Home Quiz ইছলামত প্রথম নাৰী-কুইজ

ইছলামত প্রথম নাৰী-কুইজ

0

ইছলামত প্রথম নাৰী-কুইজ

ইছলামত প্রথম নাৰী-কুইজ

 

ইছলামত প্রথম নাৰী-কুইজ

ইছলামত প্রথম নাৰী-কুইজ 

প্ৰঃ মানৱ জাতিৰ প্ৰথম নাৰী কোন?

উঃ হজৰত হাওৱা ( হজৰত ইভ)।

প্ৰঃ কোন নাৰীৰ জন্ম পিতৃ-মাতৃ অবিহনে হয়?

উঃ হজৰত হাওৱা।

প্ৰঃ সৰ্বপ্ৰথম কোন নাৰীৰ নাক, কাণ ছিদ্ৰ কৰা হয়?

উঃ হজৰত ইব্রাহিম (আঃ)ৰ দ্বিতীয়া পত্নী হাজেৰাৰ।

প্ৰঃ কোন নাৰীৰ সতীত্বৰ সাক্ষী স্বয়ং পাক কোৰাণ?

উঃ হজৰত আয়েশা ছিদ্দিকা (ৰাঃ)।

প্ৰঃ কোন নাৰীৰ সতীত্বৰ সাক্ষী তাইৰ 40 দিনৰ শিশু পুত্ৰ?

উঃ হজৰত মৰিয়ম (ঈছা আলাইহে ৱাছাল্লামৰ মাতৃ)।

প্ৰঃ কোন পুণ্যময়ী নাৰীৰ গৃহত কোৰাণৰ ছুৰা অৱতীৰ্ণ হৈছিল?

উঃ হজৰত আয়েশা (ৰাঃ)।

প্ৰঃ কোন নাৰী বিহিস্তত নাৰীসকলৰ নেতৃ হ’ব?

উঃ হজৰত ফাতিমা (ৰাঃ)।

প্ৰঃ কোন নাৰীৰ কঠোৰ বিপদতো পতিব্রতা আছিল?

উঃ হজৰত আয়ুব (আঃ)ৰ কনিষ্ঠা স্ত্ৰী হজৰত ৰহিমা।

প্ৰঃ কোন নাৰী প্ৰথম ইছলাম গ্ৰহণ কৰে?

উঃ হজৰত খাদিজা (ৰাঃ)।

প্ৰঃ কোন নাৰী প্ৰথম খন্দক যুদ্ধৰ সময়ত একজন অভিশপ্ত ইহুদীক হত্যা কৰে?

উঃ হজুৰ (ছাঃ)ৰ পেহী হজৰত ছুফিয়া (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম মহিলা শ্বহীদ কোন?

উঃ ছুমাইয়া (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম কোন নাৰী কাবা গৃহত ৰেশমী চাদৰ লগাইছিল?

উঃ হজৰত আববাছ (ৰাঃ)ৰ মাতৃ নাতলা বিন্তে হিববান (ৰাঃ)।

প্ৰঃ কোন পুণ্যৱতী নাৰীৰ কাৰণে তায়াম্মুমৰ আয়াত অৱতীৰ্ণ হয়?

উঃ হজৰত আয়েশা ছিদ্দিকা (ৰাঃ)।

ইছলামত প্রথম নাৰী-কুইজ

প্ৰঃ কোন নাৰী লাঠিৰে আঘাত কৰি আবু লাহাবৰ মূৰ  দুফাল কৰিছিল?

উঃ হজৰত আববাছ (ৰাঃ)ৰ পত্নী উম্মুল ফজল (ৰাঃ)।

প্ৰঃ হুজুৰ (ছাঃ) য়ে মাতৃ আমিনাৰ পিছত সৰ্বপ্ৰথম কাৰ বুকুৰ গাখীৰ পান কৰিছিল?

উঃ আবু লাহাবৰ দাসী সুবাইয়াৰ।

প্ৰঃ হজৰত ফাতিমাৰ দাসীৰ নাম কি আছিল?

উঃ হজৰত ফিজজাহ (ৰাঃ)।

প্ৰঃ  কোন নাৰী হজৰত আবু তালহাকে ইছলাম গ্ৰহণৰ চৰ্তত বিবাহ কৰে?

উঃ হজৰত উম্মে সুলাইমা (ৰাঃ)।

প্ৰঃ আবু লাহাবৰ কোন কন্যা ইছলাম গ্ৰহণ কৰে?

উঃ হজৰত দুৰ্ৰাহ বিন্তে আবু লাহাব (ৰাঃ)।

প্ৰঃ কোন নাৰীৰ জীৱনত হায়েজ নেফাজ হোৱা নাছিল?

উঃ হজৰত ফাতিমা (ৰাঃ)।

প্ৰঃ কোন নাৰীৰ সন্তান হৈছিল কিন্তু নেফাজ হোৱা নাছিল?

উঃ হজৰত মৰিয়ম (আঃ)।

প্ৰঃ কোন মৃতা নাৰীৰ গোছল অছিহত অনুযায়ী তাৰ স্বামীয়ে দিছিল।

উঃ হজৰত ফাতিমা (ৰাঃ)। 0 0 0

ইছলামত প্রথম নাৰী-কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

ইছলামত প্রথম নাৰী

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here