Home Knowledge নবেল প্ৰাইজ ২০১৯

নবেল প্ৰাইজ ২০১৯

0

নবেল প্ৰাইজ ২০১৯। নবেল প্ৰাইজ ২০১৯ বিষয়ক এই অসমীয়া প্ৰবন্ধত সাহিত্য, শান্তি, পদাৰ্থবিজ্ঞান, ৰসায়ন, চিকিৎসা আৰু অৰ্থনীতি শাখাত ২০১৯ চনৰ নবেল বঁটা বিজেতাসকলৰ নাম, বিষয় আৰু গুৰুত্বপূৰ্ণ তথ্য সহজ আৰু স্পষ্ট ভাষাত উপস্থাপন কৰা হৈছে।

নবেল প্ৰাইজ ২০১৯

নবেল প্ৰাইজ  ২০১৯

বিষয় —————ব্যক্তি

পদাৰ্থ  বিজ্ঞান—- জেমচ পীবলেচ, মাইকেল মেয়ৰ, ডিডিয়াৰ কুয়েলজ

ৰসায়ন বিজ্ঞান—- জন বি. গুডেনাফ, এম ষ্টেনলি হুইটিনগাম, আকিৰা যশিনো

চিকিৎসা বিজ্ঞান—- উইলিয়াম হে কীলিন, চাৰ পেটাৰ জে ৰেটক্লিফ, গ্ৰেক এল. চেমেনজা

সাহিত্য—-পেটাৰ হেণ্ডকি

শান্তি—- এবি আহমেদ আলি

অৰ্থনীতি—- অভিজিৎ বেনাৰ্জি,  ইচথাৰ ডাফল’, মিখাইল ক্ৰমাৰ. 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here