Home Literary Criticism কেশৱ মহন্তৰ কবিতা | আঘোণৰ কুঁৱলী | এক আলোচনা

কেশৱ মহন্তৰ কবিতা | আঘোণৰ কুঁৱলী | এক আলোচনা

1

কেশৱ মহন্তৰ কবিতা | আঘোণৰ কুঁৱলী | এক আলোচনা

ৰাব্বি মছৰুৰ

কেশৱ মহন্তৰ কবিতা  আঘোণৰ কুঁৱলী  এক আলোচনা

 

কেশৱ মহন্তৰ কবিতা ‘আঘোণৰ কুঁৱলী’

 

কেশৱ মহন্তৰ কবিতা | আঘোণৰ কুঁৱলী | এক আলোচনা

কবি কেশৱ মহন্তৰ ‘আঘোণৰ কুঁৱলী’ শিৰোনামাৰ কবিতাটি এটি আধুনিক কবিতা। কবিতাটিত কবিয়ে আঘোণৰ ধাননি পথাৰ, ডেকা-গাভৰুৰ প্ৰেম আৰু প্ৰেয়সীৰ বিৰহত কবিৰ অন্তৰত অনুভৱ কৰা বিষাদবোধ অংকন কৰিছে।

আঘোণ মাহত অসমীয়া তিৰোতাসকলে পকা ধান চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালীয়ে ডেকা কবিকো আৰ্কষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেসয়ীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত সি কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। 

এনেদৰে কবিয়ে ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোত সহজ সৰল প্ৰেমৰ চিত্ৰ অংকন কৰাৰ লগতে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰাত মনত উদয় হোৱা বিষাদবোধৰো চিত্ৰ অংকন কৰিছে। ০ ০ ০

কেশৱ মহন্তৰ কবিতা | আঘোণৰ কুঁৱলী | এক আলোচনা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here