Home Kabita তেওঁ অহা বাট | Teo Aha Bat

তেওঁ অহা বাট | Teo Aha Bat

0

তেওঁ অহা বাট

ৰাব্বি মছৰুৰ

তেওঁ অহা বাট | Teo Aha Bat

তেওঁ অহা বাট | Teo Aha Bat

তেওঁ অহা বাট

এই মাত্ৰ মই গম পালো

তেওঁ অহা নাই

আইৰ বুকুৰ বেদনা গুচোৱাৰ শক্তি সঞ্চয়ত সি হোনো ব্যস্ত

আহা, আমি সুগম কৰো তেওঁ অহা বাট

আহা! আমি হাতত লওঁ নল, খাগৰি কিংবা পাখি 

অথবা তীক্ষ্ণ তৰোৱাল। 

আহা আমি কণ্ঠত ধাৰণ কৰো – সুৰ, গান আৰু কিছু কথা

তুলিকাত ভ’ৰাই লওঁ আমাৰেই নিঃসৃত ৰক্ত কণিকা

আহা, আমি নীলা অন্তৰীক্ষত উৰুৱাও

সংহতি, প্ৰেম আৰু মুক্তিৰ পতাকা।

আহা, আমি সুগম কৰো তেওঁ অহা বাট। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here