Home Amplification বহিব জানিলে মাটিয়েই পীৰা খাব জানিলে চাউলেই চিৰা | Bahib Janile Maityei Peera

বহিব জানিলে মাটিয়েই পীৰা খাব জানিলে চাউলেই চিৰা | Bahib Janile Maityei Peera

0
বহিব জানিলে মাটিয়েই পীৰা খাব জানিলে চাউলেই চিৰা | Bahib Janile Maityei Peera
বহিব জানিলে মাটিয়েই পীৰা খাব জানিলে চাউলেই চিৰা
বহিব জানিলে মাটিয়েই পীৰা খাব জানিলে চাউলেই চিৰা

বহিব জানিলে মাটিয়েই পীৰা খাব জানিলে চাউলেই চিৰা

বহিব জানিলে মাটিয়েই পীৰা খাব জানিলে চাউলেই চিৰা

কোনো কাম, কথা বা অৱস্থাৰ ভাল-বেয়া যে মানুহৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে তাকে বুজাবলৈ উক্ত প্ৰৱচনফাঁকি সততে উদ্ধৃৃত কৰা হয়।

মানুহে  মাটিত আৰামদায়কভাৱে বহিবলৈ পীৰাৰ প্ৰয়োজন। সেইদৰে ক্ষুদা নিবাৰণ কৰিবলৈ আমাৰ খাদ্যৰ প্ৰয়োজন। কিন্তু জুতি লগাবলৈ আমি সুস্বাধু খাদ্য বিচাৰো। আমি ইচ্ছা কৰিলেই যিকোনো পৰিস্থিতিত আৰামদায়কভাৱে বহিবলৈ বা জুতি লগাকৈ খাবলৈ খাদ্য বস্তু নেপাওঁ। তেনে স্থলত আমি আমাৰ মনৰ ভিতৰত  কোনো অসন্তোষভাৱ পোষণ নকৰি যদি মাটিতে ভৰি দুখনত ভৰ দি বহো আৰু সেইদৰে ভোকৰ সময়ত সোৱাদৰ ওপৰত সিমান গুৰুত্ব নিদি সাধাৰণ খাদ্যকেই গ্ৰহণ কৰো তেন্তে আমাৰ  কোনো অসুবিধাও নহয় আৰু সমস্যাও পূৰণ হয়। 

সেয়ে উক্ত প্ৰৱচনটিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে আমি আমাৰ দৃষ্টিভংগী অৱস্থাৰ  অনুকূলে  গঠন কৰিব লাগে। 0 0 0

বহিব জানিলে মাটিয়েই পীৰা খাব জানিলে চাউলেই চিৰা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here