ ক’ত অৱস্থিত?

উঃ বিহাৰত।

প্ৰঃ ৰামেশ্বৰম মন্দিৰ ক’ত অৱস্থিত?

উঃ তামিলনাডুত।

প্ৰঃ মীণাক্ষী মন্দিৰ ক’ত অৱস্থিত?

উঃ তামিলনাডুৰ মাদুৰাইত।

প্ৰঃ মহাকাল মন্দিৰ ক’ত অৱস্থিত?

উঃ উজ্জয়িনীত।

প্ৰঃ কামাখ্যা মন্দিৰ ক’ত অৱস্থিত?

উঃ নীলাচল পাহাৰত (অসম)।

প্ৰঃ মহাবালিপুৰম মন্দিৰ ক’ত অৱস্থিত?

উঃ মহাবালিপুৰমত।

প্ৰঃ কেদাৰনাথ মন্দিৰ ক’ত অৱস্থিত?

উঃ উত্তৰাখণ্ডত।

প্ৰঃ বদৰিনাথ মন্দিৰ ক’ত অৱস্থিত?

উঃ উত্তৰাখণ্ডত।

প্ৰঃ অমৰনাথ মন্দিৰ ক’ত অৱস্থিত?

উঃ কাশ্মীৰত।

প্ৰঃ অযোধ্যা ক’ত অৱস্থিত?

উঃ উত্তৰ প্ৰদেশত।

প্ৰঃ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন?

উঃ  গৌতম বুদ্ধ।

প্ৰঃ কিমান চনত বুদ্ধদেৱৰ জন্ম হয়?

উঃ  563 খ্ৰীষ্টপূৰ্বত।

প্ৰঃ তিৰোপতি মন্দিৰ ক’ত অৱস্থিত?

উঃ অন্ধ্ৰপ্ৰদেশত।

প্ৰঃ সূৰ্য মন্দিৰ ক’ত অৱস্থিত?

উঃ উৰিষ্যাৰ কোণাৰ্কত।

ভাৰতৰ ধৰ্ম আৰু উৎসৱ কুইজ

প্ৰঃ কঞ্চ মন্দিৰ ক’ত অৱস্থিত?

উঃ ইন্দোৰত।

প্ৰঃ কৈলাশনাথ মন্দিৰ ক’ত অৱস্থিত?

উঃ কাঞ্চীপুৰমত।

প্ৰঃ শিখসকলৰ স্বৰ্ণ মন্দিৰ ক’ত অৱস্থিত?

উঃ পঞ্জাৱৰ অমৃতস্বৰত।

প্ৰঃ বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখনৰ নাম কি?

উঃ ত্ৰি-পিটক।

প্ৰঃ বৌদ্ধ ধৰ্মৰ মূল ভাগ দুটা কি কি?

উঃ মহাযান আৰু হীনযান।

প্ৰঃ কেতিয়া হিন্দু ধৰ্মৰ উদ্ভৱ হয়?

উঃ 1500 খ্ৰীষ্টপূৰ্বত।

প্ৰঃ জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?

উঃ মহাবীৰ জৈন।

প্ৰঃ জৈন ধৰ্মৰ প্ৰধান দেৱতাৰ নাম কি?

উঃ জৈন ধৰ্ম মতে কোনো দেৱতা নাই।

প্ৰঃ শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন?

উঃ গুৰু নানক।

প্ৰঃ গুৰু নানকৰ জন্ম কিমান চনত হয়?

উঃ 1469 চনত।

প্ৰঃ শিখ ধৰ্ম গ্ৰন্থখনৰ নাম কি?

উঃ গুৰু গ্ৰন্থ চাহিব।

প্ৰঃ শিখ সকলৰ পৱিত্ৰ তীৰ্থস্থান ক’ত ?

উঃ পঞ্জাৱৰ অমৃতস্বৰত।

ভাৰতৰ ধৰ্ম আৰু  উৎসৱ কুইজ

প্ৰঃ হিন্দু ধৰ্মৰ মূল গ্ৰন্থ কেইটা কি কি?

উঃ হিন্দু ধৰ্মৰ মূল গ্ৰন্থ চাৰিটা, যেনে- ঋক বেদ, যৰ্জু বেদ, সামবেদ আৰু অথৰ্ব বেদ।

প্ৰঃ চাৰিখন বেদৰ সাৰকথা সন্নিবিষ্ট কৰি লিখা হিন্দুসকলৰ জনপ্ৰিয় ধৰ্ম পুথিখনৰ নাম কি?

উঃ ভগৱৎ গীতা।

প্ৰঃ ভাৰতত উদ্ভৱ হোৱা হিন্দু ধৰ্ম কোনটো বিদেশী ধৰ্মৰ লগত ওচৰ সম্বন্ধ আছে?

উঃ জোৰষ্টাৰ ধৰ্ম।

প্ৰঃ ভাৰতৰ কোন দুখন মহাকাব্যক ধৰ্ম গ্ৰন্থৰ মৰ্যদাৰে অধ্যয়ন কৰা হয়?

উঃ ‘ৰামায়ণ’ আৰু ‘মহাভাৰত’।

প্ৰঃ 2001 চনৰ লোক পিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক ইছলাম ধৰ্মাৱলম্বী?

উঃ 13.4% ।

প্ৰঃ ‘হিন্দুকা গুৰু, মুছলমানকা পীৰ’- কথাষাৰ ভাৰতৰ কোনজন ধৰ্ম প্ৰৱৰ্তকৰ ক্ষেত্ৰত কোৱা হয়?

উঃ গুৰু নানক।

প্ৰঃ পৰেশনাথ পাহাৰৰ মন্দিৰটো কোন ধৰ্মৰ মানুহৰ তীৰ্থস্থান?

