Home Quiz হজৰত জাকাৰিয়া ইয়াহহিয়া কুইজ

হজৰত জাকাৰিয়া ইয়াহহিয়া কুইজ

0

আপুনি যদি হজৰত জাকাৰিয়া ইয়াহহিয়া কুইজ ‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই হজৰত জাকাৰিয়া ইয়াহহিয়া কুইজ  বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

হজৰত জাকাৰিয়া ইয়াহহিয়া কুইজ

হজৰত জাকাৰিয়া ইয়াহহিয়া কুইজ

হজৰত জাকাৰিয়া ইয়াহহিয়া কুইজ

প্ৰঃ পবিত্ৰ কোৰানত জাকাৰিয়া (আঃ)ৰ নাম কেইবাৰ আছে?

উঃ 7 বাৰ।

প্ৰঃ হজৰত ইয়াহহিয়া (আঃ)ৰ নাম পৱিত্ৰ কোৰাণত কিমানবাৰ আছে?

উঃ 5 বাৰ।

প্ৰঃ হজৰত জাকাৰিয়া আৰু  মৰিয়ম (ঈছা আলাইহে ছাল্লামৰ মাতৃ)ৰ মাজত সম্পৰ্ক কি?

উঃ হজৰত জাকাৰিয়া সম্পৰ্কত মৰিয়মৰ মহা (মাকৰ ভনীয়েকৰ স্বামী)।

প্ৰঃ জাকাৰিয়াৰ কোন পুত্ৰ নবী হৈছিল?

উঃ  হজৰত ইয়াহহিয়া (আঃ)।

প্ৰঃ হজৰত জাকাৰিয়া (আঃ)ৰ  মৃত্যু কেনেদৰে হৈছিল?

উঃ 208 বছৰ বসয়ত ইহুদীসকলে তেওঁক হত্যা কৰিছিল।

প্ৰঃ কোন দুই নবী অবিবাহিত আছিল?

উঃ হজৰত ঈছা (আঃ) আৰু হজৰত ইয়াহহিয়া (আঃ)।

প্ৰঃ ‘ইয়াহিয়াহ’ শব্দৰ অৰ্থ কি?

উঃ দীৰ্ঘজীৱি।

প্ৰঃ ইয়াহহিয়া (আঃ)ৰ মৃত্যু কিদৰে হয়?

উঃ দামাস্কৰ ৰজা এবাৰ অবৈধভাৱে এজনী মহিলাক বিবাহ কৰিবলৈ লোৱাত হজৰত ইয়াহহিয়াহ (আঃ)য়ে বাধা দিয়ে। তেতিয়া মহিলাজনী ক্ৰদ্ধ হৈ এজন ঘাতকৰ হতুৱাই হজৰত ইয়াহহিয়া (আঃ)ক হত্যা কৰে। পিছত কটা মূৰ তাইলৈ পঠিয়াই দিয়াত মূৰটো দেখা মাত্ৰকে তাইৰ মৃত্য হয়। 0 0 0

নোট: যদি আপুনি উক্ত হজৰত জাকাৰিয়া ইয়াহহিয়া কুইজ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here