Home Amplification তুলসীৰ লগত কলপটুৱাৰ মুক্তি | Tulosir Logot Kolpotuwar Mukti

তুলসীৰ লগত কলপটুৱাৰ মুক্তি | Tulosir Logot Kolpotuwar Mukti

Tulosir Logot Kolpotuwar Mukti

0
তুলসীৰ লগত কলপটুৱাৰ মুক্তি | Tulosir Logot Kolpotuwar Mukti
তুলসীৰ লগত কলপটুৱাৰ মুক্তি

তুলসীৰ লগত কলপটুৱাৰ মুক্তি | Tulosir Logot Kolpotuwar Mukti

তুলসীৰ লগত কলপটুৱাৰ মুক্তি– ভাব সম্প্রসাৰণ | Tulosir Logot Kolpotuwar Mukti

ভালৰ লগত বেয়া থাকিলেও বেয়াও যে বহু সময়ত ভালৰ মৰ্যাদা লাভ কৰে তাকে বুজাবলৈ উক্ত ফকৰা যোজানটি উদ্ধৃত কৰা হয়। 

তুলসী গছক পৱিত্ৰ বুলি গণ্য কৰা হয়। ভাৰতৰ হিন্দু সম্প্ৰদায়ৰ লোকে ইয়াক পূজাও কৰে। কাৰণ ইয়াৰ বহুতো ঔষধি গুণো আছে।  কিন্তু  ইয়াৰ তুলনাত কলপটুৱা অতি সাধাৰণ বস্তু। কলপটুৱাক কোনো মানুহে পূজা নকৰে। কিন্তু কলপটুৱাৰ খোল সাজি তাতে তুলসী থৈ পূজা-পাতলৰ কামত ব্যৱহাৰ কৰা হয় বাৰে  কলপটুৱাৰো মূল্য বৃদ্ধি পায়। ঠিক তেনেদৰে সমাজত এনে বহুতো লোক আছে যিসহঁত কোনো কামৰ যোগ্য নহয় বা কোনো গুণ নাই। তেনে মানুহ যদি গুণী মানুহৰ সংস্পৰ্শত থাকে তেন্তে সিও সময়ত গুণৱান হৈ উঠে আৰু মানুহৰ পৰাও সন্মান লাভ কৰিব পাৰে।

সেয়ে কোৱা হয় ভালৰ লগত থাকিলে বেয়াও ভালৰ মৰ্যদা লাভ কৰে। 0 0 0

তুলসীৰ লগত কলপটুৱাৰ মুক্তি

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here