উঃ জৈন ধৰ্মৰ।

প্ৰঃ 2001 চনৰ লোক পিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী?

উঃ 2.3% ।

প্ৰঃ 2001 চনৰ লোক পিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক শিখ ধৰ্মাৱলম্বী?

উঃ 1.9%

প্ৰঃ 2001 চনৰ লোক পিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক বৌদ্ধ ধৰ্মাৱলম্বী?

উঃ 0.8% ।

প্ৰঃ 2001 চনৰ লোক পিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক জৈন ধৰ্মাৱলম্বী?

উঃ 0.4%। 

প্ৰঃ 2001 চনৰ লোক পিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক হিন্দু  ধৰ্মাৱলম্বী?

উঃ 80.5%। 

প্ৰঃ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত ধৰ্মীয় জাগৰণৰ সৃষ্টি কৰা মহাপুৰুষজনৰ নাম কি ?

উঃ মহাপুৰুষ শংকৰদেৱ।

প্ৰঃ পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাব্য গ্ৰন্থখনৰ নাম কি ?

উঃ মহাভাৰত।

ভাৰতৰ ধৰ্ম আৰু  উৎসৱ কুইজ

প্ৰঃ কোন মহামুনিয়ে গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল?

উঃ বিশ্বামিত্ৰ।

প্ৰঃ প্ৰাচীনতম বেদ কোনখন ?

উঃ ঋক বেদ।

প্ৰঃ পুৰাণ প্ৰধানকৈ কেইখন ?

উঃ 18 খন।

প্ৰঃ ‘মহাভাৰত’ কোনে ৰচনা কৰিছিল ?

উঃ ব্যাসদেৱে।

প্ৰঃ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কোন ?

উঃ মহাপুৰুষ হজৰত মহম্মদ।

প্ৰঃ ইছলাম ধৰ্মী লোকসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ কি ?

উঃ ঈদ।

প্ৰঃ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰেপক্ষ ৰাষ্ট্ৰ হয়নে  ?

উঃ হয়।

প্ৰঃ বুদ্ধদেৱে যিখন গছৰ তলত ধ্যান কৰি পৰম জ্ঞান প্ৰাপ্ত হৈছিল সেইখন গছক কি বুলি কোৱা হয় ?

উঃ বোধিদ্ৰুম।

প্ৰঃ বুদ্ধদেৱে ক’ত জন্ম গ্ৰহণ কৰিছিল ?

উঃ নেপালৰ কপিলাবস্তু নামে ঠাইত।

প্ৰঃ বুদ্ধদেৱে ক’ত তেওঁৰ প্ৰথম ধৰ্ম উপদেশ প্ৰচাৰ কৰে ?

উঃ সাৰনাথত।

প্ৰঃ কোনজন ভাৰতীয় ধৰ্মগুৰুক ’এচিয়াৰ পোহৰ’ বুলি কোৱা হয় ?

উঃ বুদ্ধদেৱ। ০ ০ ০

ভাৰতৰ ধৰ্ম আৰু  উৎসৱ কুইজ

Religions and Festivals of India Quiz

Q. What is the oldest religion in India?

A. Hinduism.

Q. Which festival is considered the national festival of India?

A. Durga Puja.

Q. What is the Daul festival called in South Assam?

A. The festival of Holi.

Q. Name two religions that originated in India.

A. Jainism and Sikhism.

Q. When is the birth anniversary of Sankaradeva celebrated?

A. On the full moon of the month of Ahin.

Q. Where in India is the Dilwara Temple located?

A. At Mount Abu.

Q. Where is the Sun Temple of India located?

A. In Konark.

Q. Where is the oldest church in India located?

A. In Palayur, Kerala.

Q. Where is the oldest Jewish synagogue in India?

A. Kochi, Kerala.

Q. Where is the largest Buddhist monastery in Asia located?

A. In Tawang, Arunachal Pradesh.

Q. Which place in India has the most temples?

A. In Himachal Pradesh.

Q. Which place in India is famous for its bathhouses, universities, and silk cloth?

A. Varanasi.

Q. Where is the famous Lingaraj Temple located?

A. In Bhubaneswar.

Q. Where is the ‘Minakshi Temple’ located?

A. In Madurai.

Q. Which is the largest mosque in India?

A. The Jama Masjid in Delhi.

Q. Where is the largest Gurudwara in India located?

A. In Amritsar, Punjab.

Q. Where is the world’s first granite temple located?

A. The Brihadeshwar Temple at Thanjavur, Tamil Nadu.

Q. Which is the longest temple in India with 1,000 pillars?

A. The Ramanathan Swamy Temple in Rameswaram, Tamil Nadu.

Q. What is the number of verses in the Padma Purana?

A. Fifty-five thousand.

Q. What is the number of verses in the Markandeya Purana?

A. Nine thousand.

Q. Where is the Jagannath Temple located?

A. In Puri.

Q. What is the name of the place where Krishna was born?

A. Mathura.

Q. Where is the largest cave temple in India located?

A. In the village of Karli in Maharashtra.

Q. What is the main attraction of the ‘Ali-i-Lrigang’ festival?

A. Gumrag dance.

Q. Where is Varanasi located?

A. In Uttar Pradesh.

Q. Where is Ujjain located?

A. In Madhya Pradesh.

Q. Where is the Srirangam temple located?

A. In Tirochirapalli, Tamil Nadu.

Q. Where is the Shikharji temple of the Jains situated?

A. In Bihar.

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

ভাৰতৰ ধৰ্ম আৰু উৎসৱ কুইজ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here