আপুনি যদি ‘হজৰত নূহ কুইজ ‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘জ্বিন আৰু চয়তান কুইজ’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
হজৰত নূহ কুইজ
প্ৰঃ নূহ শব্দৰ অৰ্থ কি?
উঃ ক্ৰন্দনকাৰী।
প্ৰঃ হজৰত নূহ (আঃ)ৰ আন নাম কি?
উঃ সাকিন বা সাকিম।
প্ৰঃ হজৰত নূহ (আঃ)ৰ পিতাৰ নাম কি?
উঃ লমক।
প্ৰঃ আজিৰ পৰা কিমান বছৰ আগতে নূহ (আঃ)ৰ জন্ম হৈছিল?
উঃ আনুমানিক 4,600 খ্ৰীষ্টপূৰ্বত।
প্ৰঃ হজৰত নূহ (আঃ) কিমান বছৰ বয়সত নবুৱত লাভ কৰিছিল?
উঃ 166 বছৰ বয়সত।
প্ৰঃ নূহ (আঃ) য়ে কিমান বছৰ ধৰ্ম প্ৰচাৰ কৰিছিল?
উঃ 950 বছৰ।
প্ৰঃ নূহ (আঃ) মহাপ্লাৱনৰ পিছত কিমান বছৰ জীয়াই আছিল?
উঃ 350 বছৰ।
প্ৰঃ নবীসকলৰ মাজত সকলোতকৈ বেছি বছৰ জীয়াই আছিল কোন নবী?
উঃ নূহ (আঃ)।
প্ৰঃ হজৰত নূহ (আঃ) কি গছৰ কাঠ দি নৌকা তৈয়াৰ কৰিছিল?
উঃ সেজ গছৰ।
প্ৰঃ গছটি কিমান বছৰত কিমান ডাঙৰ হৈছিল?
উঃ 40 বছৰত 600 গজ ওখ আৰু 400 গজ প্ৰস্থ হৈছিল।
প্ৰঃ হজৰত নূহ (আঃ) য়ে নৌকা তৈয়াৰ কৰোঁতে কিমান বছৰ সময় লৈছিল?
উঃ 2 বছৰ।
প্ৰঃ নূহ (আঃ)ৰ নৌকাৰ আয়তন কিমান আছিল?
উঃ 300 হাত ৰ্দ্ঘ্যৈ, 50 হাত প্ৰস্থ, 20 হাত ওখ আৰু তিন মহলা বিশিষ্ট আছিল।
প্ৰঃ মহাপ্লাৱনৰ কেতিয়া আৰম্ভণি আৰু কেতিয়া শেষ হৈছিল?
উঃ আৰবী ৰজব মাহৰ 10 তাৰিখত আৰম্ভ হৈছিল আৰু মহৰম মাহৰ 10 তাৰিখে শেষ হৈছিল। হজৰত নূহ কুইজ
প্ৰঃ হজৰত নূহ (আঃ)ৰ নৌকাত কিমান সংখ্যক লোক উঠিছিল?
উঃ 80 জন পুৰুষ, 80 জনী মহিলা।
প্ৰঃ নবী-ৰছুলসকলৰ ভিতৰত কোন নবীৰ স্ত্ৰী কাফিৰ (আল্লাহক অবিশ্বাসকাৰী) আছিল।
উঃ হজৰত নূহ (আঃ)ৰ স্ত্ৰী ওয়েলা আৰু হজৰত লুত (আঃ)ৰ স্ত্ৰী নাহেলা।
প্ৰঃ নূহ নবী তাৰ অনুসাৰীসকলক লৈ কিমান দিনত নৌকাত অৱস্থান কৰিছিল?
উঃ 150 দিন।
প্ৰঃ নৌকাৰ পৰা নামি নূহ (আঃ)য়ে প্ৰথম কি কাম কৰে?
উঃ নৌকা ভাঙি সেই কাঠেৰে মছজিদ নিৰ্মাণ কৰে।
প্ৰঃ নৌকাৰ পৰা নামি নূহ (আঃ) আৰু তেখেতৰ অনুগামীসকলে ক’ত বসবাস কৰিবলৈ লয়?
উঃ জুদীৰ পাদদশত। তাত সিহঁতে এখন গাওঁ গঢ়ি তুলে।
প্ৰঃ হজৰত নূহ (আঃ) ক কিয় ‘দ্বিতীয় আদম’ বুলি কোৱা হয়?
উঃ নূহ (আঃ)ৰ দিনত যি বানপানী হয়, সেই বানপানীত নূহ নবীৰ নৌকাত আশ্ৰয় গ্ৰহণ কৰা তেওঁৰ অনুগামীসকলৰ বাহিৰে সকলো লোকৰ মৃত্যু ঘটাত বানপানীৰ পিছত অকল তেওঁৰ পুত্ৰ হাম, শাম আৰু ইয়াফেছ আৰু সিহঁতৰ বংশধৰসকলেই জীয়াই আছিল আৰু সিহঁতৰ পৰাই পৃথিৱীত দ্বিতীয়বাৰ জনবসতি আৰম্ভ হয় বাবে হজৰত নূহ (আঃ)ক ‘দ্বিতীয় আদম’ বুলি কোৱা হয়।¸ আজি পৃথিৱীৰ সকলো মানুহেই নূহ (আঃ)ৰ বংশধৰ।
প্ৰঃ হজৰত নূহ (আঃ)ৰ পিছত কোন নবী হৈছিল?
উঃ হজৰত হুদ (আঃ)। 0 0 0
নোট: যদি আপুনি উক্ত ‘হজৰত নূহ কুইজ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






