ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা।ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা সম্পৰ্কে এই অসমীয়া প্ৰবন্ধত স্বাধীনতাৰ পৰা বৰ্তমানলৈকে সকলো ৰাষ্ট্ৰপতিৰ নাম, কাৰ্যকাল, সংবিধানিক ভূমিকা আৰু গুৰুত্বপূৰ্ণ তথ্য সহজ আৰু স্পষ্ট ভাষাত উপস্থাপন কৰা হৈছে।
ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা
ৰাষ্ট্ৰপতিসকলৰ নাম—–কাৰ্যকাল
ৰাজেন্দ্ৰ প্ৰসাদ—–1950-1962
সৰ্বপল্লী ৰাধাকৃষ্ণণ—–1962-1967
জাকিৰ হুছেইন—–1967-1969
বৰাহগিৰি ভেংকটগিৰি—–1969-1969
মহম্মদ হেদায়েতুল্লা (ভাৰপ্ৰাপ্ত)—–1969-1969
বৰাহগিৰি ভেংকটগিৰি—–1969-1974
ফখৰুদ্দিন আলি আহমেদ—–1974-1977
বি ডি জাট্টি (ভাৰপ্ৰাপ্ত)—–1977-1977
নীলম সঞ্জীৱ ৰেড্ডি—–1977-1982
গিয়ানী জেইল সিং—–1982-1987
ৰামস্বামী ভেংকটৰমণ—–1987-1992
শংকৰ দয়াল শৰ্মা—–1992-1997
কে আৰ নাৰায়ণন—–1997-2002
এ পি জে আব্দুল কালাম—–2002-2007
প্ৰতিভা পাটিল—–2007-2012
প্ৰণৱ মুখাৰ্জী—–2012-2017
ৰামনাথ কভিন্দ—–2017-। ০ ০ ০
ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা, List of the Presidents of India
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






