Home Knowledge ভাৰতৰ কিছুমান স্থানৰ উপনাম

ভাৰতৰ কিছুমান স্থানৰ উপনাম

0

ভাৰতৰ কিছুমান স্থানৰ উপনাম। ভাৰতৰ বিভিন্ন প্ৰসিদ্ধ স্থানৰ জনপ্ৰিয় উপনামসমূহ সহজ ভাষাত সংকলিত তালিকা। স্থানবিশেষৰ বৈশিষ্ট্য, পরিচয় আৰু ইতিহাস বুজিবলৈ আৰু সাধাৰণ জ্ঞান সমৃদ্ধ কৰিবলৈ এই তথ্যসমূহ অত্যন্ত সহায়ক।

ভাৰতৰ কিছুমান স্থানৰ উপনাম

ভাৰতৰ কিছুমান স্থানৰ উপনাম

স্থান ————-বিশেষ নাম                  

কাশ্মীৰ———ভূস্বৰ্গ

বাংগালোৰ—-গাৰ্ডেন চিটি

নীলগিৰি—-নীলা পাহাৰ

অমৃতস্বৰ—-চিটি অব গোল্ডেন টেম্পল

কোচিন—-কুইন অব দ্য আৰবিয়ান 

শুৱালকুছি (অসম)—- ভিলেজ অব গোল্ডেন ক্লথ

পাঞ্জাৱ—- লেণ্ড অব ফাইভ ৰিভাৰ্চ

কলকাতা—-চিটি অব পেলেচেছ

মুম্বাই—-গেটৱে অব ইন্ডিয়া 

জয়পুৰ—-পিংক চিটি

পুৰণি দিল্লী—-চিটি অব এম্পাৰৰচ

ভেনিচ  অফ দ্য ইষ্ট—-কোচিন। ০ ০ ০

ভাৰতৰ কিছুমান স্থানৰ উপনাম, Surnames of Some Places of India

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here