Home Quiz কাবাদী কুইজ | Kabaddi Quiz

কাবাদী কুইজ | Kabaddi Quiz

0

আপুনি যদি কাবাদী কুইজ | Kabaddi Quiz বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘কাবাদী কুইজ | Kabaddi Quiz’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব 

কাবাদী কুইজ Kabaddi Quiz

 

কাবাদী কুইজ, Kabaddi Quiz

কাবাদী কুইজ | Kabaddi Quiz

প্ৰঃ কাবাদী দলত কিমানজন খেলুৱৈ থাকে?

উঃ সাত জন।

প্ৰঃ পুৰুষৰ বাবে কাবাদী খেলপথাৰৰ ৰ্দ্ঘ্যৈ কিমান?

উঃ 12.50 মিটাৰ।

প্ৰঃ মহিলাৰ বাবে কাবাদী খেলপথাৰখনৰ জোখ কিমান?

উঃ 11 মিটাৰ Χ 8 মিটাৰ।

প্ৰঃ কাবাদীত ‘কেন্‌ট’ মানে কি?

উঃ খেলত প্ৰতিপক্ষৰ ক’ৰ্টলৈ যোৱা খেলুৱৈজনে উশাহ নসলোৱাকৈ ‘কাবাদী’ শব্দটো একাধিকবাৰ উচ্চাৰণ কৰি কৰি নিজৰ ক’ৰ্টলৈ উভতি অহাকে ‘কেনট’ বোলে।

প্ৰঃ কাবাদীত ‘ৰেইডাৰ’ মানে কি?

উঃ ‘কেনট’ অৱলম্বনেৰে বিপৰীত পক্ষৰ ক’ৰ্টত প্রবেশ কৰা খেলুৱৈজনক   ‘ৰেইডাৰ’ বোলে।

প্ৰঃ ভাৰতৰ বিভিন্ন ঠাইত “কাবাদী’ খেলক কি কি নামেৰে জনা যায়?

উঃ পূৱ ভাৰতত ‘হা-ডু-ডু’ (পুৰুষ), চু-কিট-কিট (মহিলা); দক্ষিণ ভাৰতত ‘হু-টু-টু’ বা ‘চেডু গুডু’ আৰু উত্তৰ ভাৰতত ‘কাবাদী’।

প্ৰঃ 2005চনৰ দ্ৰোণাচাৰ্য বঁটা পোৱা কাবাদী খেলুৱৈ গৰাকীৰ নাম কি?

উঃ বলবান সিং।

কাবাদী কুইজ

প্ৰঃ কোনখন দক্ষিণ এছীয় ফেডাৰেচন খেলত কাবাদীক অন্তৰ্ভূক্ত কৰা হৈছিল?

উঃ দ্বিতীয় (1985)। 

প্ৰঃ 2004 চনত কোনখন দেশে প্ৰথম কাবাদী বিশ্বকাপত বিজয় সাব্যস্ত কৰে?

উঃ ভাৰত।

প্ৰঃ কাবাদী স্ক’ৰ ব’ৰ্ডত ল’না কেনেদৰে সূচোৱা হয়?

উঃ অনুভূমিক ৰেখাৰ দ্বাৰা।

 প্ৰঃ কাবাদীত ‘ল’না’ মানে কি?

উঃ এটা দলে প্ৰতিপক্ষৰ দলটোৰ আটাইবোৰ খেলুৱৈক আউট কৰিলে ‘ল’না’ পোৱা বুলি কোৱা হয় বা দুই পইন্টৰ বনাচ পায়।

প্ৰঃ  কোন চনত অলিম্পিকত প্ৰদৰ্শনী মূলক ক্ৰীড়া হিচাপে কাবাদীক অন্তৰ্ভূক্ত কৰা হয়?

উঃ 1936 চনত। 0 0 0

Kabaddi Quiz

Q. How many players are in a kabaddi team?

A. Seven people.

Q. What is the length of the kabaddi court for men?

A. 12.50 metres.

Q. What is the size of the kabaddi court for women?

A. 11 m Χ 8 m.

Q. What does ‘cant’ mean in kabaddi?

A. A player who goes to the opponent’s court in a game and returns to his court after saying the word ‘kabaddi’ several times without taking a breath is called a ‘cant’

Q. What does ‘Raider’ mean in Kabaddi?

A. A raider is a player who enters the opposing side’s court using a cant.

Q. What are the names by which the game of “Kabaddi” is known in different parts of India?

A. In Eastern India, ‘Ha-du-du’ (male), Chu-kit-kit (female); ‘Hu-tu-tu’ or ‘chedu gudu’ in South India and ‘Kabadi’ in North India.

Q. What is the name of the kabaddi player who won the Dronacharya Award in 2005?

A. Balban Singh.

Kabaddi Quiz

Q. Which South Asian Federation sport included kabaddi?

A. II (1985).

Q. Which country won the first Kabaddi World Cup in 2004?

A. India.

Q. How is lona indicated on kabaddi score board?

A. By horizontal lines.

Q. What does ‘lona’ mean in kabaddi?

A. A team gets a ‘lona’ or two points bonus if it dismisses all the players of the opposing team.

Q. In which year was kabaddi included as an exhibition sport in the Olympics?

A. In 1936.0 0 0

নোট: যদি আপুনি উক্ত কাবাদী কুইজ | Kabaddi Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

Kabaddi

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here