Home Essay আমাৰ গাওঁ ৰচনা । My Village Essay in Assamese

আমাৰ গাওঁ ৰচনা । My Village Essay in Assamese

0

আমাৰ গাওঁ ৰচনা । My Village Essay in Assamese

আমাৰ গাওঁ ৰচনা । My Village Essay in Assamese

আমাৰ গাওঁ ৰচনা । My Village Essay in Assamese

আৰম্ভণি:

আমাৰ  গাওঁখনৰ নাম বেতবাৰী পাথাৰ। ই বৰেপটা নগৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ উত্তৰে  অৱস্থিত।  ই এটি সৰু দুখীয়া কৃষি প্ৰধান গাওঁ।

বিৱৰণ:

আমাৰ গাওঁখনত  প্ৰায় তিনিশমান পৰিয়াল বসবাস কৰে । আমাৰ গাওঁত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে।  প্ৰায় সকলোবোৰ  পৰিয়ালেই কৃষক আৰু আৰ্থিকভাবে  দুর্বল । কিছু ব্যৱসায়ী আৰু কিছু চাকৰীয়াল আছে যদিও সিহঁতৰ সংখ্যা নিচেই কম। 

আমাৰ গাওঁৰ যোগাযোগ ব্যৱস্থাও অতি শোকজনক। আমাৰ গাৱঁলীয়া ৰাস্তাবোৰ  নিৰ্মাণ কৰাত চৰকাৰ মৌন হৈয়ে আছে। আমি বিজুলী বাতি আৰু এখন স্থানীয় ডাকঘৰৰ পৰাও বঞ্চিত।

আমাৰ গাওঁখনত মাত্ৰ দুটা প্ৰাথমিক বিদ্যালয় আৰু এখন মাত্ৰ মজলীয়া বিদ্যালয় আছে।  ইয়াৰ বেছিভাগ মানুহ  ইছলাম ধৰ্মাৱলম্বী। আমাৰ গাওঁখনত  তিনিখন সৰু সৰু মচজিদ আছে।

 সামৰণি:

যদিও আমাৰ গাওঁখন দুখীয়া তথাপি আমি ইয়াক বৰ ভাল  পাওঁ। আমি গাওঁখন উন্নয়নৰ দিশলৈ আগুৱাই নিবলৈ চেষ্টা কৰি আছো। 0 0 0

বি. দ্র. উক্ত ‘আমাৰ গাওঁ ৰচনা । My Village Essay ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

 

My Village Essay

আমাৰ গাওঁ ৰচনা (ইংৰাজীত)

Introduction:

Our village is called Betbari Pathar. It is located about six km north of Barepta town. It is a small poor agricultural village.

Description:

About three hundred families are living in our village. There are people from different communities in our village. Almost all the families are farmers and economically weak. There are some businessmen and some government employees but they are very few.

The communication system in our village is also very poor. The government is silent on the construction of our rural roads. We are also deprived of electricity and a local post office.

Our village has only two primary schools and only one middle school. Most of the people are Muslims. There are three small mosques in our village.

Conclusion:

Although our village is poor, we love it very much. We are trying to move the village towards development. 0 0 0

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here