Home Knowledge ভাৰতৰ উচ্চতম ন্যায়াধীশসকল

ভাৰতৰ উচ্চতম ন্যায়াধীশসকল

0

ভাৰতৰ উচ্চতম ন্যায়াধীশসকল. ভাৰতৰ উচ্চতম ন্যায়াধীশসকল সম্পৰ্কে এই অসমীয়া প্ৰবন্ধটোত ভাৰতৰ মুখ্য ন্যায়াধীশসকলৰ নাম, কাৰ্যকাল আৰু ন্যায় ব্যৱস্থাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা স্পষ্ট আৰু সংক্ষিপ্তভাৱে আলোচনা কৰা হৈছে।

ভাৰতৰ উচ্চতম ন্যায়াধীশসকল

ভাৰতৰ উচ্চতম ন্যায়াধীশসকল

মুখ্য ন্যায়াধীশ সকলৰ নাম—-কাৰ্যকাল

হৰিলাল কানিয়া—-1950 – 1951

এম পতঞ্জলী শাস্ত্ৰী—-1951 – 1954

মেহেৰ চান্দ মহাজন—-1954 – 1954

বি কে মুখাৰ্জী—-1954 – 1956

এছ আৰ দাস—-1956 – 1959

ভূৱনেশ্বৰ প্ৰসাদ সিংহা—-1959 – 1964

পি ভি গজেন্দ্ৰ গাডকৰ—-1964 – 1966

এ কে সৰকাৰ—-1966 – 1966

কে চুববা ৰাও—-1966 – 1967

কে এন ৱাংচু—-1967 – 1968

এম হেদায়েতুল্লা—-1968 – 1970

জে চি শ্বাহ—-1970 – 1971

এছ এম চিক্ৰি—-1971 – 1973

এ এন ৰায়—-1973 – 1977

এম এইচ বেগ—-1977 – 1978

ৱাই ডি চন্দ্ৰচূড়—-1978 – 1985

পি এন ভাগৱতী—-1985 – 1986

আৰ এচ পাঠক—-1986 – 1989

ই এইচ ভেংকটাৰামায়া—-1989 – 1989

সব্যসাচী মুখার্জী—-1989 – 1990

ৰংগনাথ মিশ্ৰ—-1990 – 1991

কে এন সিং—-1991 – 1991

এম এইচ কাণিয়া—-1991 – 1992

এল এম শৰ্মা—-1992 – 1993

এম এন ভেংকটচালিয়া—-1993 – 1994

এ এম আহমেদী—-1994 – 1997

জে এছ বাৰ্মা—-1997 – 1998

এম এম পাঞ্চী—-1998 – 1998

এ এছ আনন্দ—-1998 – 2001

এ পি বাৰুচা—-2001 – 2002

বি এছ কিৰপাল—-2002 – 2002

বি এন খাৰে—-2002 – 2004

এছ আৰ বাব—-2004 – 2004

আৰ চি লাহোটি—-2004 – 2005 

ওৱাই কে চভাৰৱাল—-2005  – 2007

কে জি বলাকৃষ্ণণ—-2007 – 2010

এচ এইচ কাপাডিয়া—-2010 – 2013

পি সথশীৱম—-20013- 2014

ৰাজেন্দ্ৰ মাল লুধা—-2014- 2014

এইচ. এল. দত্ত —-2014- 2015

টি. এছ. ঠাকুৰ—-2015—- । ০ ০ ০

ভাৰতৰ উচ্চতম ন্যায়াধীশসকল

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

ভাৰতৰ উচ্চতম ন্যায়াধীশসকল

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here