Home Knowledge ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ

ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ

0

ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ। ভাৰতীয় স্থল বাহিনী, নৌ বাহিনী আৰু বায়ু বাহিনীৰ বিষয়াসকলৰ সম্পূর্ণ পদবী ক্ৰম অনুযায়ী সজোৱা সহজ আৰু স্পষ্ট তালিকা। সশস্ত্ৰ বাহিনীৰ গঠন, দায়িত্ব আৰু পদমর্যাদা বুজিবলৈ এই তথ্যসমূহ অত্যন্ত উপকাৰী।

ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ

ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ

(ক) স্থল বাহিনী

পদ-ক্ৰম—- পদবী                   

১——–জেনেৰেল।

২——–লেফটেনেন্ট জেনেৰেল

৩——–মেজৰ জেনেৰেল

৪——–ব্রিগেডিয়েৰ

৫——–কৰ্ণেল

৬——–লেফটেনেন্ট কৰ্ণেল

৭——–মেজৰ

৮——– কেপ্তেইন

০——–লেফটেনেন্ট কেপ্তেইন

১০——–চেকেণ্ড লেফটেনেন্ট।

(খ) নৌ বাহিনী

পদ-ক্ৰম—– পদবী                   

১——–এডমিৰেল

২——–ভাইচ এডমিৰেল

৩——–ৰিয়াৰ এডমিৰেল

৪——–কমোদোৰ

৫——–কেপ্তেইন

৬——–কামাণ্ডাৰ

৭——–লেফটেনেন্ট কামাণ্ডাৰ

৮——–লেফটেনেন্ট

৯——–ছাব লেফটেনেন্ট 

১০——–এক্টিং ছাব লেফটেনেন্ট।

(গ) বায়ু বাহিনী

পদ- ক্ৰম—– পদবী                   

১——–এয়াৰ চীপ মাৰ্ছাল

২——–এয়াৰ মাৰ্ছাাল

৩——–এয়াৰ ভাইচ মাৰ্ছাল

৪——–এয়াৰ কমোদোৰ

৫——–গোট  কেপ্তেইন

৬——–উইং কামাণ্ডাৰ

৭——–স্কোৱাদ্ৰেন লিডাৰ

৮——–ফ্লাইট লেফটেনেন্ট

৯——–ফ্লাইং অফিচাৰ

৯——–পাইলট অফিচাৰ। ০ ০ ০

ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ,The Positions of the Indian Army Officials

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here