আপুনি যদি ‘এথলেটিছ্ কুইজ Athletics Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘এথলেটিছ্ কুইজ Athletics Quiz’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
এথলেটিছ্ কুইজ
প্ৰঃ কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে ক্ৰীড়া হিচাপে এথলেটিকছৰ সূচনা হয়?
উঃ 1924 চনত।
প্ৰঃ কমনৱেলথ গেমছৰ ইতিহাসত এথলেটিকছত সোণৰ পদক পোৱা প্ৰথম ভাৰতীয় মহিলা গৰাকী কোন?
উঃ অন্জু ববী জৰ্জ।
প্ৰঃ AAFI -ৰ সম্পূৰ্ণ ৰূপটো কি?
উঃ Amateur Athletics Federation of India.
প্ৰঃ এছিয়াডত সোণৰ পদক পোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন?
উঃ কলমজিৎ সান্ধু।
প্ৰঃ আচাফা পাৱেলক ‘পৃথিৱীৰ দ্ৰুততম মানৱ’ ৰূপে জনা যায়? তেওঁ কোন দেশৰ নাগৰিক?
উঃ ৱেষ্ট ইণ্ডিজ।
প্ৰঃ পায়লি এক্সেপছ’ নামে জনাজাত মহিলা এথলীট গৰাকীৰ নাম কি?
উঃ পি টি ঊষা।
প্ৰঃ ইন্দোনেচিয়ানসকলে পি টি ঊষাক এটি উপনাম দিছিল? সেই উপনামটো কি?
উঃ সোণ উদ্যোগ।
প্ৰঃ এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন এথলিটৰ নাম ‘ডেলে থমছন’। তেওঁৰ আচল নাম কি?
উঃ ফ্রেন্সিছ মৰ্গেন থম্পছন।
প্ৰঃ ষ্টেণ্ডাৰ্ড এথলেটিক ট্রেকৰ ৰিলে বিনিময় মণ্ডলৰ দৈর্ঘ্য কিমান হোৱা উচিত?
উঃ 20 মিটাৰ।
প্ৰঃ এক ব্যতিক্ৰমী দৌৰ প্ৰতিভাৰ বাবে মিলখা সিঙে পশ্চিমীয়া দেশৰ সংবাদ মাধ্যমৰ পৰা এক উপাধি পাইছিল। উপাধিটো কি আছিল?
উঃ দি ফ্লাইং শিখ।
প্ৰঃ প্ৰখ্যাত এথলীট ফ্লোৰেন্স গ্ৰিফিথ জয়নাৰৰ উপনাম কি?
উঃ ফ্লো-জ’।
প্ৰঃ ‘দি চেক ল’কমটিভ’ বুলি জনাজাত এথলীট গৰাকীৰ নাম কি?
উঃ এমিল জেটঅপেক।
প্ৰঃ অলিম্পিকত মাৰাথন দৌৰক অন্তৰ্ভূক্ত কৰিবলৈ কোনে প্ৰস্তাৱ উত্থাপন কৰিছিল?
উঃ মাইকেল ব্রেল।
প্ৰঃ কোনখন অলিম্পিকত পোন প্ৰথম মাৰাথন দৌৰক অন্তৰ্ভূক্ত কৰা হৈছিল?
উঃ 1896 চনৰ এথেন্স অলিম্পিকত।
প্ৰঃ 10 চেকেণ্ডত 100 মিটাৰ দৌৰ সম্পূৰ্ণ কৰা প্ৰথম এথলীট গৰাকীৰ নাম কি?
উঃ জিম হাইনছ।
এথলেটিছ্ কুইজ
প্ৰঃ কোনজন এথলীটক ‘পকেট হাৰকিউলিছ’ ৰূপে জনা যায়?
উঃ নেইম চুলেমানলু।
প্ৰঃ ভাৰতৰ প্ৰথম গৰকী মহিলা এথলীট কোন?
উঃ মেৰি লীলা ৰাও।
প্ৰঃ পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় এথলীটৰ নাম কি?
উঃ মিলখা সিং।
প্ৰঃ প্ৰথম বিশ্ব ট্রেক আৰু ফিল্ড ইভেন্ট চেম্পিয়নশ্বিপ ক’ত অনুষ্ঠিত হৈছিল?
উঃ হেছিনকিত।
প্ৰঃ 1960 চনত অলিম্পিক খেলত এগৰাকী ভাৰতীয় এথলীটে অলিম্পিক অভিলেখ ভংগ কৰিছিল। তথাপি তেওঁ পদক লাভ কৰা নাছিল। তেওঁৰ নাম কি?
