Home Biographies ইউৰিপিডিছ | Uripides

ইউৰিপিডিছ | Uripides

0

ইউৰিপিডিছ | Uripides

ইউৰিপিডিছ Uripides

 

 

ইউৰিপিডিছ | Uripides

ইউৰিপিডিছ (Euripides) আছিল এজন প্ৰাচীন গ্ৰীক নাট্যকাৰ। আনুমানিক খ্ৰীষ্টপূৰ্ব ৪৮০-ত গ্ৰীচৰ এথেন্সত তেওঁৰ জন্ম হয়। তেওঁ প্ৰায় ৮০ খন নাটক লিখিছিল বুলি জনা যায় যদিও এতিয়ালৈকে তাৰে ১৯ খনহে পোৱা গৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য কেইখনমান নাটক হ’ল: আলচেছটিছ, অ’ৰেছটিছ, ইলেকট্ৰী, ট্রজান ৱমেন, দি বাক্কে, মেডেয়া,  আইফিজেনিয়া আদি। ইউপিৰিডিছৰ মৃত্যুৰ পাছতহে তেওঁৰ প্ৰায়বোৰ নাটক এথেন্সত মঞ্চস্থ হয় আৰু প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰে। জীৱিতকালত তেওঁ মানুহৰ পৰা কেৱল প্ৰত্যাখ্যান আৰু অৱহেলাহে পাইছিল। আনুমানিক খ্ৰীষ্টপূৰ্ব ৪০৬-ত মেচেডোনিয়াৰ এখন সৰু গাঁৱত নিঃসংগ অৱস্থাত ইউৰিপিডিছৰ  মৃত্যু হয়। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

বি. দ্র. উক্ত ‘ইউৰিপিডিছ | Uripides ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here