Home Biography অলিভাৰ থমাচ কট্টাৰ | Oliver Thomas Cottar

অলিভাৰ থমাচ কট্টাৰ | Oliver Thomas Cottar

0
অলিভাৰ থমাচ কট্টাৰ | Oliver Thomas Cottar
অলিভাৰ থমাচ কট্টাৰ  Oliver Thomas Cottar

অলিভাৰ থমাচ কট্টাৰ | Oliver Thomas Cottar

অলিভাৰ থমাচ কট্টাৰ (Oliver Thomas Cottar) আছিল অসমলৈ অহা আমেৰিকান মিছনাৰী দলৰ অন্যতম সদস্য।  আনুমানিক ১৮১১ চনত আমেৰিকাৰ লেভিংটনত তেওঁৰ জন্ম হয়। ১৮৩১ চনত আমেৰিকাৰ পৰা ব্ৰহ্মদেশ (ম্যানমাৰ) হৈ অসমলৈ আহে। প্ৰথমতে তেওঁ কিছুদিন শদিয়াত কটায় যদিও পাছলৈ মিছনেৰীদলটোৱে শিৱসাগৰত স্থাপন কৰা ‘মিচন প্ৰেছ’ৰ অধ্যক্ষ হয় আৰু  অসমৰ প্ৰথম বাৰ্তালোচনী ‘অৰুনোদই’ৰ প্ৰতিষ্ঠাপক মুদ্ৰক-প্ৰকাশকৰূপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ অসমত বাংলা ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষা প্ৰৱৰ্তনৰ অন্যতম পৃষ্টপোষক আছিল। ১৮৫৩ চনত তেওঁ আমেৰিকালৈ প্ৰত্যাৱৰ্তন কৰে। তেওঁ মৃত্যুৰ সময় জনা নাযায়। ০ ০ ০

বিঃ দ্রঃ উক্ত ‘অলিভাৰ থমাচ কট্টাৰ | Oliver Thomas Cottar’ লিখনিটো ৰাব্বি মছৰুৰ  ৰচিত বিশ্ব ব্যক্তি পৰিচয়গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here