উঃ মিলখা সিং।
প্ৰঃ প’ল ভল্টিঙত তেওঁ নিজৰেই অভিলেখ 34 বাৰ ভংগ কৰে। তেওঁৰ নামটো কি?
উঃ চাৰ্গেই বাব্কা।
প্ৰঃ বিশ্ব ডিছকাছ থ্ৰ’ৰ¸ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাৰ নাম কি?
উঃ সীমা এন্টিল।
প্ৰঃ 2004 চনৰ এথেন্স অলিম্পিকত মহিলাৰ প’ল ভল্টত সোণৰ পদক পোৱা মহিলা গৰাকীৰ নাম কি?
উঃ এলনা চিনবায়েডা।
প্ৰঃ 2004 চনৰ এথেন্স অলিম্পিকত পুৰুষৰ মাৰাথন দৌৰত সোণৰ পদক লাভ কৰা এথলীট গৰাকী কোন?
উঃ ষ্টেফেনো বালডিনি (ইটালী)।
প্ৰঃ অলিম্পিক ইভেন্টৰ ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয় মহিলা গৰাকী কোন?
উঃ পি টি ঊষা।
প্ৰঃ 2003 চনৰ ৰাজীব গান্ধী খেলৰত্ন বঁটা কোনে লাভ কৰিছিল?
উঃ অন্জু বেবী জৰ্জ।। 0 0 0
Athletics Quiz
Q. In which year was athletics first introduced as a sport in India?
A. In 1924.
Q. Who is the first Indian woman to win a gold medal in athletics in the history of the Commonwealth Games?
A. Anju Bobby George.
Q. What is the full form of AAFI?
A. Amateur Athletics Federation of India.
Q. Who is the first Indian woman to win a gold medal in the Asiad?
A. Kalamjit Sandhu.
Q. Asafa Powell is known as the ‘fastest man in the world’? Which country is he a citizen of?
A. The West Indies.
Q. What is the name of the female athlete known as Payli Exceptions?
A. PT Usha.
Q. Did the Indonesians give PT Usha a nickname? What is that nickname?
A. The gold industry.
Q. An internationally renowned athlete named Dale Thomson. What is his real name?
A. Francis Morgan Thompson.
Q. What should be the length of the relay exchange zone of a standard athletic track?
A. 20 metres.
Q. Milkha Singh received a title from the Western media for his exceptional running talent. What was the title?
A. The Flying Sikh.
Q. What is the nickname of famous athlete Florence Griffith Joyner?
A. Flo-Jaw.
Q. What is the name of the athlete known as ‘The Czech Locomotive’?
A. Emil JetOpek.
Q. Who proposed to include the marathon in the Olympics?
A. Michael Braille.
Q. Which Olympics included the first marathon?
A. At the 1896 Athens Olympics.
Q. What is the name of the first athlete to complete the 100 meters in 10 seconds?
A. Jim Hines.
Athletics Quiz
Q. Which athlete is known as the ‘Pocket Hercules’?
A. Naim Sulemanlu.
Q. Who is India’s first Garki female athlete?
A. Mary Leela Rao.
Q. What is the name of the first Indian athlete to receive the Padma Shri?
A. Milkha Singh.
Q. Where was the first World Track and Field Event Championship held?
A. In Heshinkit.
Q. In the 1960 Olympic Games, an Indian athlete broke the Olympic record. However, he did not win a medal. What is his name?
A. Milkha Singh.
Q. In pole vaulting, he broke his own record 34 times. What is his name?
A. Sergei Babka.
Q. What is the name of the first Indian woman to win a gold medal in the World Discus Throw Championship?
A. Border Antil.
Q. What is the name of the woman who won the gold medal in the women’s pole vault at the 2004 Athens Olympics?
A. Elna Sinbayeda.
Q. Who won the gold medal in the men’s marathon at the 2004 Athens Olympics?
A. Stefano Baldini (Italy).
Q. Who is the first Indian woman to reach the final of an Olympic event?
A. PT Usha.
Q. Who was the recipient of the Rajiv Gandhi Khel Ratna Award in 2003?
A. Anju Baby George.0 0 0
নোট: যদি আপুনি উক্ত ‘এথলেটিছ্ কুইজ Athletics Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
এথলেটিছ্ কুইজ
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
এথলেটিছ্ কুইজ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






