Home Quiz বাস্কেটবল কুইজ | Basketball Quiz

বাস্কেটবল কুইজ | Basketball Quiz

0

আপুনি যদি বাস্কেটবল কুইজ | Basketball Quiz বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘বাস্কেটবল কুইজ | Basketball Quiz বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

নোট: যদি আপুনি উক্ত বাস্কেটবল কুইজ | Basketball Quiz পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বাস্কেটবল কুইজ  Basketball Quiz

 

বাস্কেটবল কুইজ,  Basketball Quiz

বাস্কেটবল কুইজ | Basketball Quiz

প্ৰঃ কেতিয়া বাস্কেটবল খেলৰ উদ্ভাৱন হৈছিল?

উঃ 1891 চনত।

প্ৰঃ বাস্কেটবল দলত কিমানজন খেলুৱৈ থাকে?

উঃ পাঁচজন।

প্ৰঃ বাস্কেট বল এটাৰ ওজন কিমান হোৱা উচিত?

উঃ 600 গ্ৰামৰ পৰা 650 গ্ৰাম।

প্ৰঃ পোন প্ৰথমতে বাস্কেটবল ক’ত খেলোৱা হৈছিল?

উঃ আমেৰিকাত।

প্ৰঃ বাস্কেটবল খেলৰ নিয়মাৱলী কোনে প্ৰস্তুত কৰিছিল?

উঃ জেমচ নাই স্মিথ (কানাডা)

প্ৰঃ বাস্কেটবল এটাৰ ফ্রি থ্ৰ’ৰ বাবে দূৰত্ব কিমান?

উঃ বাস্কেটৰ পৰা 4.6 মিটাৰ।

প্ৰঃ  কোনজন বিখ্যাত বাস্কেটবল খেলুৱৈৰ শাৰীৰিক উচ্চতাৰ বাবে তেওঁ  ‘বিগডিপাৰ’ নামেৰে জনাজাত হয়?

উঃ উইল্ট চেম্বাৰলেইন।

প্ৰঃ বাস্কেটবল পোষ্টৰ উচ্চতা কিমান?

উঃ 3.5  মিটাৰ।

বাস্কেটবল কুইজ

প্ৰঃ কোন চনত বাস্কেটবলৰ নিয়মাৱলী সন্নিবিষ্ট কিতাপ প্ৰকাশিত হৈছিল?

উঃ 1892 চনত।

প্ৰঃ স্কাই হুক উদ্ভাৱনৰ কৃতিত্ব লাভ কৰা বাস্কেটবল চুপাৰষ্টাৰজনৰ নাম কি?

উঃ কৰিম আব্দুৰ জববাৰ।

প্ৰঃ ‘ফেডাৰেচন ইন্টাৰনেচনেল ডি বাস্কেটবল এচ’চিয়েশ্বন’ কেতিয়া গঠন হৈছিল?

উঃ 1932 চনত।

প্ৰঃ  কোনজন বিখ্যাত আমেৰিকীয় বাস্কেটবল খেলুৱৈৰ উপনাম ‘দি ড্ৰিম’?

উঃ হেকিম উলাজুৱন।

প্ৰঃ বাস্কেটবলৰ সৈতে জড়িত দুটা উত্তম ৰক্ষণাত্মক কৌশল কি কি?

উঃ মেন-টু-মেন আৰু জ’ন আত্মৰক্ষা।

প্ৰঃ বিখ্যাত বাস্কেটবল খেলুৱৈ মেজিক জনচনৰ প্ৰথম নামটো কি?

উঃ আৰভিন ।

প্ৰঃ জেমছ নাইস্মিথে কি উদ্দেশ্য লৈ বাস্কেটবল উদ্ভাৱন কৰিছিল?

উঃ ফুটবল আৰু বেছবল বতৰৰ মধ্যৱৰ্তী কালত ছাত্ৰ-ছাত্ৰীসকলে খেলিবৰ বাবে বাস্কেটবল উদ্ভাৱন কৰিছিল। 0 0 0

Basketball Quiz

Q. When was the game of basketball invented?

A. In 1891.

Q. How many players are on a basketball team?

A. Five of them.

Q. How much should a basketball weigh?

A. 600 grams to 650 grams.

Q. Where was basketball first played?

A. In the United States.

Q. Who developed the rules of basketball?

A. James Nye Smith (Canada)

Q. What is the distance for a free throw of a basketball?

A. 4.6 meters from the basket.

Q. Which famous basketball player is known as ‘Bigdipper’ due to his physical height?

A. Wilt Chamberlain.

Q. What is the height of a basketball post?

A. 3.5 metres.

Basketball Quiz

Q. In which year was the basketball rulebook published?

A. In 1892.

Q. What is the name of the basketball superstar credited with inventing the sky hook?

A. Karim Abdur Jabbar.

Q. When was the Fédération Internationale de Basketball Association formed?

A. In 1932.

Q. Which famous American basketball player is nicknamed ‘The Dream’?

A. Hekim Ulajuwan.

Q. What are the two best defensive tactics associated with basketball?

A. Man-to-man and zone self-defense.

Q. What is the first name of famous basketball player Magic Johnson?

A. Ervin.

Q. For what purpose did James Naismith invent the basketball?

A. Basketballs were invented for students to play in between the football and baseball seasons.0 0 0

নোট: যদি আপুনি উক্ত বাস্কেটবল কুইজ | Basketball Quiz পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

Basketball Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here