Home Amplification চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি – প্রবচন

চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি – প্রবচন

0

“চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি” প্ৰবচনটোৱে সময়োপযোগী পদক্ষেপ গ্ৰহণৰ গুৰুত্ব ব্যক্ত কৰে। প্ৰাসংগিক সময়ত সঠিক সিদ্ধান্ত নল’লে তাৰ কোনো অৰ্থ নাথাকে। এই প্ৰবচনৰ অৰ্থ আৰু প্ৰয়োগ জানিবলৈ সম্পূর্ণ পঢ়ক!

চোৰ গ’লে বুদ্ধি বৰষুণ গ'লে জাপি - প্রবচন

চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি – প্রবচন

প্ৰতিটো কামৰ প্ৰাসংগিক সময় থাকে। প্ৰাসংগিক সময়ত বা সঠিক সময়ত সঠিক বস্তু ব্যৱহাৰ কৰিব নোৱাৰিলে যে কোনো কামত নাহে তাকে বুজাবলৈ উক্ত প্রবচনটো সততে কোৱা হয়।

চোৰে চোৰে চুৰি কৰাৰ আগতেই গৃহস্থই নিজৰ সা-সম্পত্তিৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে । অন্যথা চোৰে চুৰি কৰাৰ পিছত সুৰক্ষাৰ ব্যৱস্থা কৰিলে কোনো কামত নাহে । একেদৰে বৰষুণৰ পৰা ৰক্ষা পাবলৈ জাপি ব্যৱহাৰ কৰা হয়। কিন্তু বৰষুণৰ সময়ত প্ৰয়োজনীয় জাপি ব্যৱহাৰ নকৰি বৰষুণ বন্ধ হোৱাৰ পিছত জাপিৰ ব্যৱহাৰ অৰ্থহীন হৈ পৰে। গতিকে চোৰে চুৰি কৰাৰ আগতে নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰিব পাৰিব লাগে । গতিকে, সঠিক সময়ত সঠিক পদক্ষেপ গ্রহণ কৰাটো জ্ঞানীৰ লক্ষণ ।

You May Like:

‘আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা–ভাব সম্প্রসাৰণ’

Locking the Stable Door After the Horse Has Run Away

This proverb highlights the futility of taking action after a loss or mistake. It reminds us of the importance of foresight and timely decision-making in life.

On the surface, the proverb refers to a literal scenario where the owner of a stable locks the door only after the horse has run away. The lock, which should have been a preventive measure, becomes useless once the damage is done. The image depicts how acting too late renders efforts futile.

On a deeper level, the proverb emphasizes the importance of planning and preparation. Many problems can be avoided with timely action and careful foresight in personal, professional, and social life. Waiting until disaster strikes often leads to regrets. Whether it is protecting property, maintaining health or making important decisions, proactive measures are far more effective than reactive measures. The proverb also encourages individuals to learn from past mistakes instead of merely dwelling on them. While it may be futile to close the door after the horse has left, this experience can teach valuable lessons for the future.

Finally, the proverb serves as a wise reminder to think ahead and take preventive steps before trouble strikes. It emphasizes that timely action is often the key to success, while delayed action can lead to irreparable consequences. Therefore, vigilance and preparation should be part of a person’s approach to life’s challenges. 0 0 0

You May Like: