Home Amplification কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা —ভাৱ সম্প্ৰসাৰণ

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা —ভাৱ সম্প্ৰসাৰণ

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা ---ভাৱ সম্প্ৰসাৰণ

0

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা —ভাৱ সম্প্ৰসাৰণ

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা —ভাৱ সম্প্ৰসাৰণ

উক্ত  কথাফাকি বৰ তাৎপৰ্যপূৰ্ণ।এই প্ৰবচনটোৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে  শক্তিমন্তই দুবৰ্বলীক যেনে-তেনে ব্যৱহাৰ কৰিবলৈ কুন্ঠাবোধ  নকৰে।

আদা বৰ উপকাৰী বস্তু। ইয়াক বিভিন্ন ঔষধী কামত ব্যৱহাৰ কৰাৰ উপৰিও যিকোনো পৰিস্থিতিত খাব পাৰি। ই হজম শক্তিও বৃদ্ধি কৰে।  কিন্তু আদা যেতিয়া বুঢ়া  হয় তেতিয়াহে ইয়াৰ গুণাগুণ বাঢ়ে  লগতে বুঢ়া আদা জাল হয়।বুঢ়া আদা জাল হয় বুলি যিকোনো সময়তেই ইচ্ছা কৰিলেই খাব নোৱাৰি। আনহাতে কুমলীয়া আদা জাল কম। ইয়াৰ ছাল কোমল বাবে হাতেৰে মোহাৰিও খাব পাৰি।  বুঢ়া আদাৰ দৰে ইয়াক  কটাৰীৰে ৰুকিবও নালাগে।  অৰ্থাৎ কুমলীয়া আদা খোৱাত কোনো কষ্ট নহয়। ইয়াক তুচ্ছ কৰি ভৰিৰে মোহাৰি খোৱাৰ কথা কৈছে। 

সেইদৰে সমাজত বহুত ঢিলা বা দুবৰ্বল মানুহ আছে। বহুত মানুহে সেই দুবৰ্বল মানুহক সহজে ঠগে বা অপকাৰ কৰে।  কিন্তু সহজ বা সৰল বুলিলেই শক্তিশালীয়ে তেনে লোকক অপকাৰ বা ক্ষতি কৰিব নেলাগে।  সেয়ে সমাজত শক্তিশালী লোকৰ হাতত দুবৰ্বলীয়ে কষ্ট ভোগ  কৰাৰ প্ৰসংগত উক্ত কথফাকি কোৱা হয়। প্ৰৱচনটিৰ যথাৰ্থ তাৎপৰ্য আছে। 0 0 0

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা —ভাৱ সম্প্ৰসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here