Home Amplification নিলাজৰ নাই লাজ নাই অপমান সজ্জনৰ এক কথা মৰণ সমান — ভাব...

নিলাজৰ নাই লাজ নাই অপমান সজ্জনৰ এক কথা মৰণ সমান — ভাব সম্প্রসাৰণ

নিলাজৰ নাই লাজ নাই অপমান সজ্জনৰ এক কথা মৰণ সমান --- ভাব সম্প্রসাৰণ

0
নিলাজৰ নাই লাজ নাই অপমান সজ্জনৰ এক কথা মৰণ সমান — ভাব সম্প্রসাৰণ
নিলাজৰ নাই লাজ নাই অপমান সজ্জনৰ এক কথা মৰণ সমান

নিলাজৰ নাই লাজ নাই অপমান সজ্জনৰ এক কথা মৰণ সমান

নিলাজৰ নাই লাজ নাই অপমান সজ্জনৰ এক কথা মৰণ সমান — ভাব সম্প্রসাৰণ

অসমীয়া ভাষাত প্ৰৱচন হিচাপে  চলি অহা উক্ত শ্লোকফাকিৰ দ্ধাৰা সজ্জন আৰু দুজ্জ্বনৰ  প্ৰকৃতি বা চৰিত্ৰৰ বিষয়ে আলোকপাত কৰিছে।

দুজ্জ্বন অৰ্থাৎ নিলাজৰ কোনো লাজ নাই।  সিহঁতৰ কথাৰো কোনো মূল্য নাই। কাৰণ সিহঁতে কিবা কৰিম বুলি ভাবিলে বা কাৰোবাক  কিবা প্ৰতিশ্ৰুতি দিলে সেয়া পালন কৰিবৰ বাবে  তৎপৰ নহয় বা পালন নকৰে। ইয়াৰ বাবে  সিহঁতে লোক ভৎৰ্সনা পালেও সিহঁত লজ্জিত নহয় বা অপমান বোধ  নকৰে। অৰ্থাৎ সিহঁতে নিজৰ কথাৰ কোনো মূল্য বা সততা নাৰাখে।

আনহাতে সজ্জন বা সৎ লোকে সততে নিজৰ কথাৰ সত্যতা বা মূল্য ৰাখিবলৈ সদায় যত্নপৰ হয়। সিহঁতে কাৰোবাক  কিবা কথা দিলে বা প্ৰতিশ্ৰুতি দিলে  মৰণ পণ কৰি হ’লেও তাক ৰক্ষা কৰিবলৈ সচেষ্ট হয়। কাৰণ সততা আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰাটো সজ্জনৰ ধৰ্ম। সিহঁতে সদায় লোক নিন্দা আৰু ভৎৰ্সনাক অপমান বুলি ভাবি অপমানিত হোৱাতকৈ মৰণেই শ্ৰেয় বুলি ভাবে।

এইদৰে প্ৰৱচনটোৰ মাজেদি সজ্জন আৰু দুজ্জ্বনৰ পাৰ্থক্য দাঙি ধ’ৰা হৈছে। 0 0 0

নিলাজৰ নাই লাজ নাই অপমান সজ্জনৰ এক কথা মৰণ সমান — ভাব সম্প্রসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here