Home Amplification উদক ভেঁটা ৰখীয়া পতা—ভাৱ সম্প্ৰসাৰণ

উদক ভেঁটা ৰখীয়া পতা—ভাৱ সম্প্ৰসাৰণ

উদক ভেঁটা ৰখীয়া পতা

0

উদক ভেঁটা ৰখীয়া পতা—ভাৱ সম্প্ৰসাৰণ

উদক ভেঁটা ৰখীয়া পতা

উদক ভেঁটা ৰখীয়া পতা

উদক ভেঁটা ৰখীয়া পতা—ভাৱ সম্প্ৰসাৰণ

খকুৱা বা লুভীয়া  মানুহক খাদ্য বস্তু বা সম্পদৰ ৰখীয়া পাতিলে সম্পদ ৰক্ষা কৰাৰ সলনি নিজেই যে ভক্ষণ কৰি নিঃশেষ কৰে – উক্ত প্ৰবচনটিৰ দ্বাৰা তাকেই বুজোৱা হৈছে।

চেপা পাতি মাছ ধৰিবলৈ  মানুহে  জান, জুৰি আদিত ভেঁটা মাৰে।  ভেঁটাত বাধা পাই ডাঙৰ  মাছবোৰে  জপিয়াই ভেঁটা পাৰ হ’বলৈ চেষ্টা কৰে। সেইবাবে  ভেঁটাত ৰখীয়া থাকিব লাগে। উদৰ প্ৰিয় খাদ্য হ’ল মাছ আৰু ই অতি লুভীয়া প্ৰাণী। তেনে ক্ষেত্ৰত যদি উদক ভেঁটা ৰখীয়া পতা হয় সি মাছক জপিয়াই যোৱাত বাধা দিয়াতো দূৰৰ কথা সি নিজেই ভক্ষণ কৰিব।গতিকে উদক ভেঁটা ৰখীয়া পতাটো যুক্তিসংগত হ’ব নোৱাৰে।

ইয়াৰ দ্বাৰা অৰ্থাৎ উদৰ দৃষ্টান্তৰ দ্বাৰা বচনটিত ইয়াকে বুজোৱা হৈছে যে যদি লোভী মানুহ এজনক তেওঁ ভালেপাৱা কোনো বস্তুৰ ৰখীয়া পতা হয় তেন্তে সি বস্তুবোৰ  ৰক্ষণােবক্ষণ দিয়াৰ পৰিবৰ্তে নিজ্যই  আত্মসাৎ কৰিব।  এতেকে লুভীয়া মানুহক কোনো বস্তুৰ ৰখীয়া পতা উচিত নহয়। 0 0 0

উদক ভেঁটা ৰখীয়া পতা—ভাৱ সম্প্ৰসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here