যদি আপুনি ‘বন্ধুত্ব‘ ৰ বিষয়ে এখন ৰচনা বিচাৰিছে আৰু ইয়াৰ বিষয়ে সবিশেষ জানিব খোজে, তেন্তে এইখন নিবন্ধ আপোনাৰ বাবে উপযুক্ত। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ পাঠকসকলে সহজে বুজিব পৰাকৈ সৰল ভাষাত লিখা হৈছে।
বন্ধুত্ব | Friendship Essay in Assamese
আৰম্ভিণি:
বন্ধুত্ব হৈছে দুজন মানুহৰ মাজত আন্তৰিক ঘনিষ্টতা যি দুজনে পৰস্পৰে পৰস্পৰৰ সুখ-দুখ, আনন্দ-নিৰানন্দ, সৌভাগ্য-দুৰ্ভাগ্য আদিৰ সমভাগী হয়।
বন্ধুত্বৰ প্ৰকৃতি:
বন্ধুত্বক আমি বহলভাবে দুই শ্ৰেণীত ভগাব পাৰো, যথা: সঁচা বন্ধুত্ব আৰু কৃত্ৰিম বা মিছা বন্ধুত্ব। কৃত্ৰিম বন্ধুত্ব বা মিছা বন্ধুত্ব তাকেই কোৱা হয় যি বন্ধুত্বই অকল আমাৰ আনন্দ আৰু সৌভাগ্যৰ অংশীদাৰ হয় আৰু বিপদ বা দুৰ্যোগৰ সময়ত আতঁৰি যায়। এনে বন্ধুত্বক ‘সম্পদ কালৰ বন্ধু’ বুলি কোৱা হয়।
আনহাতে সঁচা বা প্ৰকৃত বন্ধুত্বই আমাৰ সুখ আৰু দুখ উভয়ৰেই সমভাগী হোবাক বুজায় । সি কেতিয়াও আমাৰ দুৰ্ভাগ্যৰ সময়ত আমাৰ পৰা আঁতৰি নাথাকে। সঁচা বন্ধুত্বই পৰস্পৰে পৰস্পৰৰ অভাৱ পূৰণ কৰাত সচেষ্ট হোৱাৰ উপৰিও মনৰ আবেগৰো সমভাগী হয়।
বন্ধুত্বৰ মূল্য:
মানুহ সামাজিক জীৱ। মানুহৰ সহজাত প্ৰবৃতিয়ে আন কাৰোবাৰ সংগ বিচাৰে। কিন্তু যেতিয়া এজনে প্ৰকৃত বন্ধু বিচাৰি পায, তেতিয়া ই তেওঁৰ বাবে আৰ্শীবাদ স্বৰূপ হৈ পৰে। জীৱনত বন্ধুত্বৰ যথেষ্ট গুৰুত্ব আছে। সঁচা বন্ধুত্বই পৰস্পৰে পৰস্পৰৰ মাজত মানবীয় গুণৰ বিকাশ ঘটায়। ই আমাৰ সহনশীলতা, সসমৰ্মিতা, মৰম, ভালেপাৱা আদি গুণৰ বিকাশ সাধন কৰে। সঁচা বন্ধুত্বৰ আগত আমি আমাৰ মনৰ গোপন কথাবোৰ প্ৰকাশ কৰিব পাৰো। সঁচা বন্ধুত্বই এজনে আনজনৰ প্ৰতি যত্নশীল আৰু এজনে আনজনৰ সফলতা কামনা কৰে।
সামৰণি:
প্ৰকৃত বন্ধুত্ব এজন মানুহৰ জীৱনত এক ডাঙৰ আৰ্শীবাদস্বৰূপ। আমি জীৱনত আনন্দিত আৰু সুখী হ’বলৈ বন্ধুত্বৰ প্ৰয়োজন। কিন্তু আমি বন্ধু নিৰ্বাচন কৰোতে খুৱ সতৰ্ক হ’ব লাগে। কাৰণ সঁচা ববন্ধুত্ব আমাৰ কাৰণে এন্ধাৰত পোহৰৰ বন্তি স্বৰূপ। সঁচা বন্ধুত্বই আমাৰ পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰাৰ উপৰিও আমাৰ দৈনন্দিন জীৱন সজীৱ কৰি ৰাখে। 0 0 0
Friendship: Essay in English
Introduction:
Friendship is one of the most valuable and essential relationships in life. It is a bond that transcends barriers of age, culture, and geography, built on trust, mutual understanding, and support. True friendship brings joy, companionship, and comfort, enriching our lives in numerous ways.
The Meaning of Friendship
Friendship is not just about spending time together; it is about a deep emotional connection between two or more people who care for each other unconditionally. It involves sharing life’s joys and sorrows, offering a shoulder to lean on during difficult times, and celebrating each other’s successes. Friends understand each other’s emotions, fears, and dreams and stand by each other in times of need.
The Importance of Friendship
Friendship plays a crucial role in personal development and emotional well-being. A good friend acts as a support system, providing encouragement, advice, and love. They help us grow by offering different perspectives and guiding us through challenges. Friendships teach us important life skills such as empathy, patience, and cooperation.
In times of distress, friends can be a source of strength and comfort. They help reduce feelings of loneliness and anxiety, improving both mental and emotional health. Studies have shown that people with strong friendships tend to have better overall well-being and live longer lives.
Qualities of True Friendship
True friendship is built on several key qualities. Trust is the foundation, as friends should feel safe confiding in one another. Honesty and transparency ensure that the relationship remains genuine and strong. Loyalty is another critical trait, as friends stand by each other through thick and thin, offering unwavering support in good and bad times.
Empathy, or the ability to understand and share the feelings of others, is also a significant element of friendship. A true friend listens without judgment and provides support without expecting anything in return. Communication is equally important, as open and honest dialogue fosters a healthy friendship.
Friendship in Different Stages of Life
Friendship evolves as we grow older. Childhood friendships are often carefree and based on shared interests in games and activities. As we move into adolescence and adulthood, friendships become more complex, providing emotional and intellectual support. In old age, friendships help combat loneliness and provide a sense of belonging.
At every stage, friendships are vital for personal growth and happiness. They help shape our personalities and influence our decisions, guiding us through various phases of life.
Challenges in Friendship
Like any relationship, friendships may face challenges. Misunderstandings, lack of communication, or differences in opinions can strain a friendship. However, true friends work through these obstacles with patience and understanding. A willingness to forgive and compromise is essential in maintaining strong bonds.
Additionally, maintaining friendships can be difficult due to life’s changes, such as moving to a different city, changing jobs, or family responsibilities. Despite these challenges, with effort and commitment, many friendships can endure the test of time.
Conclusion
Friendship is a beautiful and irreplaceable part of human life. It provides emotional support, teaches valuable life lessons, and enriches our journey. True friends are treasures, offering love, loyalty, and understanding without expecting anything in return. Cultivating and cherishing friendships is essential for a fulfilling and happy life.
Read More: অসমীয়া ৰচনা শিক্ষা
বি. দ্র. উক্ত ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:






