Home Amplification অধ্যৱসায় মনত লুকাই থকা প্রতিজ্ঞাৰ ফল —ভাব সম্প্ৰসাৰণ | Adyabsay Manat Lukai...

অধ্যৱসায় মনত লুকাই থকা প্রতিজ্ঞাৰ ফল —ভাব সম্প্ৰসাৰণ | Adyabsay Manat Lukai Thaka protigyar Fal

অধ্যৱসায় মনত লুকাই থকা প্রতিজ্ঞাৰ ফল

0

কোনো কাম এবাৰতে নোৱাৰিলে তাক কৰিবলৈ এৰি  নিদি সিদ্ধি লাভ নকৰালৈকে বাৰে বাৰে চেষ্টা কৰি যোৱাকে ‘অধ্যাৱসায়’ বোলে। কিন্তু এই অধ্যাৱসায় গুণটো সকলো মানুহৰ নাথাকে। অৰ্থাৎ অধ্যাৱসায়ৰ মূল্য বা তাৎপৰ্য সকলোৱে অনুধাৱন কৰিব নোৱাৰে। এই অধ্যৱসায় মনৰ দৃঢ়তা  অৰ্থাৎ প্ৰতিজ্ঞাৰ ফল। অৰ্থাৎ কোনো কাম কৰিমেই বুলি মন  দৃঢ়  কৰি কামত আগবাঢ়ি যোৱাই প্ৰতিজ্ঞা। যিসকল লোকে  প্ৰতিজ্ঞাত অলৰ-অচৰ সেইসকল লোকে জীৱনত সফল হ’ব পাৰে। উদাহৰণস্বৰূেপ টামচ আলভা এডিচনে ইলেক্ট্রনিক  বাল্বৰ ভিতৰত থকা ফিলামেন্ট আৱিষ্কাৰ কৰোতে কেইবা হাজাৰবাৰ বিফল হৈছিল, কিন্তু মনৰ দৃঢ়তা  অৰ্থাৎ প্ৰতিজ্ঞাৰ বাবে চেষ্টা এৰি নিদি গৱেষণা চলাই গৈছিল আৰু শেষত সফল হৈছিল। সেয়ে অধ্যাৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল বুলি কোৱা হয়। 0 0 0

অধ্যৱসায় মনত লুকাই থকা প্রতিজ্ঞাৰ ফল —ভাব সম্প্ৰসাৰণ | Adyabsay Manat Lukai Thaka protigyar Fal

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here