Home Quiz আৰ্চাৰী কুইজ | Archery Quiz

আৰ্চাৰী কুইজ | Archery Quiz

0

আপুনি যদি আৰ্চাৰী কুইজ | Archery Quiz বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই আৰ্চাৰী কুইজ | Archery Quiz বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

আৰ্চাৰী কুইজ  Archery Quiz

আৰ্চাৰী কুইজ | Archery Quiz

আৰ্চাৰী কুইজ | Archery Quiz

প্ৰঃ আৰ্চাৰী খেল কাক কয়?

উঃ ধনু-কাঁড়েৰে লক্ষ্য বস্তুক আঘাত কৰা খেলক আৰ্চাৰী খেল বোলে।

প্ৰঃ প্ৰথম বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপ কেতিয়া অনুষ্ঠিত হৈছিল?

উঃ 1931 চনত।

প্ৰঃ ফিল্ড আৰ্চাৰীত কেন্দ্ৰীয় ক্ষেত্ৰৰ পৰা দূৰৱৰ্তী লক্ষ্যস্থললৈ দূৰত্ব কিমান হ’ব লাগে?

উঃ এক কিল’মিটাৰৰ ভিতৰত হ’ব লাগে।

প্ৰঃ আৰ্চাৰী প্ৰতিযোগিতাৰ লক্ষ্যস্থলৰ কেন্দ্ৰত কি ৰং থাকে?

উঃ সোণালী।

প্ৰঃ আৰ্চাৰীত ব্যৱহৃত কাঁড়ডালৰ সর্বোচ্চ ব্যাসাৰ্ধ কিমান?

উঃ 9.3 মিলিমিটাৰ।

প্ৰঃ 2006 চনত ডোহা এছিয়াডত পুৰুষৰ দলীয় শাখাত ব্রঞ্জৰ পদক লাভ কৰা ভাৰতীয় আৰ্চাৰী দলটোৰ সদস্য কেইজনৰ নাম কোৱা।

উঃ তৰুণীদ্বীপ ৰায়, চাম্পিয়া, মংগল সিং, জয়ন্ত তালুকদাৰ আৰু বিশ্বাস।

প্ৰঃ 2005 চনত বিশ্বকাপ আৰ্চাৰী প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা ভাৰতীয় আৰ্চাৰীজনৰ নাম কি?

উঃ জয়ন্ত তালুকদাৰ।

প্ৰঃ  2004 চনৰ এথেন্স অলিম্পিকত আৰ্চাৰীৰ মহিলাৰ একক শাখাত সোণৰ পদক অৰ্জন কৰা মহিলা আৰ্চাৰ গৰাকীৰ নাম কি?

উঃ পাৰ্ক চুং-হুন।

প্ৰঃ  2004 চনৰ এথেন্স অলিম্পিক আৰ্চাৰীৰ পুৰুষৰ একক শাখাত সোণৰ পদক পোৱা আৰ্চাৰজনৰ নাম কি?

উঃ মাৰ্ক গেলিয়েজ’।

প্ৰঃ প্ৰাচীন আৰ্চাৰী খেলৰ উদ্ভৱ কোন দেশত হৈছিল?

উঃ ইজিপ্তত। 0 0 0

Archery Quiz

Q. What is the sport of archery?

A. Archery is a sport in which a bow and arrow are used to hit a target.

Q. When was the first World Archery Championship held?

A. In 1931.

Q. What is the distance from the center field to the far target in field archery?

A. It should be within one kilometre.

Q. What color is at the center of an archery competition target?

A. Golden.

Q. What is the maximum radius of an arrow used in archery?

A. 9.3 mm.

Q. Name the members of the Indian archery team who won bronze medals in the men’s team category at the Doha Asiad in

A. Tarunideep Roy, Champia, Mangal Singh, Jayant Talukdar and Biswas.

Q. What is the name of the Indian archer who won the gold medal in the 2005 World Cup Archery Championship?

A. Jayant Talukdar.

Q. What is the name of the female archer who won the gold medal in the women’s singles category of archery at the 2004 Athens Olympics?

A. Park Chung-hoon.

Q. What is the name of the archer who won the gold medal in the men’s singles event of the 2004 Athens Olympic Archery?

A. Mark Galliez’.

Q. In which country did the ancient game of archery originate?

A. In Egypt.0 0 0

নোট: যদি আপুনি উক্ত ‘আৰ্চাৰী কুইজ | Archery Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

আৰ্চাৰী কুইজ | Archery Quiz

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here