Home Biography আলেকজেণ্ডাৰ গ্ৰাহাম বেল | Alexander Graham Bell

আলেকজেণ্ডাৰ গ্ৰাহাম বেল | Alexander Graham Bell

0

আলেকজেণ্ডাৰ গ্ৰাহাম বেল | Alexander Graham Bell

আলেকজেণ্ডাৰ গ্ৰাহাম বেল Alexander Graham Bell

 

 

আলেকজেণ্ডাৰ গ্ৰাহাম বেল | Alexander Graham Bell

আলেকজেণ্ডাৰ গ্ৰাহাম বেল (Alexander Graham Bell) স্কটলেণ্ডৰ এজন পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ আছিল। ১৮৪৭ চনৰ ৩ মাৰ্চত স্কটলেণ্ডৰ এডিনবৰাত তেওঁৰ জন্ম হয়। পিতৃৰ নাম আছিল আলেকজেণ্ডাৰ মেলভিল বেল। এডিনবৰা বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইউনিভাৰচিটি কলেজত শিক্ষা লাভ কৰি দেউতাকৰ এক মূকবধিৰ শিক্ষানুষ্ঠানত সহকাৰী শিক্ষকৰূেপ কৰ্মজীৱন আৰম্ভ কৰে। ১৮৭১ চনত গ্ৰাহাম বেল আমেৰিকালৈ যায় আৰু তাৰ ব’ষ্টন বিশ্ববিদ্যালয়ৰ কণ্ঠ শৰীৰবিদ্যা বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰে। সমসাময়কি মূকধিৰসকলৰ শিক্ষাৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰয়াস আৰম্ভ কৰে আৰু বধিৰসকলৰ শিক্ষাৰ বাবে বিশেষ পদ্ধতিৰ উদ্ভাৱনত অৰিহণা যোগায়। সেই সময়তে তেওঁৰ মনলৈ বৈদ্যুতিক তৰংগৰ সহায়ত শব্দ প্ৰেৰণৰ ধাৰণাটো আহে আৰু দীৰ্ঘ গৱেষণাৰ অন্তত ১৮৭৫ চনৰ ৫ জুনত বেলে টেলিফোন আৱিষ্কাৰ কৰে। ধ্বনিবিদ হিচাপেও আলেকজেণ্ডাৰ গ্ৰাহাম বেলে খ্যাতি অৰ্জন কৰিছিল। ‘ৱৰ্ল্ড ইংলিছ’ নামে এটা আন্তজাৰ্তিক ভাষাৰো  সৃষ্টিৰ বাবে তেওঁ প্ৰচেষ্টা কৰিছিল। 

১৯২২ চনৰ ২ আগষ্টত এইজন মহান বিজ্ঞানী গ্ৰাহাম বেলৰ মৃত্যু হয়।  ০ ০ ০

বি. দ্র. উক্ত ‘আলেকজেণ্ডাৰ গ্ৰাহাম বেল | Alexander Graham Bellৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here