Home Quiz অসমৰ বন্যপ্ৰাণী কুইজ 

অসমৰ বন্যপ্ৰাণী কুইজ 

0

অসমৰ বন্যপ্ৰাণী কুইজ

অসমৰ বন্যপ্ৰাণী কুইজ

 

অসমৰ বন্যপ্ৰাণী কুইজ, Assam Wildlife Quiz

অসমৰ বন্যপ্ৰাণী কুইজ 

প্ৰঃ অসমৰ বৃহত্বম ৰাষ্ট্ৰীয় উদ্যান কোনখন?

উঃ মানাহ ৰাষ্ট্ৰীয় উদ্যান।

প্ৰঃ অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে?

উঃ 5 খন। অসমৰ বন্যপ্ৰাণী কুইজ

প্ৰঃ অসমৰ ৰাজ্যিক ফুল কি?

উঃ কপৌ ফুল।

প্ৰঃ অসমৰ ৰাজ্যিক বৃক্ষ কি?

উঃ হোলোং গছ।

প্ৰঃ অসমৰ ৰাজ্যিক পশু কি?

উঃ এশিঙ্গীয়া গড়।

প্ৰঃ অসমৰ ৰাজ্যিক পক্ষী কি?

উঃ দেওঁ হাঁহ।

প্ৰঃ অসমত পোৱা বনমানুহবিধক কি বুলি কোৱা হয়?

উঃ হুলক গিবন।

প্ৰঃ অসমত কিমান প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী পোৱা যায়?

উঃ 189 বিধ। অসমৰ বন্যপ্ৰাণী কুইজ

প্ৰঃ ‘পিগমী-হ’গ’ (Pigmy-Hog)  ৰ অসমীয়া স্থানীয় নাম কি?

উঃ নল-গাহৰি।

প্ৰঃ কুলিৰ বৈজ্ঞানিক নাম কি?

উঃ ইউ ডাইনামিছ স্কোলোপাছিয়া।

প্ৰঃ অসমত পোৱা এশিঙ্গীয়া গড়ৰ শিংৰ ৰ্দ্ঘৈ কিমান?

উঃ 15 – 16  ইঞ্চি।

প্ৰঃ অসমৰ সৰ্বাধিক উচ্চতাৰ বাঁহ কোনবিধ?

উঃ বৰ ভালুক (30 মিটাৰ)।

প্ৰঃ অসমত মুঠ কিমান প্ৰজাতিৰ কপৌ ফুল পোৱা যায়?

উঃ 182 প্ৰজাতিৰ।

প্ৰঃ অসমৰ বৃহত্বম বৃক্ষ কি?

উঃ হোলোং। অসমৰ বন্যপ্ৰাণী কুইজ

প্ৰঃ কোন চনত চৰকাৰে বৰনদীক বন্যপ্ৰানী অভয়াৰণ্যৰ  স্বীকৃতি দিয়ে?

উঃ 1981 চনত।

প্ৰঃ অসমৰ পাহাৰীয়া জিলাসমূহৰ বনজ  সম্পদ সংৰক্ষণ আৰু ব্যৱহাৰৰ দায়িত্ব কাক দিয়া হৈছে?

উঃ জিলা পৰিষদক।

প্ৰঃ অসমৰ সমভূমি অঞ্চলৰ জিলাসমূহৰ বনজ সম্পদমূহৰ সংৰক্ষণৰ দায়িত্ব কাৰ ওপৰত দিয়া হৈছে?

উঃ বন বিভাগ, অসম।

প্ৰঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে কোন চনত চৰকাৰৰ স্বীকৃতি লাভ কৰে?

উঃ 1999 চনত।

প্ৰঃ অসমৰ হাবিত কেই প্ৰজাতিৰ মাছ পোৱা যায়?

উঃ 128 টা।

প্ৰঃ অসমৰ দুটা পক্ষী অভয়াৰণ্যৰ নাম কোৱা।

উঃ ‘পানী দিহিং’ আৰু ‘দীপৰ বিল’।

অসমৰ বন্যপ্ৰাণী কুইজ, Assam Wildlife Quiz

প্ৰঃ ‘দেও হাঁহ’ৰ বৈজ্ঞানিক নাম কি?

উঃ কাইছিনা ছুটুলাতা।

প্ৰঃ অসমত থকা দুটা ব্যাঘ্ৰ সংৰক্ষণ কৰা ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি?

উঃ ‘মানাহ ৰাষ্ট্ৰীয় উদ্যান’ আৰু ‘নামেৰী ৰাষ্ট্ৰীয় উদ্যান’।

প্ৰঃ অসমত হাতীৰ আবাসিক ভূমি কোনখন অভয়াৰণ্যত সৰ্বাধিক?

উঃ পাভৈ অভয়াৰণ্যত।

প্ৰঃ অসমৰ কাজিৰঙাৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?

উঃ এশিঙ্গীয়া গড়ৰ বাবে।

প্ৰঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?

উঃ 500 বৰ্গ কিলোমিটাৰ।

প্ৰঃ ‘পবিতৰা অভয়াৰণ্য’ কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে?

উঃ 1987 চনত।

প্ৰঃ ‘মানস অভয়াৰণ্য’ কোনবিধ জন্তুৰ বাবে বিখ্যাত?

উঃ বাঘ।

প্ৰঃ সোণাই-ৰূপাই অভয়াৰণ্যখন ক’ত অৱস্থিত?

উঃ শোণিতপুৰ জিলাত।

প্ৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান?

উঃ  430 বৰ্গ কিলোমিটাৰ। ০ ০ ০

অসমৰ বন্যপ্ৰাণী কুইজ, Assam Wildlife Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

অসমৰ বন্যপ্ৰাণী কুইজ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here