Home Quiz বিভিন্ন ক্ষেত্রত প্রথম মুছলমান

বিভিন্ন ক্ষেত্রত প্রথম মুছলমান

0

বিভিন্ন ক্ষেত্রত প্রথম মুছলমান

বিভিন্ন ক্ষেত্রত প্রথম মুছলমান

 

বিভিন্ন ক্ষেত্রত প্রথম মুছলমান

বিভিন্ন ক্ষেত্রত প্রথম মুছলমান 

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কোনে সংবিধান ৰচনা কৰে?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ পৃথিৱীত কোনে প্ৰথমতে ৰাষ্ট্ৰৰ লোক গণনা কৰে?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম গণতান্ত্ৰিক ৰাষ্ট্ৰৰ প্ৰতিষ্ঠাতা কোন?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

বিভিন্ন ক্ষেত্রত প্রথম মুছলমান

প্ৰঃ সৰ্বপ্ৰথম ইছলামী মুদ্ৰা আৰু চেক প্ৰথাৰ প্ৰৱৰ্তন কৰে কোনে?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম ৰেচন কাৰ্ডৰ প্ৰচলন কৰে কোনে?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম প্ৰেমজনিত কাব্যৰচনা নিষিদ্ধ কৰে কোনে?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ পেঞ্চন আৰু প্ৰতিবন্ধীসকলৰ বাবে ভাট্টা দিয়াৰ প্ৰথা প্ৰৱৰ্তন কৰে কোনে?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ উমাইয়া বংশৰ প্ৰতিষ্ঠাতা কোন?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

বিভিন্ন ক্ষেত্রত প্রথম মুছলমান

প্ৰঃ আববাচীয়া বংশৰ  প্ৰতিষ্ঠাতা কোন?

উঃ আবু আববাছ আছছাহফ্‌ফাহ (750-1258 খ্ৰীঃ)।

প্ৰঃ সৰ্বপ্ৰথম ৰেজিষ্ট্ৰি আইনৰ প্ৰচলন কৰে কোনে?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম আঙুৰ বাগান তৈয়াৰ কৰে কোনে?

উঃ হজৰত নূহ (আঃ)।

প্ৰঃ সৰ্বপ্ৰথম পৃথিৱীত কোন ফলৰ গছ জন্মিছিল?

উঃ খেজুৰ গছ।

প্ৰঃ কোন নবী সৰ্বপ্ৰথম চােবান তৈয়াৰ কৰে?

উঃ হজৰত ছালেহ (আঃ)।

প্ৰঃ কোন ৰজাই সৰ্বপ্ৰথম নিজকে প্ৰভু বুলি দাবী কৰিছিল?

উঃ বাদশা নমৰুদ।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম ডাক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে কোনে?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম জাহাজ নিৰ্মাণৰ কাৰখানা স্থাপন কৰে কোনে?

উঃ আমিৰ মুৱাবিয়া।

বিভিন্ন ক্ষেত্রত প্রথম মুছলমান

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম জেলখানা স্থাপন কৰে কোনে?

উঃ হজৰত ওমৰ  (ৰাঃ)।

প্ৰঃ পৃথিৱীৰ কোন সেনাপতিৰ কোনো যুদ্ধতেই পৰাজয় হোৱা নাছিল?

উঃ খালিদ বিন ওৱালিদ (ৰাঃ)।

প্ৰঃ কোন ব্যক্তিৰ জীৱনত কোনো দিন স্বপ্নদোষ হোৱা নাছিল?

উঃ হজৰত আলি (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম সামুদ্ৰিক যুদ্ধ জাহাজ কোনে নিৰ্মাণ কৰে?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

প্ৰঃ বিশ্বত সৰ্বপ্ৰথম হাস্পাতাল নিৰ্মাণ কৰে কোনে?

উঃ খলিফা হাৰুণ অল ৰাশিদ।

প্ৰঃ মুছলমানসকলে পৃথিৱীত সৰ্বপ্ৰথম ক’ত বিশ্ববিদ্যালয় স্থাপন কৰে?

উঃ কৰ্ডোভাত।

প্ৰঃ মুছলমান জগতৰ সৰ্বপ্ৰথম ইতিহাসবিদ কোন?

উঃ ইবনে খালদুন।

প্ৰঃ ভূগোল শাস্ত্ৰৰ জনক কোন?

উঃ আবু আব্দুল্লাহ ইয়াকুব।

বিভিন্ন ক্ষেত্রত প্রথম মুছলমান

প্ৰঃ সমাজ বিজ্ঞানৰ  জনক কোন?

উঃ ইবনে খালদুন।

প্ৰঃ মুচলমান জগতৰ শ্ৰেষ্ঠ দাৰ্শনিক কোন?

উঃ আল কিনদি।

প্ৰঃ ৰাষ্ট্ৰ বিজ্ঞানৰ জনক কোন?

উঃ আল মাৱাৰ্দী।

প্ৰঃ কোন ঐতিহাসিকবিদক আৰবৰ হেৰোডটাছ বুলি কোৱা হয়?

উঃ আল মাছউদীক।

প্ৰঃ কোন মুছলমান বৈজ্ঞানিক প্ৰথমতে নবেল বঁটা লাভ কৰে?

উঃ আব্দুছ ছালাম (পাকিস্থান, 1979 খ্ৰীঃ)।

প্ৰঃ সাহিত্যত কোনজন মুছলমান সাহিত্যিকে প্ৰথম নবেল বঁটা লাভ কৰে?

উঃ মিছৰৰ নাজিৰ মাহফুজ।

প্ৰঃ আধুনিক ইছলামী নাটকৰ অগ্ৰদূত কোন ?

উঃ নাজিৰ আল কালিন।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কাপোৰ তৈয়াৰ কৰে কোনে?

উঃ হজৰত আদম (আঃ) আৰু হজৰত হাওৱা (আঃ)।

প্ৰঃ কোন নবীৰ যুগত সৰ্বপ্ৰথম মূৰ্তিপূজা আৰম্ভ হয়?

উঃ হজৰত ইদ্ৰিছ (আঃ)ৰ যুগত।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কোনে কোৰবাণী কৰিছিল?

উঃ হজৰত আদম (আঃ)ৰ প্ৰথম পুত্ৰ হাবিল আৰু দ্বিতীয় পুত্ৰ কাবিল।

প্ৰঃ বিশ্বৰ শ্ৰেষ্ঠ মুছলমান মহাকবি কোন?

উঃ ফিৰদৌছি (কাব্যগ্ৰন্থৰ নাম ‘ছাহনামা’)।

প্ৰঃ ইছলামী ৰাষ্ট্ৰৰ প্ৰথম ৰাজধানীৰ নাম কি?

উঃ মদিনা।

প্ৰঃ পৃথিৱীৰ শ্ৰেষ্ঠতম কূপ কি?

উঃ বিখ্যাত জমজমকূপ (মক্কা)।  0 0 0

বিভিন্ন ক্ষেত্রত প্রথম মুছলমান

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

বিভিন্ন ক্ষেত্রত প্রথম মুছলমান 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here