Home Quiz হজৰত শুৱাইব কুইজ 

হজৰত শুৱাইব কুইজ 

0

আপুনি যদি হজৰত শুৱাইব কুইজ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই হজৰত শুৱাইব কুইজ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

হজৰত শুৱাইব কুইজ

হজৰত শুৱাইব কুইজ 

প্ৰঃ হজৰত শুৱাইব কোন আছিল?

উঃ মাদায়েনৰ অধিবাসী, হজৰত ইব্রাহিমৰ তৃতীয় স্ত্ৰী কাতুৰৰ গৰ্ভত জন্ম গ্ৰহণ কৰা মিদইয়ানৰ প্রপৌত্র আছিল।

প্ৰঃ মাদায়েন ক’ত অৱস্থিত? 

উঃ ফিলিষ্টাইন আৰু আৰবৰ মধ্যৱৰ্তী অঞ্চলত।

প্ৰঃ হজৰত শুৱাইব (আঃ)ৰ দিনত মাদায়েনবাসীসকলে কাক পূজা কৰিছিল? 

উঃ আইকাৰ নামৰ এক ধৰণৰ গছক পূজা কৰিছিল। ইয়াৰ উপৰিও সিহঁতে ক্ৰয়-বিক্ৰয় কৰোতে ওজনত ফাঁকি দিছিল।

প্ৰঃ কিদৰে মাদায়েনৰ অধিবাসীসকল ধবংস হৈছিল?

উঃ ভূমিকম্প আৰু অগ্নি বৃষ্টিত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) য়ে শুৱাইব সম্পৰ্কে কি কৈছিল?

উঃ নবীসকলৰ বক্তা।

প্ৰঃ হজৰত শুৱাইব কিমান বছৰ বয়সত ক’ত ইন্তেকাল কৰে?

উঃ 225 বছৰ বয়সত, মক্কা নগৰত। 0 0 0

নোট: যদি আপুনি উক্ত ‘হজৰত শুৱাইব কুইজ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here