আপুনি যদি ‘আইচ হকী কুইজ Ice Hockey Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘আইচ হকী কুইজ Ice Hockey Quiz’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
আইচ হকী কুইজ
আইচ হকী কুইজ
প্ৰঃ আইচ হকী কোন দেশৰ ৰাষ্ট্ৰীয় খেল?
উঃ কানাডা।
প্ৰঃ এটা আইচ হকী দলত কেইজন খেলুৱৈ থাকে?
উঃ 6 জন।
প্ৰঃ আইচ হকী খেলা খেল পথাৰক কি বোলে?
উঃ ৰিংক।
প্ৰঃ আইচ হকী খেলত কিমানটা পিৰিয়ড থাকে?
উঃ তিনিটা।
প্ৰঃ আইচ হকীৰ প্ৰতিটো পিৰিয়ডৰ কাল দৈর্ঘ কিমান?
উঃ বিশ মিনিট।
প্ৰঃ আইচ হকীত ‘পাক’ মানে কি?
উঃ আইচ হকী ডিক্স।
প্ৰঃ ‘পাক’ কিহেৰে তৈয়াৰী?
উঃ ভালকেনাইজড ৰবৰ।
প্ৰঃ পুৰুষৰ আইচ হকী আৰু মহিলাৰ আইচ হকীৰ মাজত মুখ্য পাৰ্থক্যটো কি?
উঃ মহিলাৰ আইচ হকীত নিতম্ব অথবা কান্ধেৰে প্ৰতিপক্ষৰ খেলুৱৈক বাধা প্ৰদান কৰা নিষিদ্ধ। কিন্তু পুৰুষৰ হকীত এনে কৰাত বাধা নাই।
প্ৰঃ IIHF ৰ সম্পূৰ্ণ ৰূপটো কি?
উঃ International Ice Hockey Federation. 0 0 0
Ice Hockey Quiz
Q. Ice hockey is the national sport of which country?
A. Canada.
Q. How many players are on an ice hockey team?
A. 6 people.
Q. What is an ice hockey field called?
A. The rink.
Q. How many periods are there in ice hockey?
A. Three.
Q. What is the length of each period of ice hockey?
A. Twenty minutes.
Q. What does ‘puck’ mean in ice hockey?
A. Ice hockey dicks.
Q. What is ‘Pak’ made of?
A. Vulcanized rubber.
Q. What is the main difference between men’s ice hockey and women’s ice hockey?
A. In women’s ice hockey, it is prohibited to obstruct an opponent with the hip or shoulder. But there is nothing wrong with doing so in men’s hockey.
Q. What is the full form of the IIHF?
A. International Ice Hockey Federation.0 0 0
নোট: যদি আপুনি উক্ত ‘আইচ হকী কুইজ Ice Hockey Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






