Home Ass Grammar পল’ কুইজ | Polo Quiz

পল’ কুইজ | Polo Quiz

0

আপুনি যদি পল’ কুইজ | Polo Quiz বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘পল’ কুইজ | Polo Quiz’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

পল’ কুইজ Polo Quiz

পল’ কুইজ, Polo Quiz

পল’ কুইজ | Polo Quiz

প্ৰঃ  পল’ খেল কোন দেশত উদ্ভাৱন হৈছিল?

উঃ ভাৰত।

প্ৰঃ পল’ শব্দৰ উৎপত্তি  কেনেদৰে হৈছিল?

উঃ পল’ তিববতীয় ‘পুলু’ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ বল।

প্ৰঃ আধুনিক  পল’ খেল কেতিয়া আৰম্ভ হৈছিল?

উঃ 1876 চনত।

প্ৰঃ পল’ৰ পৰম্পৰাগত ৰূপটোক মণিপুৰত কি বোলে?

উঃ চাগল কাংজেই।

প্ৰঃ কাক ৱাটাৰ পল’ৰ জনক বুলি জনা যায়?

উঃ  উইলিয়াম উইলছ’ন।

প্ৰঃ ৱাটাৰ পল’ দল গঠন কৰিবলৈ কিমানজন খেলুৱৈৰ প্ৰয়োজন?

উঃ 7 জন।

প্ৰঃ কেতিয়া আৰু কাৰ কাৰ মাজত প্ৰথম আন্তৰ্জাতিক পল’ খেল অনুষ্ঠিত হৈছিল?

উঃ ইংলণ্ড আৰু স্কটলেণ্ডৰ মাজত (1890 চনত)।

প্ৰঃ মণিপুৰ পল’ এছছিয়েচনৰ ৰাজকীয় পৃষ্ঠপোষক কোন?

উঃ ৰাজকুমাৰ চাৰ্লচ।

প্ৰঃ  প্ৰথম ইউৰোপীয়ান ৱাটাৰ পল’ চেম্পিয়নশ্বিপ টুৰ্ণামেন্ট কেতিয়া অনুষ্ঠিত হৈছিল?

উঃ 1926 চনত (বুডােপষ্টত)।

প্ৰঃ পল’ খেলত কিমান পিৰিয়ড থাকে?

উঃ 6 টা পিৰিয়ড থাকে। প্ৰতিটো পিৰিয়ডৰ কাল দৈর্ঘ 7 মিনিট।

প্ৰঃ পল’ খেলৰ প্ৰতিটো পিৰিয়ডক কি বোলে?

উঃ চাক্কা।

প্ৰঃ পল’ খেলৰ খেল পথাৰৰ জোখ কিমান?

উঃ  300 য়াৰ্ড  X 160 য়াৰ্ড।

প্ৰঃ আন্তৰ্জাতিক ৱাটাৰ পল’ পৰিষদ কেতিয়া গঠন হৈছিল?

উঃ 1929 চনত।

প্ৰঃ পল’ দলত কেইজন অশ্বাৰোহী থাকে?

উঃ চাৰি জন।

প্ৰঃ পল’ গ’ল পোষ্টৰ উচ্চতা কিমান ?

উঃ উচ্চতাৰ কোনো সীমাবদ্ধতা নাই।

প্ৰঃ পল’ খেলত ব্যৱহৃত বলটোৰ ৰং কেনেকুৱা?

উঃ  বগা। পল’ কুইজ

প্ৰঃ ৱাটাৰ পল’ কেতিয়াৰ পৰা অলিম্পিকত অন্তৰ্ভূক্ত কৰা হয়?

উঃ 1900 চনত। 0 0 0

Polo Quiz

Q. In which country was the game of polo invented?

A. India.

Q. How did the word Paul come about?

A. Paul comes from the Tibetan word ‘Pulu’ It means force.

Q. When did the modern game of polo begin?

A. In 1876.

Q. What is the traditional form of polo called in Manipur?

A. Chagal Kanjei.

Q. Who is known as the father of water polo?

A. William Wilson.

Q. How many players do you need to make up a water polo team?

A. 7 people.

Q. When and between whom was the first international polo match played?

A. Between England and Scotland (in 1890).

Q. Who is the royal patron of the Manipur Polo Association?

A. Prince Charles.

Q. When was the first European Water Polo Championship tournament held?

A. In 1926 (in Budapest).

Q. How many periods are there in a game of polo?

A. There are 6 periods. The duration of each period is 7 minutes.

Q. What is each period of a game of polo called?

A. Chakka.

Q. What is the size of the polo field?

A. 300 yards X 160 yards.

Q. When was the International Water Polo Council formed?

A. In 1929.

Q. How many riders are in a polo team?

A. Four people.

Q. What is the height of the pole goal post ?

A. There is no height limitation.

Q. What is the color of the ball used in polo?

A. White. Polo Quiz

Q. When was water polo included in the Olympics?

A. In the 1900s.0 0 0

নোট: যদি আপুনি উক্ত পল’ কুইজ | Polo Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

পল’ কুইজ | Polo Quiz 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here