ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে
‘ক’ বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে
ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে
‘ক’ বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে ’- উক্তিটো এক অসমীয়া প্ৰৱচন। যোগ্যতা নোহোৱাকৈ কোনো কাম কৰিবলৈ যোৱা ব্যক্তিক নিন্দাসূচক উক্ত কথাষাৰ কোৱা হয়।
‘ৰত্নাৱলী’ হৈছে শ্ৰী মাধৱ দেৱে ৰচনা কৰা এখন পুথি। পুথিখনত ভাগৱত গীতাৰ সাৰমৰ্ম আছে। ই এখন জটিল দাৰ্শনিক পুথি। পুথিখনত হিন্দু ধৰ্মৰ মূল কথাখিনি অতি সংক্ষেপে বৰ্ণনা কৰা হৈছে। সাধাৰণ পাঠকে পুথিখন সহজে বুজিব নোৱাৰে। এই পুথিখন হৃদয়াঙ্গম কৰিবলৈ হ’লে হিন্দু ধৰ্মৰ বেদ-উপনিষদ আগতে অধ্যয়ন কৰি ল’ব লাগিব। কিন্তু বেদ-উপনিষদ অধ্যয়ন নকৰি পোনে পোনে ৰত্নাৱলীখন পঢ়িবলৈ ল’লে সি একো বুজি নাপাই নিৰাশ হ’ব লাগিব আৰু লোকৰ হাঁহিয়াতৰ পাত্ৰ হ’ব লাগিব। 0 0 0
ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে
ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
🙏🙏🙏