Home Amplification আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল—ভাৱ সম্প্ৰসাৰণ

আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল—ভাৱ সম্প্ৰসাৰণ

আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল---ভাৱ সম্প্ৰসাৰণ

0
আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল
আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল

আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল

আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল—ভাৱ সম্প্ৰসাৰণ

উক্ত ফকৰা যোজনাটো অসমীয়া সমাজত সততে ব্যৱহাৰ হোৱা দৃষ্টান্তমূলক কথা। উক্ত কথাফাকিৰ জৰিয়তে ইয়াকে বুজোৱা হৈছে যে কোনো মূল্যবান বা গুৰুত্বপূৰ্ণ বস্তু বা সমাগ্ৰী যদি ব্যৱহাৰ কৰা নহয় তেন্তে সেইটো থকা বা নথকা সমান কথা।

কৃষকৰ বাবে  গৰু এবিধ প্ৰয়োজনীয় সম্পদ। গৰু নোহোৱাকৈ কৃষকৰ কোনো পৰিচয় নাই। গতিকে গৰু কৃষকৰ বাবে অতি মূল্যৱান সম্পদ। কিন্তু  এই মূল্যবান জন্তু পুহিও যদি হাল বোৱা নহয়  বা কোনো কামত খটোৱা নহয়, তেন্তে এই মূল্যৱান সম্পদৰ পৰা কোনো আৰ্থিক লাভ নহৈ অপচয়হে হয়।

এনেদৰে দেখা যায় বহুত মানুহৰ বহুতো মূল্যবান সামগ্ৰী, বিদ্যা-বুদ্ধি বা ধন আছে। কিন্তু সেইবোৰক কামত খটোৱা নহয়। তেনেকুৱা অপাৰ  সম্পত্তি থাকিলেও সেই সম্পদৰ দ্বাৰা সমাজৰ কোনো মঙ্গল নহয়। তেনে সম্পদ থকাতকৈ নথকাই ভাল। দেখা যায় যে চৰকাৰে বহুতো ভাল ভাল আঁচনি গ্ৰহণ কৰি আধা সম্পূর্ণ  কৰি বাকীখিনি দীৰ্ঘদিন পেলাই থয়।  ফলত সম্পদৰহে অপচয় হয়। এনদৰে সমাজত বহুত ধনী ব্যক্তিয়ে সম্পদ প্ৰয়োগ নকৰি মাটিত বা ভঁৰালত সঞ্চয় কৰি থৈ দিয়ে অথচ সেইখন সমাজতে  বহুতো ব্যক্তিয়ে অনাহাৰে থাকি মৰণ যন্ত্ৰনা ভোগ  কৰি থাকে। 

গতিকে ইয়াৰ দ্বাৰা এইটো বুজিব পাৰি যে ব্যৱহাৰ নকৰা সম্পদৰ কোনো মূল্য নাই। 0 0 0

আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল—ভাৱ সম্প্ৰসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here