বিশ্বৰ কেইখনমান বাতৰি কাকত। বিশ্বৰ কেইখনমান বাতৰি কাকত বিষয়ক এই অসমীয়া প্ৰবন্ধত বিশ্বৰ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী সংবাদপত্ৰসমূহৰ নাম, দেশ, ভাষা আৰু সংবাদ জগতত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা সহজ আৰু বোধগম্য ভাষাত উপস্থাপন কৰা হৈছে।
বিশ্বৰ কেইখনমান বাতৰি কাকত
কাকতৰ নাম ———– দেশ
নিউ ষ্টেটছমেন ——- বৃটেইন
দ্য মিৰ’ৰ ———- বৃটেইন
দ্য চান ———- বৃটেইন
দ্য টাইমচ ———- বৃটেইন
ডেইলি টেলেগ্ৰাফ ———- বৃটেইন
ডাউন ———- বৃটেইন
ডেইলি নিউজ ———- আমেৰিকা
ৱাচিনটন পোষ্ট ———- আমেৰিকা
নিউয়ৰ্ক টাইমচ ———- আমেৰিকা
আল-আহৰাম ———- ইজিপ্ত
আছাহি ছিমবুম ———- জাপান
বিল্ড ———- অষ্ট্ৰেলিয়া
চাইনা টাইমচ ———- টাইৱান
ছুনিছি ছিমবুম ———- জাপান
ফ্রাঙ্ক ফোৰ্ট এলেগিয়েন্স ———- জাৰ্মানী
লে মণ্ডে ———- ফ্রান্স
মাইনিছি ছিমবুম ———- জাপান
মেৰডেকা ———- ইণ্ডোনেচিয়া
মৰ্ণিং নিউজ ———- বাংলাদেশ
নিহিন কেইজাই ছিমবুম ———- জাপান
অজভেছটিয়া ———- ৰাছিয়া
পাকিস্থান টাইমচ ———- পাকিস্থান
পিপুলচ ডেইলি ———- চীন
প্ৰাভদা ———- ৰাছিয়া
ৰেড ফ্লাগ ———- চীন
ৰেফাৰেঞ্জ নিউজ ———- চীন
ৰাইজিং নেপাল ———- নেপাল
চিডনি মৰ্ণিং নিউজ ———- অষ্ট্ৰেলিয়া
ট্ৰনটো ষ্টাৰ ———- কানাডা
অৰিঅ’ৰি ছিমবুম ———- জাপান
হিন্দুস্থান ষ্টেণ্ডাৰ্ড ———- ভাৰত
টাইমচ অফ ইণ্ডিয়া ———- ভাৰত
হিন্দু ———- ভাৰত
হিন্দুস্থান টাইমছ ———- ভাৰত
দি চেন্টিনেল ———- ভাৰত
ইক’নমিক টাইমছ ———- ভাৰত
টেলিগ্ৰাফ ———- ভাৰত
নৰ্দান ইণ্ডিয়া ———- ভাৰত
ইণ্ডিয়ান এক্সপ্ৰেছ ———- ভাৰত
আসাম ট্ৰিবিউন ———- ভাৰত
ষ্টেটচমেন ———- ভাৰত। ০ ০ ০
বিশ্বৰ কেইখনমান বাতৰি কাকত
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






