Home Quiz জু-জিৎসু কুইজ

জু-জিৎসু কুইজ

0

আপুনি যদি ‘জু-জিৎসু কুইজ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । ইয়াত জু-জিৎসু সম্পর্কে বিভিন্ন উৎসৰ পৰা আমি কুইজবোৰ সংগ্রহ কৰিছোঁ আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে কুইজবোৰ ভাল পাব ।

জু-জিৎসু কুইজ

জু-জিৎসু কুইজ

জু-জিৎসু কুইজ

প্ৰঃ  জাপানী সমৰ কলা ‘আইকাইড’ৰ উদ্ভাৱক কোন?

উঃ মৰিহেই এছিবা।

প্ৰঃ ‘আইকাইড’ শব্দটো তিনিটা জাপানী পদ আই, কাই আৰু ড’ৰ সমষ্টি। ইহঁতৰ অৰ্থ কি?

উঃ আই–যোগদান কৰা, কাই– উদ্যান, আৰু ড’– উপায়।

প্ৰঃ কোনবিধ জাপানী খেলৰ অৰ্থ ‘খালী হাত’?

উঃ কেৰাটে।

প্ৰঃ 1882 চনত জাপানত জুডোৰ উদ্ভৱ হৈছিল। ইয়াৰ উদ্ভাৱক কোন ?

উঃ ড০  জিগ’ৰ’ কান’।

প্ৰঃ জুডো খেলত ‘চিয়াজিও’ মানে কি?

উঃ  প্ৰতিদ্বন্দ্বিতা ক্ষেত্ৰ।

প্ৰঃ জাপানৰ কেৰাটেৰ সর্বোচ্চ নিয়ন্ত্ৰক সংস্থাটোৰ নাম কি?

উঃ জেন নিহন কেৰাটে-ড’ৰেনমেই।।

প্ৰঃ কল্পকাহিনীৰ বিখ্যাত চাৰ্লক হোমছ এক প্ৰকাৰৰ সমৰ কলাত পাকৈত আছিল। সমৰ কলাবিধৰ নাম কি?

উঃ জু-জিৎসু।

প্ৰঃ ‘আইকাইড চেইজা’ মানে কি?

উঃ এক উপৱেশন ভঙ্গিমা যি ভঙ্গিমাত পিঠিখন পোন হৈ থাকে, ভৰি দুখনে ভাঁজ লয়, আঠুদ্বয় আঁতৰত থাকে আৰু ভৰিৰ অঙুলি কেইটা সংলগ্ন থাকে।  0 0 0

জু-জিৎসু কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

জু-জিৎসু কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here