Home Knowledge ভাৰতৰ উপৰাষ্ট্ৰপতিসকলৰ তালিকা

ভাৰতৰ উপৰাষ্ট্ৰপতিসকলৰ তালিকা

0

ভাৰতৰ উপৰাষ্ট্ৰপতিসকলৰ তালিকা।ভাৰতৰ উপৰাষ্ট্ৰপতিসকলৰ তালিকা সম্পৰ্কে এই অসমীয়া প্ৰবন্ধত সংবিধান অনুসাৰে উপৰাষ্ট্ৰপতিৰ ভূমিকা, স্বাধীনতাৰ পৰা বৰ্তমানলৈকে সকলো উপৰাষ্ট্ৰপতিৰ নাম, কাৰ্যকাল আৰু মুখ্য তথ্য সহজ ভাষাত আলোচনা কৰা হৈছে।

ভাৰতৰ উপৰাষ্ট্ৰপতিসকলৰ তালিকাesidents of India

ভাৰতৰ উপৰাষ্ট্ৰপতিসকলৰ তালিকা

উপৰাষ্ট্ৰপতিসকলৰ নাম—– কাৰ্যকাল

সৰ্বপল্লী ৰাধাকৃষ্ণণ—-1952 – 1962

জাকিৰ হুছেইন—-1962 – 1967

বৰাহগিৰি ভেংকটগিৰি—-1967 – 1969

জি এচ পাঠক—-1969 – 1974

বি ডি জাট্টি—-1974 – 1979

মহম্মদ হেদায়েতুল্লা—-1979 – 1984

ৰামস্বামী ভেংকটৰমণ—-1984 – 1987

শংকৰ দয়াল শৰ্মা—-1987 – 1992

কে আৰ নাৰায়ণন —-1992 – 1997

শ্ৰী কৃষ্ণ কান্ত—-1997 – 2002

ভেৰু সিং শ্বেখাৱট—-2002 – 2007

মহম্মদ হামিদ আনছাৰী—-2007 – 2017

ভনেকায়া নাইডু—-2017 –

০ ০ ০.

ভাৰতৰ উপৰাষ্ট্ৰপতিসকলৰ তালিকা, List of Vice Presidents of India

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here